JK terrorist encounter : কাশ্মীৰত অনুপ্ৰৱেশ জৈছ সন্ত্ৰাসবাদী; নিশাৰে পৰা সেনাৰ অভিযান, স্থগিত ইণ্টাৰনেট সেৱা
জম্মু-কাশ্মীৰত (J&K) চলি আছে নিৰাপত্তাৰক্ষীৰ অভিযান। কিষ্টৱাৰৰ বৃহৎ অঞ্চলত বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা। জানিব পৰা মতে, শুকুৰবাৰে মাজনিশা...
















