National-International

National - International News in Assamese and English

কাণ্ডাহাৰত তালিবানৰ আক্ৰমণত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় চিত্র সাংবাদিক

কাণ্ডাহাৰত তালিবানৰ আক্ৰমণত নিহত পুলিৎজাৰ বঁটা বিজয়ী ভাৰতীয় চিত্র সাংবাদিক

নিউজ ডেস্কঃ তালিবানৰ আক্ৰমণত মৃত্যু হ’ল ভাৰতীয় চিত্র সাংবাদিক দানিচ চিদ্দিকিৰ। ৰহিঙ্গা শৰণাৰ্থীৰ ফটো তুলি পুলিৎজাৰ বঁটা লাভ কৰিছিল চিদ্দিকিয়ে।...

যুদ্ধৰ ক’লীয়া ডাৱৰৰ মাজতে আফগানিস্তানত শান্তিৰ সন্ধান : কাটাৰত চৰকাৰ-তালিবানৰ বৈঠক

যুদ্ধৰ ক’লীয়া ডাৱৰৰ মাজতে আফগানিস্তানত শান্তিৰ সন্ধান : কাটাৰত চৰকাৰ-তালিবানৰ বৈঠক

নিউজ ডেস্কঃ চৰকাৰী সেনাক আঁতৰাই প্রতিদিনেই নতুন নতুন এলেকা নিজৰ দখললৈ নিছে আফগান তালিবান বাহিনীয়ে। সেনা আৰু সন্ত্ৰাসবাদীৰ লগতে গৃহযুদ্ধত...

২০ বছৰ ধৰি লিভ-ইন সম্পৰ্কৰ পিছত ১৩ বছৰীয়া পুত্ৰৰ উপস্থিতিত বিয়া পাতিলে বৃদ্ধ যুগলে

২০ বছৰ ধৰি লিভ-ইন সম্পৰ্কৰ পিছত ১৩ বছৰীয়া পুত্ৰৰ উপস্থিতিত বিয়া পাতিলে বৃদ্ধ যুগলে

নিউজ ডেস্কঃ ২০ বছৰ লিভ-ইন সম্পর্ক থকাৰ পিছত ধুমধামেৰে বিয়া পাতিলে উত্তৰ প্রদেশৰ এহাল বৃদ্ধ-বৃদ্ধাই। নৱদম্পতিৰ এই বিয়াৰ সাক্ষী হৈ...

কলিৰ যুগৰ কুম্ভকর্ণ ! বছৰৰ ৩০০ দিন শুই থাকে ৰাজস্থানৰ এইজনে ব্যক্তিয়ে

কলিৰ যুগৰ কুম্ভকর্ণ ! বছৰৰ ৩০০ দিন শুই থাকে ৰাজস্থানৰ এইজনে ব্যক্তিয়ে

নিউজ ডেস্কঃ ৰাজস্থানৰ পুৰখাৰাম এখন সৰু চহৰৰ বাসিন্দা৷ তেওঁ গেলামালৰ দোকানী। অৱশ্যে মাহত মাত্র পাঁচ দিনহে তেওঁ দোকান খোলে। কাৰণ...

নামভর্তি, পাঠদান আৰম্ভ সন্দৰ্ভত দেশৰ কলেজসমূহলৈ নির্দেশনা ইউজিচিৰ

নামভর্তি, পাঠদান আৰম্ভ সন্দৰ্ভত দেশৰ কলেজসমূহলৈ নির্দেশনা ইউজিচিৰ

নিউজ ডেস্কঃ কৰোনা পৰিস্থিতিত কলেজ, বিশ্ববিদ্যালয়ত নামভৰ্তি প্রক্রিয়া আৰু পাঠদান আৰম্ভ কৰাৰ দিন জনালে বিশ্ববিদ্যালয় অনুদান আয়োগে (ইউজিচি)। শিক্ষা প্রতিষ্ঠানবোৰক...

অৱশেষত সংঘাত দূৰ হ’ল পঞ্জাব কংগ্রেছত!‌ ৰাজ্যিক সভাপতিৰ দায়িত্বৰ দিশে সিদ্ধু

অৱশেষত সংঘাত দূৰ হ’ল পঞ্জাব কংগ্রেছত!‌ ৰাজ্যিক সভাপতিৰ দায়িত্বৰ দিশে সিদ্ধু

নিউজ ডেস্কঃ অৱশেষত অচলাৱস্থা দূৰ হ’ল পঞ্জাব কংগ্রেছত। কিছু হ’লেও বিবাদ আঁতৰিল দুই শীৰ্ষ মুখৰ। মুখ্যমন্ত্রী পদতে থাকিব অমৰিন্দৰ সিং।...

অমানৱীয়!‌ ৬৫ বছৰীয়া বৃদ্ধ পিতৃৰ ওঁঠ চিলাই কৰি ৰে’ললাইনত বান্ধি থলে সতীয়া পুত্ৰই

অমানৱীয়!‌ ৬৫ বছৰীয়া বৃদ্ধ পিতৃৰ ওঁঠ চিলাই কৰি ৰে’ললাইনত বান্ধি থলে সতীয়া পুত্ৰই

নিউজ ডেস্কঃ এগৰাকী ৬৫ বছৰীয়া বৃদ্ধৰ সৈতে যি ঘটিল, সেয়া মর্মান্তিক। ওঁঠ চিলাই কৰি ৰে’ললাইনত পেলাই থলে সতীয়া পুত্ৰই। স্থানীয়...

ৰাষ্ট্রদ্রোহ আইন ‘ঔপনিবেশিক’ আখ্যা ছুপ্ৰিম কোৰ্টৰ : বাতিলৰ চিন্তা-চৰ্চা কৰিবলৈ ক’লে কেন্দ্ৰক

ৰাষ্ট্রদ্রোহ আইন ‘ঔপনিবেশিক’ আখ্যা ছুপ্ৰিম কোৰ্টৰ : বাতিলৰ চিন্তা-চৰ্চা কৰিবলৈ ক’লে কেন্দ্ৰক

নিউজ ডেস্কঃ ব্রিটিছ যুগত প্ৰৱৰ্তন হোৱা ৰাষ্ট্রদ্রোহ আইনৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো কিয় প্ৰয়োজন আছে? বৃহস্পতিবাৰে এই প্রশ্ন উত্থাপন কৰিলে...

স্বামীৰ হাত এৰাই ১০ মহলাৰ পৰা মাটিত পৰিল পত্নী ! তাৰ পিছত…

স্বামীৰ হাত এৰাই ১০ মহলাৰ পৰা মাটিত পৰিল পত্নী ! তাৰ পিছত…

নিউজ ডেস্কঃ স্বামীৰ সৈতে কাজিয়া। তাৰ পিছত ১০ মহলীয়া ফ্লেটৰ পৰা জাঁপ দিবলৈ উদ্যত হৈছিল এগৰাকী মহিলা। কিন্তু স্বামীয়ে তেওঁৰ...

সুৰাৰ বিপণীত সোমাই বটল খুলি মদ খালে বান্দৰে ! ভিডিও ভাইৰেল

সুৰাৰ বিপণীত সোমাই বটল খুলি মদ খালে বান্দৰে ! ভিডিও ভাইৰেল

নিউজ ডেস্কঃ সুৰাপ্রেমীৰ দৰে সুৰাৰ সোমাই নির্দিষ্ট স্থানৰ পৰা সুৰাৰ বটল লৈ ঢোকঢোককৈ মদ্যপান আৰম্ভ কৰিলে এটি বান্দৰে। সুৰাপ্রেমী বান্দৰৰ...

Page 1016 of 1261 1 1,015 1,016 1,017 1,261
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist