Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ
আজি সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ (Lata Mangeshkar) ৯৪ সংখ্যক জন্মবাৰ্ষিকী (94th birth anniversary)। সেই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Narendra Modi)...