ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Entertainment

Mika Singh Marriage controversy : সয়ম্বৰৰ মঞ্চত বাছি লোৱা সঙ্গীৰে বিয়াত নবহে মিকা সিং

নিউজ ডেস্কঃ

News Desk by News Desk
September 18, 2023
Reading Time: 1 min read
A A
0
Mika Singh Marriage controversy : সয়ম্বৰৰ মঞ্চত বাছি লোৱা সঙ্গীৰে বিয়াত নবহে মিকা সিং

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ

Pariniti Chopra marriage ceremony I পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ

Jawan box office collection I ১৮ দিনত ১০০০ কোটি অতিক্ৰম ‘জোৱান’ৰ

যোৱা বছৰ কণ্ঠশিল্পী মিকা সিঙে (Singer Mika Singh) আয়োজন কৰিছিল সয়ম্বৰ। শ্ব’টোৰ নাম আছিল ‘সয়ম্বৰ- মিকা দি বোটি’ (Sayambar – Mika di Boti)। এই শ্ব’টোৰ জৰিয়তে মিকাই নিজৰ জীৱন সংগী বিচাৰি পায়। ফাইনেললৈ উন্নীত হৈছিল নীট মহল, থানহিকা দাস আৰু আকাংক্ষা পুৰী। থানহিকা আৰু নীটক এৰি মিকাৰ হৃদয় জয় কৰে তেওঁৰ পুৰণি বান্ধৱী আকাংক্ষাই (Akanksha Puri)। আকাংক্ষাই ৱাইল্ড কাৰ্ডৰ জৰিয়তে প্ৰতিযোগিতাত যোগদান কৰিছিল। পাঞ্জাবী গায়কগৰাকীৰ অভিনেত্ৰীগৰাকীৰ লগত চিনাকি তেৰ-চৈধ্য বছৰ ধৰি। ইজনে সিজনৰ ঘনিষ্ঠ বন্ধু। এটা সময়ত দুয়োৰে মাজত সম্পৰ্ক আছিল। সেই হেঁপাহেৰে মিকাই সয়ম্বৰৰ মঞ্চত মালা পিন্ধায়। ছমাহৰ পিছত দুয়োৰে বিয়া হʼবলগা আছিল। কিন্তু বছৰ পাৰ হৈ গʼল যদিও তেওঁলোকৰ মুখত বিয়াৰ নাম নাই। অৱশেষত মিকাই বিয়া ভাঙাৰ কথা ঘোষণা (Mika announces break-up marriage) কৰিলে। কিন্তু কিয়? গায়কগৰাকীয়ে নিজেই কৈছে ইয়াৰ কাৰণ।

সৰু পৰ্দাৰ অভিনেত্ৰী হৈছে আকাংক্ষা। কেইবাজনো টেলিভিছন নায়কৰ সৈতে তেওঁৰ ৰোমাঞ্চৰ বাতৰিও শুনা যায়। উদ্যোগটোৰ ভিতৰতে পৰিচিত হʼলেও তেওঁ মিকাৰ সৈতে এই শ্ব’টো কৰি দৰ্শকৰ দৃষ্টিগোচৰ হৈছিল। তেতিয়াৰ পৰাই তেওঁ লাইমলাইটলৈ আহে। ‘বিগ বছ অ’টিটি ২’ৰ ঘৰলৈ মতাৰ পিছত তেওঁ ইয়াত অংশগ্ৰহণ কৰে।

mika 0 | ASSAM TIMES POST

ছচিয়েল মিডিয়াত তেওঁৰ আৰু ডুবাইৰ মডেল জাদ হাদিদৰ মাজত হোৱা লিপ কিছক লৈও ধুমুহাৰ সৃষ্টি হয়। এই ঘটনাৰ কেইদিনমানৰ ভিতৰতে আকাংক্ষাই বিগবছৰ ঘৰৰ পৰা ওলাই যায়। যদিও সেই সময়ত মিকাৰ বিষয়টো অহাত তেওঁলোক ইজনে সিজনৰ ‘ঘনিষ্ঠ বন্ধু’ বুলি আকাংক্ষাই কয়। কিন্তু এইবাৰ মিকাই স্পষ্টকৈ কʼলে যে তেওঁলোকৰ বিয়া নহয়।

মিকাই কয়, “শ্ব’টোত আকাংক্ষাক জীৱন সংগী হিচাপে বাছি লৈছিলো যদিও পিছত উপলব্ধি হৈছিল যে আমি ইজনে সিজনৰ বাবে উপযুক্ত নহয়।” মই এজন গায়ক। তেওঁ এগৰাকী অভিনেত্ৰী। বছৰৰ বেছিভাগ সময় শ্ব’ৰ বাবেই দেশৰ বাহিৰত থাকিবলগীয়া হয়। তেওঁৰ কাম মুম্বাইত। তেওঁ গায়িকা হওক বা নহওক, আমি একেলগে কিবা এটা ভাবিব পাৰিলোঁহেঁতেন। কিন্তু তেওঁৰ পেছা মোৰ পৰা সম্পূৰ্ণ পৃথক।”

মিকাই লগতে কয়, “শ্ব’টোৰ বিষয়ে একোৱেই পূৰ্ব পৰিকল্পনা কৰা হোৱা নাছিল। আনকি আকাংক্ষাৰ শ্ব’ত প্ৰৱেশ হঠাতে হয়। কিন্তু বিবাহ এটা ডাঙৰ সিদ্ধান্ত। ভৱিষ্যতে আক্ষেপ কৰিব নিবিচাৰো। গতিকে নিজৰ বাবে সময় লৈছোঁ।”

Share this:

  • Twitter
  • Facebook

Like this:

Like Loading...

Related

Tags: MikaSinghMarriageমিকাসিংবিয়া
Share5Tweet3Send

Related Posts

Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ
Entertainment

Lata Mangeshkar birth anniversary I জন্মদিনত কিংবদন্তি লতা মংগেশকাৰক স্মৰণ নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ

by News Desk
September 28, 2023
57
Pariniti Chopra marriage ceremony I পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ
Entertainment

Pariniti Chopra marriage ceremony I পৰিনীতি চোপ্ৰাৰ বিয়াত কিয় উপস্থিত নাই প্ৰিয়ংকা, তীব্ৰ সমালোচনা অনুৰাগীৰ

by News Desk
September 27, 2023
62
Jawan box office collection I ১৮ দিনত ১০০০ কোটি অতিক্ৰম ‘জোৱান’ৰ
Entertrainment

Jawan box office collection I ১৮ দিনত ১০০০ কোটি অতিক্ৰম ‘জোৱান’ৰ

by News Desk
September 26, 2023
56
Salman Khan on box office collection I ১০০ কোটি নহয়, ১০০০ কোটিৰ লক্ষ্য এতিয়া ছবি উদ্যোগত, ছলমান খান
Entertainment

Salman Khan on box office collection I ১০০ কোটি নহয়, ১০০০ কোটিৰ লক্ষ্য এতিয়া ছবি উদ্যোগত, ছলমান খান

by News Desk
September 22, 2023
51
Blockblaster Jawan I ৩০ কোটিও দিব নিবিচৰা এটলীক শ্বাহৰুখে ‘জোৱান’ৰ বাবে এটা ফোনতে কিমান টকা বাজেট দিছিল?
Entertainment

Blockblaster Jawan I ৩০ কোটিও দিব নিবিচৰা এটলীক শ্বাহৰুখে ‘জোৱান’ৰ বাবে এটা ফোনতে কিমান টকা বাজেট দিছিল?

by News Desk
September 16, 2023
55
Shahrukh Khan Jawan I ‘জোৱান’ চাই খঙত অগ্নিশৰ্মা দৰ্শক, ইংলেণ্ডৰ দৰ্শকে ঘূৰাই বিচাৰিলে টিকটৰ মূল্য !
Entertrainment

Shahrukh Khan Jawan I ‘জোৱান’ চাই খঙত অগ্নিশৰ্মা দৰ্শক, ইংলেণ্ডৰ দৰ্শকে ঘূৰাই বিচাৰিলে টিকটৰ মূল্য !

by News Desk
September 13, 2023
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

Pro Khalistan threatening I বিশ্বকাপৰ উদ্বোধনী মেচত নিজ্জৰ হত্যাৰ প্ৰতিশোধৰ ভাবুকি

September 29, 2023
Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

Bomb blast in Pakistan I পাকিস্তানৰ ধৰ্মীয় সভাত বিস্ফোৰণত নিহত ৫০, আহত প্ৰায় ১৫০

September 29, 2023
Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

Youth assaults I নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত উদণ্ড যুৱকৰ উদ্ভণ্ডালি

September 29, 2023

Categories

ALL NEWS (17263) Assam (12731) BREAKING NEWS (6433) Business (29) Economy (70) Editorial (11) EDUCATION AND TECHNOLOGY (79) Entertainment (743) Entertrainment (393) EXCLUSIVE (124) Fashion (9) Featured (20) Features (30) Guwahati (1897) Health & Fitness (614) Jobs & Career (6) KARBI ANGLONG (2727) Lifestyle (23) literature (16) National-International (6266) NORTHEAST (607) Novels (3) Photo (4) Poems (9) Political (110) Recipes (6) Sports News (404) Stories (9) Tech (13) Travel (6) Uncategorized (15) Video News (90)

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us
No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In
%d bloggers like this: