ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

নিউড ডেস্কঃ

News Desk by News Desk
April 10, 2025
Reading Time: 1 min read
A A
0
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

New Logo Smal | ASSAM TIMES POST

ভাৰতীয় ছবিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। শ্বাহৰুখ খান আৰু কাজল (Shah Rukh Khan and Kajol) অভিনীত ‘দিলৱালে দুলহনিয়া লে জায়েংগে (ডি ডি এল জে)’ৰ লণ্ডনৰ বিখ্যাত লেষ্টাৰ স্কোৱাৰত (London’s famous Lester Square) প্ৰতিমূৰ্তি স্থাপন (Installing statue) কৰা প্ৰথমখন ভাৰতীয় ছবি হিচাপে পৰিগণিত হ’ব। ছবিখনৰ এটা আইকনিক মুহূৰ্তত প’জ দিয়া ৰাজ-চিমৰানৰ ব্ৰঞ্জৰ মূৰ্তি এটা এই বছৰতে ‘ছিনছ ইন দ্য স্কোৱাৰ মুভি ট্ৰেইল’ৰ অংশ হিচাপে উন্মোচন কৰা হ’ব।

বলীউডৰ এই চিৰসেউজ প্ৰেম কাহিনী এতিয়া সংযোজিত হৈছে মেৰী পপিন্সৰ সৈতে হেৰী পটাৰ, মিষ্টাৰ বিনৰ দৰে ছবি জগতৰ আন্তঃৰাষ্ট্ৰীয় মানচিত্ৰত। আয়োজক সংস্থা ‘হাৰ্ট অৱ লণ্ডন বিজনেছ এলায়েন্স’-এ এই সন্দৰ্ভত কয়, ‘ডি ডি এল জে’ৰ এই সন্মান ৩০ বছৰৰ পূৰ্ণ হোৱাৰ উপহাৰ।

film | ASSAM TIMES POST
লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

ছবিখনৰ বহু দৃশ্য লণ্ডনৰ টাৱাৰ ব্ৰীজ, কিংছ ক্ৰছ ষ্টেচন, হাইড পাৰ্ক আৰু লেষ্টাৰ স্কোৱাৰত লোৱা হৈছিল। এইবাৰ প্ৰেমৰ ইতিহাস ৰচিত হ’ল প্ৰেমৰ নগৰত।” সংস্থাটোৰ উপ-মুখ্য মাৰ্ক উইলিয়ামছে কয়, “শ্বাহৰুখ-কাজল আন্তঃৰাষ্ট্ৰীয় চিনেমাৰ কিংবদন্তি। ডি ডি এল জে কেৱল বলীউডৰে নহয়, বিশ্বৰ অন্যতম সফল চিনেমা। এই ছবিখনত প্ৰথমবাৰৰ বাবে লেষ্টাৰ স্কোৱাৰ দেখা গৈছিল। এই মূৰ্তিটোৱে কেৱল বলীউডৰ নহয়, লণ্ডনৰ বৈচিত্ৰ্যকো উদযাপন কৰে। গতিকে এই প্ৰতিমূৰ্তিটোৱে বৈচিত্ৰ্য আৰু চিনেমাক একত্ৰিত কৰিব।”

যশ ৰাজ ফিল্মছৰ অন্যতম নেতা অক্ষয় উইধানীয়ে কয়, “ডি ডি এল জে মুক্তি পোৱাৰ সময়ত ছবিখনে বলীউডক বিশ্বৰ মানচিত্ৰত স্থান দিবলৈ সক্ষম হৈছিল। গতিকে এই ব্ৰঞ্জৰ মূৰ্তিটো কেৱল সন্মান নহয়, ই এক সাংস্কৃতিক সেতু বন্ধন যে মানুহে এতিয়াও সেই প্ৰেম কাহিনীত বিশ্বাস কৰে।”

উল্লেখ্য যে এই ছবিখনৰ দৃশ্যগ্ৰহণ লণ্ডনৰ কিংছ ক্ৰছ ষ্টেচন, টাৱাৰ ব্ৰীজ, হাইড পাৰ্ক আৰু হৰ্চগাৰ্ডছ এভিনিউ আদি কেইবাটাও স্থানত কৰা হৈছিল। এতিয়া লণ্ডনৰ চিনেমা ষ্ট্ৰীটে সেই সকলোবোৰ মুহূৰ্তৰ সাক্ষী হ’বলৈ গৈ আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ShahrukhKajalStatueশ্বাহৰুখ-কাজলৰপ্ৰতিমূৰ্তি
Share5Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী
National-International

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
50
Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ
National-International

Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

September 9, 2026
50
Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান
DIPHU

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

September 9, 2026
50
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

Online shopping : ভুৱা লেবেল লগাই ম্যাদ উকলা খাদ্য বিক্ৰী, আমাজন, ইনষ্টামাৰ্টৰ পৰা জব্দ প্ৰায় ৩ কোটিৰ খাদ্য সামগ্ৰী

September 9, 2026
Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

Body recovered : বাসগৃহৰ পৰা উদ্ধাৰ দিল্লীৰ প্ৰাক্তন মুখ্য সচিবৰ মৃতদেহ, আত্মহত্যাৰ সন্দেহ

September 9, 2026
Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

Pass away : ডিফুৰ বিদূষী তথা ধৰ্মপ্ৰাণ মহিলা ৰুকিয়া বেগমৰ দেহাৱসান

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d