ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

নিউজ ডেস্কঃ

News Desk by News Desk
October 24, 2026
Reading Time: 1 min read
A A
0
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

RELATED POSTS

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

New Logo Smal | ASSAM TIMES POST

ডিমা হাছাও জিলাত চাঞ্চল্যকৰ ঘটনা। চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ। ইয়াকে লৈ বিবুধিত পৰিছে আৰক্ষী। দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে পাহাৰীয়া জিলাখনত। উদ্ধাৰ হৈছে এই অচিনাক্ত মৃতদেহকেইটা। এতিয়া মৃতদেহ দুটা চিনাক্ত কৰিব নোৱাৰি আৰক্ষীও বিবুধিত পৰিছে। শুকুৰবাৰে মাইবঙৰ গিডিংপুৰ বনাঞ্চলত এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়।

half | ASSAM TIMES POST
চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

আনহাতে, যোৱা ২০ অক্টোবৰতো নিউ হাফলঙৰ সমীপৰ দিয়ুং নদীত উদ্ধাৰ হৈছিল এটা মৃতদেহ। মাত্ৰ চাৰিটা দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক গুৰুত্বসহকাৰে লৈ ডিমা হাচাও আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় ডিমা হাচাও জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰিপুঞ্জয় কাকতি। তেওঁ মৃতদেহকেইটা তন্নতন্নকৈ পৰীক্ষা কৰি তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে এয়া কোনো দুৰ্ঘটনা নে হত্যাকাণ্ড সেয়া এতিয়াও স্পষ্ট হোৱা নাই। লগতে মৃতদেহ দুটাৰ পৰিচয় সম্পৰ্কেও কোনো তথ্য লাভ কৰা হোৱা নাই। কিন্তু মাত্ৰ চাৰিটা দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই পাহাৰীয়া জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Bodyrecovered
Share4Tweet3Send

Related Posts

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

by News Desk
August 4, 2026
50
Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

by News Desk
July 30, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

by News Desk
July 22, 2026
50
Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns
Dima Hasao

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns

by ASSAM TIMES POST
September 10, 2025
57
ADVERTISEMENT
Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক
National-International

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
50
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ
Assam

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
50
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য
Dima Hasao

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026
50
Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা
National-International

Haryana power crisis : বিদ্যুৎকৰ্মীৰ ধৰ্মঘটত অচল হাৰিয়ানা; পানী নাই, বন্ধ কাৰখানা

October 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

Rape case : ঘৰৰ ওচৰৰ পৰা উঠাই নি দলবদ্ধ ধৰ্ষণ, ৭ অভিযুক্তৰ তিনিজন নাবালক

October 24, 2026
Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

Lumding theft case : লামডিঙত পুত্ৰৰ বিৰুদ্ধে মাতৃৰ চুৰিৰ অভিযোগ

October 24, 2026
Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

Unidentified body recovered : চাৰি দিনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ, ডিমা হাছাওত চাঞ্চল্য

October 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d