ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
July 22, 2026
Reading Time: 1 min read
A A
0
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns

ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ (Dima Hasao Autonomous Council)ৰ উপাধ্যক্ষ পদ (Dy speaker)ত ফ্লেমিং ৰূপছী (Flaming Rupchi) বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ জিলাখনৰ জাতিংগা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা ফ্লেমিং ৰূপছি স্বায়ত্তশাসিত পৰিষদখনৰ পাৰিষদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে৷ ৰূপছীক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰাৰ বাবে পৰিষদৰ সদস্যসকলৰ আস্থা আৰু সমৰ্থনত তেওঁ উৎফুল্লিত হৈ পৰিছে ৷

dima | ASSAM TIMES POST
ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

এতিয়াৰে পৰা তেওঁ পৰিষদৰ কাম-কাজত গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰি অধ্যক্ষৰ অনুপস্থিতিত পৰিষদৰ কাৰ্যবিধি পৰিচালনাৰ দায়িত্ব বহন কৰিব৷ ইফালে ৰূপছী বিনা প্ৰতিদ্বন্দ্বিতাৰে উপাধ্যক্ষ নিৰ্বাচিত হোৱাত জিলাখনৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা, পৰিষদৰ সদস্য আৰু শুভাকাংক্ষীসকলে তেওঁক অভিনন্দন জ্ঞাপন কৰিছে। লগতে উপাধ্যক্ষ হিচাপে তেওঁৰ কাৰ্যকালত পৰিষদৰ ফলপ্ৰসূ কাৰ্যকলাপ আৰু উন্নয়নত অৰিহণা যোগাব বুলি আশা প্ৰকাশ কৰিছে।

Tags: DHAC
Share4Tweet3Send

Related Posts

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns
Dima Hasao

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns

by ASSAM TIMES POST
September 10, 2025
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx