ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

ষ্টাফ ৰিপ'ৰ্টাৰঃ

News Desk by News Desk
August 4, 2026
Reading Time: 1 min read
A A
0
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns

ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ (Dima Hasao Autonomous Council)ৰ ২০২৬-২৭ বিত্তীয় বৰ্ষ (Financial year 2026-27)ৰ বাজেট অধিৱেশন (Budget Session) মঙলবাৰে এদিনীয়ে কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ পাহাৰীয়া জিলাখনৰ উন্নয়নমূলক আঁচনিৰ বাবে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে মুঠ ১,২৩২ কোটি টকা (₹1,232 crore)ৰ বাজেট নিৰ্ধাৰণ (Budget setting) কৰা হয়৷ এই বিশেষ অধিৱেশনত পৰিষদৰ বিত্ত বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য ডনপাইনন থাওছেনে বাজেট দাখিল কৰি আয়-ব্যয়ৰ বিস্তৃত বিত্তীয় পৰিকল্পনা উপস্থাপন কৰে। আনহাতে, অধ্যক্ষ মোহিত হোজাইৰ অধ্যক্ষতাত অনুষ্ঠিত বাজেট অধিৱেশনত পৰিষদৰ সকলো সদস্যই এই বাজেট আবণ্টনক সমৰ্থন জনায়।

বাজেট ভাষণত ডনপাইনন থাওছেনে কয় যে অসম চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে পৰিষদৰ আৰ্থিক ব্যৱস্থা অধিক শক্তিশালী হোৱাৰ লগতে পৰিষদৰ ক্ষমতাও যথেষ্ট বৃদ্ধি পাইছে। উত্থাপন কৰা মুঠ বাজেটৰ ৮৮৯ কোটি টকা ৰাজ্যিক অগ্ৰাধিকাৰ উন্নয়ন আঁচনিৰ অধীনত সাধাৰণ খণ্ডৰ কৰ্মচাৰীৰ দৰমহা, বিভিন্ন উন্নয়নমূলক কাম-কাজ আৰু উন্নয়ন পুঁজিৰ বাবে ধাৰ্য কৰা হৈছে। আনহাতে, এমএচি এলেকা উন্নয়ন পুঁজি নামেৰে এক নতুন আঁচনি আৰম্ভ কৰি তাত ৩০ কোটি টকা আবণ্টন কৰা হৈছে।

dima | ASSAM TIMES POST
ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

উল্লেখ্য যে প্ৰতিষ্ঠানগত ব্যয়ৰ অধীনত পৰিষদে ২৩২ কোটি টকা সংৰক্ষণ কৰি ৰাখিছে। এই টকাৰে পৰিষদৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা, গ্ৰেচুইটি আৰু প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসকলৰ দৰমহা পৰিশোধ কৰা হ’ব।

অধিৱেশনৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গৰ্লোছাই কয় যে অঞ্চলটোৰ সামগ্ৰিক কল্যাণ আৰু উন্নয়নৰ স্বাৰ্থত এই পুঁজিৰ যাতে সঠিক ব্যৱহাৰ হয় সেইটো নিশ্চিত কৰা হ’ব। কৰ, ভূমি ৰাজহ আৰু বনজ সম্পদৰ পৰা আয় বৃদ্ধিৰ ক্ষেত্ৰত পৰিষদে বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰাৰ লগতে যুৱ সবলীকৰণৰ ক্ষেত্ৰত বিশেষভাৱে শিক্ষা, ক্ৰীড়া আৰু পৰ্যটন খণ্ডত অগ্ৰাধিকাৰ দিব বুলিও তেওঁ উল্লেখ কৰে৷

Tags: DHACBudget2026-27
Share4Tweet3Send

Related Posts

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি
Dima Hasao

Dimasa language : ডিমা-হাছাওত ডিমাচা ভাষাক চৰকাৰী ভাষাৰ আনুষ্ঠানিক স্বীকৃতি

by News Desk
July 30, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

by News Desk
July 22, 2026
50
Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns
Dima Hasao

Safety Urgency: Head-On Collision at Umrangso’s 25 Kilo S-Turning Raises Alarming Concerns

by ASSAM TIMES POST
September 10, 2025
50
ADVERTISEMENT
DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
Dima Hasao

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
50
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত
National-International

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
50
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো
National-International

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026
50
Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি
KARBI ANGLONG

Budget session of KAAC : ১১৩৬.৩৫ কোটিৰ বাজেট গ্ৰহণেৰে কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ বাজেট অধিৱেশনৰ সামৰণি

August 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন

August 4, 2026
Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

Faridabad Teacher murder : ফৰিদাবাদ শিক্ষয়িত্ৰী হত্যাকাণ্ড : দুমাহ ধৰি পৰিকল্পনা, স্বামীৰ পৰিচয় দি বিদ্যালয়ত সোমাইছিল অভিযুক্ত

August 4, 2026
Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

Air India : এয়াৰ ইণ্ডিয়াৰ বিমানত আন এক দুৰ্ঘটনা, তীব্ৰ জোকাৰণিত আহত কেইবাজনো

August 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx