DHAC Budget 2026-27 : ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ বাবে ২০২৬-২৭ বৰ্ষত ১,২৩২ কোটিৰ বাজেট অনুমোদন
ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ (Dima Hasao Autonomous Council)ৰ ২০২৬-২৭ বিত্তীয় বৰ্ষ (Financial year 2026-27)ৰ বাজেট অধিৱেশন (Budget Session) মঙলবাৰে এদিনীয়ে ...







