ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

নিউজ ডেস্কঃ

News Desk by News Desk
April 20, 2026
Reading Time: 1 min read
A A
0
Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

RELATED POSTS

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

New Logo Smal 1 | ASSAM TIMES POST

প্রখ্যাত অভিনেতা (Famous actor) জনি লিভাৰৰ কন্যা (Johnny Lever’s daughter) তথা জনপ্রিয় কৌতুক অভিনেত্ৰী (Comedian actress) জেমি লিভাৰে (Jamie Lever) সম্প্রতি তেওঁৰ শৈশৱৰ কিছু ভয়াৱহ অভিজ্ঞতা (Terrible childhood experience)ৰ কথা প্রকাশ কৰিছে। এক সাক্ষাৎকাৰত তেওঁ কয় কেনেদৰে শৈশৱত তেওঁ একাধিকবাৰ অশালীন আচৰণৰ চিকাৰ (Victim of obscene behavior) হ’বলগা হৈছিল। আৰু এই পৰিস্থিতিয়ে তেওঁৰ মনত দীর্ঘস্থায়ী ক্ষতৰ সৃষ্টি কৰিছিল।

জেমিয়ে জনোৱা অনুসৰি, মুম্বাইৰ স্কুলত পঢ়ি থকাৰ সময়ত এদিন স্কুলৰ বাহিৰত গাড়ীৰ বাবে অপেক্ষা কৰি থকাৰ সময়ত এজন ব্যক্তিয়ে চৰম অশালীন আচৰণ আৰম্ভ কৰে। সেই সময়ত মাত্র ১০-১২ বছৰ বয়সৰ জেমিয়ে ঘটনাটোত ইমানেই আতঙ্কিত হৈ পৰিছিল যে ভয়ত গাড়ীৰ দৰ্জা তলা লগাই দিয়ে। কেৱল সেয়াই নহয়, জেমিয়ে অভিযোগ কৰে যে যিসকলৰ ওপৰত স্কুলৰ শিশুসকলৰ সুৰক্ষাৰ দায়িত্ব থাকে, সেই স্কুল বাছৰ কণ্ডাক্টৰেই মাজে সময়ে তেওঁৰ সৈতে আপত্তিজনক আচৰণ কৰিছিল আৰু অতি কুৎসিতভাৱে স্পর্শ কৰিছিল।

jami | ASSAM TIMES POST
গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

আনহাতে, আন্ধেৰী ষ্টেচনত ঘটা আন এটি ঘটনাৰ স্মৃতিচাৰণ কৰি তেওঁ কয় যে এবাৰ এজন ব্যক্তিয়ে প্রকাশ্যে তেওঁৰ পথ অৱৰোধ কৰি সন্মুখত থিয় হৈ অত্যন্ত কুৰুচিকৰ অংগী-ভংগী কৰিছিল। এনেধৰণৰ এটাৰ পিছত ঘটা আন এটা ঘটনাই জেমিক মানসিকভাৱে ইমানেই বিপর্যস্ত কৰিছিল যে তিনি সুদীর্ঘকাল ধৰি পুৰুষৰ পৰা নিৰাপদ দূৰত্বত থাকিবলৈ লৈছিল। লগতে জেমিয়ে স্বীকাৰ কৰে, “এই ঘটনাবোৰ মোৰ বাবে দুঃস্বপ্নৰ দৰে। বছৰৰ পিছত বছৰ মই নিজকে আঁতৰাই ৰাখিছিলো। কোনো  পুৰুষৰ সৈতে হলিগলি কৰা বা সম্পর্ক স্থাপনৰ কথা ভাবিবই পৰা নাছিলোঁ।”

অৱশেষত যেতিয়া তেওঁ উচ্চশিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল তাৰ পিছৰ পৰাহে তেওঁ লাহে লাহে সেই মানসিক পৰিস্থিতিৰ পৰা নিজকে মুক্ত কৰিবলৈ চেষ্টা কৰে। উল্লেখযোগ্য যে জনি লিভাৰৰ কন্যা হিচাপে এক পৰিচয় থাকিলেও নিজৰ মেধাৰে জেমিয়ে আজি বিনোদন জগতত নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰি লৈছে। ২০১৫ চনত বলিউডত অভিষেক ঘটোৱাৰ পিছত বর্তমান তেওঁ সামাজিক মাধ্যমত তেওঁৰ নিখুঁত মিমিক্রি আৰু হাস্যৰসপূৰ্ণ কৌতুক ভিডিওৰ বাবে অতি জনপ্রিয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Jamielever
Share4Tweet3Send

Related Posts

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ
Entertrainment

Sushant Singh Rajput : সুশান্ত সিং ৰাজপুতৰ মেনেজাৰ দিশা ছালিয়ানৰ ৰহস্যজনক মৃত্যু, ৬ বছৰৰ পাছত চিবিআই তদন্তৰ নিৰ্দেশ

by News Desk
September 2, 2026
51
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
51
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
69
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
60
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
76
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d