ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

নিউজ ডেস্কঃ

News Desk by News Desk
September 1, 2026
Reading Time: 1 min read
A A
0
CJP protest : কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

RELATED POSTS

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

New Logo Smal 4 | ASSAM TIMES POST

দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত নীট কেলেংকাৰিৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীয়ে (CJP students protest) ৰাজপথলৈ ওলাই আহে। সেই কাৰ্যসূচীত ২০ৰ পৰা ২৫ জুলাইৰ ভিতৰত সংঘটিত হোৱা বিভিন্ন ঘটনাৰ বাবে প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ (Case filed against the protester) উচ্চতম ন্যায়ালয়ে বাতিল (Canceled by the Supreme Court) কৰিছে। এই গোচৰত তেওঁলোকে সংবিধানৰ ১৪২ নং অনুচ্ছেদৰ প্ৰয়োগ কৰিছে। অৱশ্যে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে কয় যে বিগত সময়ত অপৰাধমূলক গোচৰ থকা ২৮৭৩জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে নতুনকৈ এফআইআৰ দাখিল কৰিব পাৰে। ৫ ছেপ্টেম্বৰত ঘোষণা কৰা প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা বুলি উচ্চতম ন্যায়ালয়ত ককৰোচ জনতা পাৰ্টীয়ে জনাইছে।

নীট কেলেংকাৰিৰ বিৰুদ্ধে আন্দোলনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল চিজেপিয়ে। আনকি এফআইআৰ প্ৰত্যাহাৰ কৰাৰ প্ৰতিশ্ৰুতিও পালন কৰা নাছিল। সেইবাবেই চিজেপিয়ে ৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছিল। উল্লেখ্য যে তাৰ পিছত সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীয়ে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। কেন্দ্রীয় চৰকাৰে নতুন কার্যসূচী ঘোষণা কৰিবলৈ হেঁচাত পৰিছিল বুলি ধাৰণা কৰা হৈছে৷ নীট প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে উত্থাপিত এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু দিল্লী আৰক্ষীৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ২০ৰ পৰা ২৫ জুলাইৰ ভিতৰত প্ৰতিবাদৰ সময়ত সংঘটিত হোৱা ঘটনাৰ সৈতে জড়িত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো নতুন এফআইআৰ ৰুজু কৰা নহ’ব।

cjp | ASSAM TIMES POST
কেন্দ্ৰই মানিলে দাবী; চিজেপিৰ সমদল প্ৰত্যাহাৰ, দেশজুৰি চলি থকা গোচৰ বাতিল উচ্চতম ন্যায়ালয়ৰ

ইয়াৰ পিছতে মঙলবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰি কয়, “যদি ২০ৰ পৰা ২৫ জুলাইৰ ভিতৰত প্ৰতিবাদ কাণ্ডৰ সৈতে জড়িত আন কোনো ৰাজ্যত প্ৰতিবাদকাৰীৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা হয়, তেন্তে সেইটো বাতিল কৰা বুলি গণ্য কৰা হ’ব।” অৱশ্যে বিগত সময়ত অপৰাধ সংঘটিত কৰা ২৮৭৩ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নতুনকৈ গোচৰ ৰুজু কৰিব দিল্লী আৰক্ষীয়ে।

কেন্দ্ৰ আৰু দিল্লী আৰক্ষীৰ আবেদন :

মঙলবাৰে ছলিচিটৰ জেনেৰেল মেহতাই ২৫ জুলাইত কেন্দ্ৰীয় চৰকাৰ আৰু চিজেপিৰ মাজত হোৱা আলোচনা সন্দৰ্ভত আদালতক বিতং তথ্য প্ৰদান কৰে। তাৰ পিছত তেওঁ দিল্লী আৰক্ষীৰ আবেদনৰ কথা উল্লেখ কৰে। আবেদনখনত দিল্লী আৰক্ষীয়ে জনোৱা মতে, বিগত সময়ত অপৰাধমূলক গোচৰ থকা ২৮৭৩ জন প্ৰতিবাদকাৰীৰ বিৰুদ্ধে নতুনকৈ এফআইআৰ ৰুজু কৰা হ’ব। মেহতাই লগতে কয় যে পশ্চিমবংগ, বিহাৰ, অসম আৰু মহাৰাষ্ট্ৰ চৰকাৰে প্ৰতিশ্ৰুতি পালন কৰি প্ৰতিবাদকাৰীৰ বিৰুদ্ধে এফআইআৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। নীট কেলেংকাৰীৰ পিছত আত্মহত্যা কৰা ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদানৰ কথাও কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে। সেই প্ৰক্ৰিয়াটোৰ বিষয়ে চিন্তা কৰিবলৈ তিনিমাহ বিচাৰিছে। উচচতম ন্যায়ালয়ে কয় যে তিনি মাহৰ ভিতৰত মৃত ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।

চিজেপিৰ ঘোষণা :

৫ ছেপ্টেম্বৰত চিজেপিয়ে ঘোষণা কৰা কাৰ্যসূচী বাতিল কৰা হৈছে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠত চিজেপিৰ মুখপাত্ৰ সৌৰভ দাসে কয়, “ভাৰত চৰকাৰে ইতিবাচক আশ্বাস দিছে। সেয়েহে চিজেপিয়ে অনুভৱ কৰিছে যে ৫ ছেপ্টেম্বৰৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰিব লাগে।” ইয়াৰ পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে, “দুয়ো পক্ষই ভাল আচৰণ কৰিলে সকলো সমাধান হ’ব পাৰে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: CJPProtest
Share5Tweet3Send

Related Posts

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

by News Desk
October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

by News Desk
October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

by News Desk
October 26, 2026
50
Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক
National-International

Kiss teenager : কিশোৰীক চুমা খোৱাৰ অপৰাধত পিতৃ আৰু বন্ধুৰ সৈতে উলংগ কৰি খোজকাঢ়িবলৈ বাধ্য কৰালে যুৱকক

by News Desk
October 26, 2026
50
Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ
National-International

Rahul Gandhi : অমিত শ্বাহৰ বিৰুদ্ধে ‘অপমানজনক’ মন্তব্যত ৰাহুল গান্ধীক দোষমুক্ত আদালতৰ

by News Desk
October 26, 2026
50
SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ
National-International

SIR row : এছআইআৰত কি ছফ্টৱেৰ ব্যৱহাৰ কৰা হয়, আৰটিআইৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ নিৰ্বাচন আয়োগৰ

by News Desk
October 26, 2026
50
ADVERTISEMENT
Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী
Guwahati

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
50
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ
National-International

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
50
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন
National-International

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026
50
Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ
National-International

Mallikarjun Kharge : মোদীৰ বাপেকো যাব লাগিব, খাৰ্গেৰ মন্তব্যৰ ক্ষমা বিচাৰি দেশজুৰি বিজেপিৰ প্ৰতিবাদ

October 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

Guwahati hotel firing : গুৱাহাটীৰ হোটেলত গুলীচালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ, নিহত হোটেলৰ স্বত্বাধিকাৰী

October 26, 2026
Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

Delhi pollutition : প্ৰদূষণ ৰোধৰ পদক্ষেপ দিল্লীৰ, ১ নৱেম্বৰৰ পৰা পুৰণি গাড়ী নিষিদ্ধ

October 26, 2026
Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

Indian Army : প্ৰেমিকাক গোপন সামৰিক তথ্য ফাদিল কৰাৰ অপৰাধত গ্ৰেপ্তাৰ অৱসৰপ্ৰাপ্ত সেনা কেপ্টেইন

October 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d