ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Fashion Entertrainment

Shahrukh Khan Jawan I ‘জোৱান’ চাই খঙত অগ্নিশৰ্মা দৰ্শক, ইংলেণ্ডৰ দৰ্শকে ঘূৰাই বিচাৰিলে টিকটৰ মূল্য !

নিউজ ডেস্কঃ

News Desk by News Desk
September 13, 2023
Reading Time: 1 min read
A A
0
Shahrukh Khan Jawan I ‘জোৱান’ চাই খঙত অগ্নিশৰ্মা দৰ্শক, ইংলেণ্ডৰ দৰ্শকে ঘূৰাই বিচাৰিলে টিকটৰ মূল্য !

logo new 2 1 1 4 1 3 1 5 | ASSAM TIMES POST

RELATED POSTS

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

৭ ছেপ্টেম্বৰত বিশ্বজুৰি মুক্তি লাভ কৰিছে শ্বাহৰুখ খানৰ (Shah Rukh Khan) বহু চৰ্চিত ছবি ‘জোৱান’ (Jawan)। শ্বাহৰুখ খানৰ প্ৰথমখন পান ইণ্ডিয়ান ছবি ‘জোৱান’ৰ পৰিচালনা দক্ষিণৰ পৰিচালক আটলীৰ। ছবিখন মুক্তি পোৱাৰ পূৰ্বেই বিপুল জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ প্ৰমাণ প্ৰথমদিনাৰ বক্স অফিচৰ ব্যৱসায়িক পৰিসংখ্যাই। শ্বাহৰুখ খানৰ ছবিখনে মুক্তিৰ দিনাই দেশত ৭৫ কোটি টকাৰ ব্যৱসায় কৰে।

বিশ্বব্যাপী ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰথমদিনাই সেই সংখ্যা ১২৫ কোটি। পঞ্চম দিনাবিশ্বজুৰি বক্স অফিচত মুঠ ৫৭৫ কোটি টকাৰ ব্যৱসায় কৰে। আমেৰিকা, ডুবাই, অষ্ট্ৰেলিয়াৰ দৰে দেশতো দৰ্শক আৰু অনুৰাগীয়ে ‘জোৱান’ উপভোগ কৰি আছে। কিন্তু ইংলেণ্ডত ইয়াৰ বিপৰীত ছবি (Opposite picture in England)। ছবিগৃহত ‘জোৱান’ চাই দৰ্শক পাগলৰ দৰে হৈ পৰে। কেৱল সেয়াই নহয়, ছবিখনৰ টিকটৰ মূল্যও ঘূৰাই দিবলৈ দাবী জনায়!

শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅʼত এহাল দম্পতীয়ে ইংলেণ্ডত ‘জোৱান’ চোৱাৰ অভিজ্ঞতা শ্বেয়াৰ কৰিছে। উক্ত ভিডিঅʼটোত তেওঁলোকে দুখ প্ৰকাশ কৰে। ভিডিঅʼটোৰ পৰা স্পষ্ট, ‘জোৱান’ক লৈ তেওঁলোক অতি উৎসাহী আছিল। কিন্তু থিয়েটাৰলৈ যোৱাৰ পিছত এটা সমস্যা হয়। ভিডিঅʼটোত দম্পতীহালে দাবী কৰিছে যে ছবিগৃহত ছবিখন ক্লাইমেক্স পাৰ্টৰ পৰাহে প্ৰদৰ্শন আৰম্ভ হৈছিল।

জোৱান'
জোৱান’ চাই খঙত অগ্নিশৰ্মা দৰ্শক, ইংলেণ্ডৰ দৰ্শকে ঘূৰাই বিচাৰিলে টিকটৰ মূল্য !

ফলত মুঠ সময়ৰ আধাতে ছবিখন সম্পূৰ্ণ হয়। পিছত পোহৰলৈ আহে যে কৰ্তৃপক্ষই ভুলতে ছবিখনৰ প্ৰথম খণ্ডৰ সলনি দ্বিতীয় খণ্ড দেখুৱাবলৈ আৰম্ভ কৰে। এই ভুলৰ মূল্য দৰ্শকক দিব লাগিব। কেৱল ছবিখন ভালদৰে চাব নোৱাৰাই নহয়, ছবিখন চোৱাৰ উত্তেজনাও হেৰুৱাই পেলাইছিল। ফলত দৰ্শক ক্ষোভিত হৈ পৰে। আনকি টিকটৰ মূল্য ঘূৰাই দিবলৈও দাবী (Demand to refund the ticket price) জনায়।

আনহাতে ‘জোৱান’ আমেৰিকা, ডুবাই, অষ্ট্ৰেলিয়াত ব্যৱসায় কৰি আছে। আনকি মুক্তিৰ চতুৰ্থ দিনটোতে শ্বাহৰুখৰ ছবিখনে ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰে। বিশ্ব বক্স অফিচত ইমান দ্ৰুত গতিত ৫০০ কোটি টকাৰ ব্যৱসায় কৰিও হিন্দী ছবিৰ ইতিহাসত এক নজিৰ গঢ়ি তুলিছে ‘জোৱান’-এ।

Tags: Jawanজোৱান
Share4Tweet3Send

Related Posts

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 
Entertrainment

Jamie lever : স্কুলৰ সন্মুখত তেওঁক দেখুৱাই কৰিছিল অভদ্ৰ আচৰণ, গোপনাংগত স্পৰ্শ কৰিছিল বাছ কণ্ডাক্টৰে; জনি লিভাৰৰ কন্যাৰ শৈশৱৰ ভয়াৱহ অভিজ্ঞতা প্ৰকাশ 

by News Desk
April 20, 2026
50
shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা
cultural

shakira : ১৯ বছৰৰ পাছত ভাৰতলৈ আহিব ‘লেটিন সংগীতৰ ৰাণী’ শ্বাকিৰা

by News Desk
March 9, 2026
50
OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই
Entertrainment

OTT platform Ban : অশ্লীল সমলৰ বাবে দেশত পাঁচটা অ’টিটি প্লেটফৰ্ম নিষিদ্ধ কৰিলে কেন্দ্ৰই

by News Desk
February 25, 2026
50
Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল
Entertrainment

Roi Roi Binale : ডিফুৰ গেলেক্সি চিনেমা হলত “ৰৈ ৰৈ বিনালে “প্ৰথম দৰ্শনীত হাউছফুল

by ASSAM TIMES POST
October 31, 2025
50
Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি
Entertrainment

Shahrukh Kajal Statue : এইবাৰ লণ্ডনত শ্বাহৰুখ-কাজলৰ প্ৰতিমূৰ্তি

by News Desk
April 10, 2025
50
ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :
Entertrainment

ডিফুত প্লাৱিতা বৰদলৈ বৰদলৈ শইকীয়াৰ সুৰীয়া কণ্ঠত শ্ৰব্য সংগীত “ৰং আজে নাংকেলেৰ শুভ উন্মোচন কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ’ৰ :

by ASSAM TIMES POST
February 12, 2025
50
ADVERTISEMENT
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx