Tag: karbi anglong

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতিল ৫ সন্ত্ৰাসবাদী সংগঠন

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ৰাজ্যত অস্ত্ৰ সম্বৰণ কৰি মূলসুঁতিলৈ উভতিল ৫ সন্ত্ৰাসবাদী সংগঠন

কামৰুল খান: আজি অসমৰ পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত সক্ৰিয় হৈ থকা পাঁচটা সন্ত্ৰাসবাদী সংগঠনৰ হাজাৰোধিক ...

বকলীয়াঘাটত শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ছুম ৰংহাঙৰ:

বকলীয়াঘাটত শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন মন্ত্ৰী ছুম ৰংহাঙৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু : শ্রীমস্ত শংকৰদেৱ মহাবিদ্যালয়ব অধীনত কার্বি আংলং জিলাৰ বকলীয়াঘাটত স্থাপন হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ মহাবিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন ...

বোকাজানতবৃহৎপৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ:

বোকাজানতবৃহৎপৰিমাণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ:

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু : কালি নিশা ৮ মান বজাত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত ...

কাৰবি আংলঙৰ কুকি সকলে উত্থাপন কৰিলে কুকি আঞ্চলিক স্বায়ত্তশাসনৰ দাবী

কাৰবি আংলঙৰ কুকি সকলে উত্থাপন কৰিলে কুকি আঞ্চলিক স্বায়ত্তশাসনৰ দাবী

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু  : কোচ-ৰাজবংশীকে আদি কৰি অসমৰ ছটা জনগােষ্ঠীক জনজাতীয় মর্যাদা প্রদান কৰাৰ লগতে বিভিন্ন জাতি-জনগােষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্বশাসিত ...

ৰাজাগাঁৱৰ ঁতুৱাৰাম বৰা সোঁৱৰনী ক্ৰিকেটতৰ চুড়ান্ত খেল : ৮ উইকেটত জয়ী উত্তৰআমেৰি ক্ৰিকেট ক্লাৱ

ৰাজাগাঁৱৰ ঁতুৱাৰাম বৰা সোঁৱৰনী ক্ৰিকেটতৰ চুড়ান্ত খেল : ৮ উইকেটত জয়ী উত্তৰআমেৰি ক্ৰিকেট ক্লাৱ

পশ্চিম কৰ্বিআংলং : খেলে মানুহৰ দৈহিক বিকাশ তথা সুস্থ ৰখাত যথেষ্ট সহায় কৰে।সেয়ে নৱপ্ৰজন্মক খেলৰ প্ৰতি আগ্ৰহী কৰি তুলাৰ মানসেৰে ...

বকলীয়াঘাটত গাঁওবুঢ়া সন্মিলনত তুলিৰাম ৰংহাঙৰ ঘােষণাঃ অক্ষুণ্ণ থাকিব পাৰ্বত্য এলেকা উন্নয়ণ বিভাগ

বকলীয়াঘাটত গাঁওবুঢ়া সন্মিলনত তুলিৰাম ৰংহাঙৰ ঘােষণাঃ অক্ষুণ্ণ থাকিব পাৰ্বত্য এলেকা উন্নয়ণ বিভাগ

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফু : অসম চৰকাৰৰ কেবিনেটৰ এখনি বৈঠকত অলপতে পার্বত্য এলেকা উন্নয়ন দপ্তৰৰ বিলােপ কৰি ইয়াৰ ঠাইত অসম ষষ্ঠ ...

কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীৰ জালত কেডিএলএফৰ ৩ উগ্ৰপন্থী:

কাৰ্বি আংলঙৰ আঞ্জুকপানী আৰক্ষীৰ জালত কেডিএলএফৰ ৩ উগ্ৰপন্থী:

ষ্টাফ ৰিপ'ৰ্টাৰ: অপৰাধ, অপৰাধী আৰু উগ্ৰপন্থীৰে জৰ্জৰিত হৈ অহা কাৰ্বি আংলঙত প্ৰতিনিয়ত আৰক্ষীয়ে সন্মুখীন হৈ আহিছে বৃহৎ প্ৰত্যাহ্বানৰ৷ তাৰ মাজতে ...

ডিফুত বাংলা ভাষাত স্বচ্ছ সৰ্বক্ষেণৰ বৃহৎ হৰ্ডিং :এলাগী অসমীয়া ভাষা

ডিফুত বাংলা ভাষাত স্বচ্ছ সৰ্বক্ষেণৰ বৃহৎ হৰ্ডিং :এলাগী অসমীয়া ভাষা

ষ্টাফ ৰিপ'ৰ্টাৰ: ডিফ : পাহাৰীয়া জিলা কাৰ্বি আংলঙত স্বচ্ছ সৰ্বক্ষেণৰ সজাগতা সৃষ্টি কৰিলৈ গৈ বাংলা ভাষাৰ বৃহৎ বৃহৎ হৰ্ডিং আৰি ...

অসম-নাগালেণ্ড সীমান্তঞ্চলত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ‘মুছা’ৰ সজাগতা সভা সম্পন্ন:

অসম-নাগালেণ্ড সীমান্তঞ্চলত অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে ‘মুছা’ৰ সজাগতা সভা সম্পন্ন:

ছাইদুল ইছলাম: ডিফু : অসম-নাগালেণ্ড সীমান্তঞ্চল কাৰবি আংলং জিলাৰ দুদুকলনিত মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ 'মুছা' ৰ কাৰবি আংলং জিলা ...

Page 15 of 55 1 14 15 16 55
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist