ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ক্ৰিকেট মেচৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা...
গুৱাহাটীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ২ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ ক্ৰিকেট খেলৰ আয়োজনৰ বুজ লোৱাৰ উদ্দেশ্যে আজি জনতা...
সোমবাৰে উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পিছত ভাৰতীয় ফুটবল বহুলাংশে চিন্তামুক্ত। সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চলোৱাৰ দায়িত্ব প্ৰশাসক সমিতিৰ পৰা কাঢ়ি লৈ ভাৰপ্ৰাপ্ত...
ফিফাই নিষিদ্ধ কৰিছে ভাৰতীয় ফুটবল সন্থাক। সেই নিৰ্বাসন কেতিয়া শেষ হʼব কোনেও নাজানে। ইফালে মনিষা কল্যাণে বিশ্বৰ মঞ্চত ভাৰতীয় ফুটবলৰ...
ভাৰতীয় ফুটবলৰ ভয়াৱহ অৱস্থা। ভাৰতীয় ফুটবলৰ শাসকীয় সংস্থা নিখিল ভাৰত ফুটবল ফেডাৰেচনক নিৰ্বাসিত কৰিলে ফিফাই। ফিফাই ‘তৃতীয় পক্ষৰ হস্তক্ষেপ’ৰ বাবেই...
কমনৱেলথ গেমছৰ অন্তিম দিনটোত জিলিকি উঠিল ভাৰতীয় বেডমিণ্টনৰ তাৰকাসকল। প্ৰথমে মহিলা আৰু পুৰুষৰ একক শাখাত পি ভি সিন্ধু আৰু লক্ষ্য...
এটা সপোনৰ প্ৰত্যাবৰ্তন! প্ৰথমটো ছেটত পৰাস্ত হোৱাৰ পাছতো কমনৱেলথ গেমছ বেডমিণ্টনৰ ফাইনেলত সোণৰ পদক লাভ কৰে লক্ষ্য সেনে। পৰৱৰ্তী দুটা...
অৱশেষত সপোন বাস্তৱায়িত হʼল। পি ভি সিন্ধুৱে বাৰ্মিংহামত বেডমিণ্টনৰ মহিলা একক শাখাত সোণৰ পদক লাভ কৰে। অলিম্পিক ডাবলছৰ পদক বিজয়ীগৰাকীয়ে...
কমনৱেলথ গেমছৰ পৰা ভাৰতৰ জোলোঙালৈ ১৭ নম্বৰ স্বর্ণ পদক উপহাৰ দিলে নিখাত জাৰিনে। মহিলা বক্সিঙৰ লাইট ফ্লাইৱেইট বিভাগত (৪৮-৫০ কেজি)...
ভাৰতৰকমনৱেলথ গেমছৰ এথলেটিক্সৰ পৰা আৰু চাৰিটা পদক অর্জন ভাৰতৰ।ট্রিপল জাম্পৰ পৰা আহিল সোণ আৰু ৰূপৰ পদক। স্বৰ্ণ জয় এলধোস পলৰ।...
অৱশেষত ১৬ বছৰৰ প্রতীক্ষাৰ ফল লাভ।সৃষ্টি হ'ল নতুন ইতিহাস। কমনৱেলথ গেমছত মহিলাৰ হকীত ব্রঞ্জৰ পদক অৰ্জন ভাৰতৰ। দেওবাৰে নিউজিলেণ্ডক পেনাল্টি...
© 2020 Assam Times Post. | Powered By Webx
© 2020 Assam Times Post. | Powered By Webx