উচ্চতৰ মাধ্যমিকত উত্তীৰ্নক শুভেচ্ছা জনাই অনুত্তীণক হতাশ নহবলৈ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ
ASSAM TIMES POST ষ্টাফ ৰিপ'ৰ্টাৰ: আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ন ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ...
















