ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

News Desk by News Desk
June 5, 2026
Reading Time: 1 min read
A A
0
Rape case : ৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে আদালতে

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

২০২০ চনত পাকিস্তানৰ পঞ্জাব প্ৰদেশ (Punjab province of Pakistan)ৰ ঘাইপথতে তিনিটা সন্তানৰ সন্মুখত বন্দুকৰ ভয় দেখুৱাই এগৰাকী ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ (Group rape of a French woman) কৰাৰ গোচৰত দোষী সাব্যস্ত হোৱা দুজন লোকৰ মৃত্যুদণ্ড বাহাল (Death penalty for two people upheld) ৰাখিছে লাহোৰ উচ্চ ন্যায়ালয়ে (Lahore High Court)। বুধবাৰে উচ্চ ন্যায়ালয়ে নিম্ন আদালতে জাৰি কৰা মৃত্যুদণ্ডৰ নিৰ্দেশৰ বিৰুদ্ধে দোষীসকলৰ আবেদন খাৰিজ কৰি ৰায়দান কৰে।

২০২০ চনৰ ছেপ্টেম্বৰ মাহত লাহোৰ-শিয়ালকোট মটৰৱে’ত পাকিস্তানী মূলৰ এগৰাকী ফৰাচী নাগৰিকৰ ওপৰত হোৱা নৃশংস আক্ৰমণৰ ফলত সমগ্ৰ পাকিস্তানত ক্ষোভৰ সৃষ্টি হৈছিল আৰু গৰিহণাৰ সৃষ্টি হৈছিল। সেই সময়ত ৩২ বছৰীয়া মহিলাগৰাকীয়ে নিজৰ তিনিটা সন্তানৰ সৈতে গাড়ী চলাই গৈ থকা অৱস্থাত লাহোৰৰ সমীপত হঠাতে গাড়ীৰ ইন্ধন শেষ হৈ স্তব্ধ হৈ পৰে। তদন্তকাৰীয়ে জনোৱা মতে, আবিদ আলী আৰু ছফকাত আলী নামৰ দুজন অস্ত্ৰধাৰী লোকে গাড়ীখনত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি প্ৰথমে পৰিয়ালটোৰ সামগ্ৰী লুট কৰি লৈ যায় আৰু তাৰ পিছত মহিলাগৰাকীক পথৰ কাষৰ এখন পথাৰলৈ লৈ গৈ সন্তানক বন্দুক দেখুৱাই দলবদ্ধ ধৰ্ষণ কৰে।

pak1 | ASSAM TIMES POST
৩ শিশুৰ সন্মুখতে ফৰাচী মহিলাক দলবদ্ধ ধৰ্ষণ, দুই অভিযুক্তৰ মৃত্যুদণ্ড বাহাল ৰাখিলে লাহোৰ উচ্চ ন্যায়ালয়ে

এই ঘটনাৰ পিছত সমগ্ৰ দেশত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় আৰু দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন হয়। সেই সময়ত পঞ্জাব আৰক্ষীৰ মুখ্য তদন্তকাৰী বিষয়া ওমৰ শ্বেখে ইয়াৰ পৰিৱৰ্তে ভুক্তভোগীক দোষাৰোপ কৰি মন্তব্য কৰিছিল যে “আমাৰ সমাজে ৰাতিৰ এনে সময়ত মহিলাসকলক অকলে বাহিৰত থাকিবলৈ নিদিয়ে”। আৰক্ষী বিষয়াগৰাকীৰ আপত্তিজনক মন্তব্যই সাধাৰণ জনতাক আৰু অধিক ক্ষুব্ধ কৰি তোলাৰ লগতে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবীত প্ৰতিবাদকাৰীসকল ৰাজপথলৈ ওলাই আহে।

পিছত ২০২১ চনৰ মাৰ্চ মাহত লাহোৰৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে এই গোচৰৰ মূল দোষী আবিদ আলী ওৰফে মালহি আৰু শ্বাফকাত আলী ওৰফে বাজনাক যাৱজ্জীৱন কাৰাদণ্ড আৰু জৰিমনা বিহাৰ লগতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। এই ৰায়দানৰ বিৰুদ্ধে দোষী দুজনে সেই বছৰতে উচ্চ ন্যায়ালয়ত আবেদন জনায়। অৱশেষত দীৰ্ঘদিনীয়া শুনানিৰ অন্তত ন্যায়াধীশ চৈয়দ শ্বাহবাজ আলী ৰিজভি আৰু ন্যায়াধীশ তাৰিক মেহমুদ বাজৱাৰে গঠিত লাহোৰ উচ্চ ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশৰ বিচাৰপীঠে দোষীসকলৰ আবেদন নাকচ কৰি অৱশেষত নিম্ন ন্যায়ালয়ৰ মৃত্যুদণ্ডৰ শাস্তি বাহাল ৰাখে।

Tags: PakRapecase
Share4Tweet3Send

Related Posts

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

by News Desk
July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

by News Desk
July 22, 2026
50
JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত
National-International

JK terrorist attack : অমৰনাথ যাত্ৰাৰ নিৰাপত্তাত জড়িত আৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ গুলীচালনা, এজন নিহত

by News Desk
July 22, 2026
50
CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী
National-International

CJP protest : যন্তৰ-মন্তৰৰ প্ৰতিবাদ পালেগৈ বিদেশ, ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী

by News Desk
July 22, 2026
50
SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
National-International

SC on Delhi protest : আমাৰ সময় নষ্ট নকৰিব, যন্তৰ-মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ ভিডিঅ’ চাবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

by News Desk
July 22, 2026
50
Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত
National-International

Maths Olympiad I গণিত অলিম্পিয়াডত বিশ্বৰ ১১৭ খন দেশৰ ভিতৰত সপ্তম স্থানত ভাৰত

by Staff Reporter
July 22, 2026
50
ADVERTISEMENT
Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি
KARBI ANGLONG

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
50
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ
National-International

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
50
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত
Dima Hasao

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026
50
Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ
National-International

Delhi protest : সংসদ অভিযান সন্দৰ্ভত ৪ সপ্তাহৰ ভিতৰত আৰক্ষী আৰু কেন্দ্ৰৰ পৰা জবাব তলৱ আদালতৰ

July 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

Karbi Anglong flood : খৰাঙৰ পাছত হঠাৎ বান, হাওৰাঘাটত ৰুষ্ট প্ৰকৃতি

July 22, 2026
Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

Rahul Gandhi : ১০ বছৰত ১৫২টা পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ অভিযোগ ৰাহুল গান্ধীৰ

July 22, 2026
DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

DHAC : ফ্লেংমিং ৰূপছী ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ নতুন উপাধ্যক্ষৰূপে নিৰ্বাচিত

July 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx