ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
বিজ্ঞান শাখাত শীর্ষ ১০টা স্থানত আছে মুঠ ২৫জন মেধাৱী:
প্ৰথম স্থানত : আছে ৪৮৬ নম্বৰে অবিনাশ কলিতা, আনন্দৰাম বৰুৱা একাডেমি, বৰপেটা।
দ্বিতীয় স্থানত: ৪৮২ নম্বৰে নিয়েমা ফিৰোদশ, কনচেপ্ট জুনিয় কলেজ নগাঁও।
তৃতীয় স্থানত: ৪৮১ নম্বৰে প্ৰিটপল বেজবৰুৱা, চাইবিকাশ জুনিয় কলেজ, কামৰূপ (ম)।
চতুৰ্থ স্থানত: ৪৭৯ নম্বৰে আছে দুজন মেধাৱী।নিবিড় ডেকা, আনন্দৰাম বৰুৱা একাডেমি বৰপেটা।সাগৰ গোৱালা, ৰামানুজ জুনিয়ৰ কলেজ নগাঁও।
পঞ্চম স্থানত: ৪৭৮নম্বৰে আশীষ কুমাৰ গাৰ্গ, ৰামানুজন জুনিয়ৰ কলেজ, নগাঁও।
ষষ্ঠ স্থানত: ৪৭৭ নম্বৰে তিনিজন মেধাৱী। অৰ্জুন বৰগোঁহাই, চল্টব্ৰুক একাডেমি, ডিব্ৰুগড়।আয়োশী কাব্ৰা, চাইবিকাশ জুনিয় কলেজ, কামৰূপ(ম)।বিৰেনজিৎ হাজৰিকা, ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
সপ্তম স্থানত: ৪৭৬নম্বৰে আছে সাতজন মেধাৱী।
শুভাশীষ ভূমিক, গোৱালপাৰা কলেজ।অম্লান জ্যোতি পেগু আৰু সবনম গুঞ্জন বৰুৱা ৰামানুজন জুনিয় কলেজ, নগাঁও।বিভাশ কাফলে আৰু অংশুমালি শৰ্মা তেজপুৰ বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়, শোণিতপুৰ।
অষ্টম স্থানত :৪৭৫ আছে চাৰিজন মেধাৱী। মনীৰুল ইছলাম, চিনময় নাথ, আমিসা সিং, হিমাঞ্জলি বুঢ়াগোঁহাই ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।
নৱম স্থানত: ৪৭৪নম্বৰে আছে তিনিজন মেধাৱী।আসিফা নাজিন লস্কৰ, মাৰায়াম আজমল মহিলা কলেজ চাইন্স অফ টেকনলজি হোজাই।উৎপল ৰাজ কেম্প্ৰায় ৰামানুজন জুনিয় কলেজ নগাঁও।শিৱানুজ বৰকটকী অৰুণোদয় একাডেমি শিৱসাগৰ।
দশম স্থানত: ৪৭৩ নম্বৰে আছে চাৰিজন মেধাৱি। কুনাল তালুকদাৰ আনন্দৰাম বৰুৱা একাডেমী বৰপেটা।অভিজিত চৌধুৰী কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ বৰপেটা।ইফটিকা আহমেদ আৰু অংকিতা শইকীয়া ৰামানুজন জুনিয়ৰ কলেজ নগাঁও।












