ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Nalbari Encounter । নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ

Staff Reporter by Staff Reporter
June 1, 2026
Reading Time: 1 min read
A A
0
পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ:

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

সমগ্ৰ ৰাজ্য জোকাৰি যোৱা নলবাৰীৰ আছু নেতাক হত্যা (Nalbari Encounter) আৰু ভগ্নীক আক্ৰমণকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনক হত্যাকাৰী আছিফ আলী ওৰফে ৰ’জ আলীক মুকালমুৱা চৰত এনকাউণ্টাৰ।

Nalbari Encounter ।
নলবাৰীৰ আছু নেতাক হত্যাকীৰক আৰক্ষীৰ এনকাউণ্টাৰ:

আৰক্ষীয়ে আটক কৰাৰ সময়ত আৰক্ষীৰ পৰা বন্দুক কাঢ়ি লোৱাৰ চেষ্টা কৰাত আৰক্ষীয়ে তেওঁক এনকাউণ্টাৰ কৰে। এই এনকাউণ্টাৰত নিহত হয় নলবাৰীৰ আছু নেতাৰ হত্যা আৰু ভগ্নীক আক্ৰমণৰ মূল অভিযুক্ত আছিফ আলী ওৰফে ৰ’জ আলী।

উল্লেখ্য যে দেওবাৰে নিশা প্ৰায় ৮ বজাত নলবাৰীত সংঘটিত হয় এক বৰ্বৰোচিত হত্যাকাণ্ড। সদৌ অসম ছাত্ৰ সন্থাৰ পশ্চিম নলবাৰী আঞ্চলিক সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মন আৰু তেওঁৰ সম্পৰ্কীয় ভগ্নী মৃদুমুদ্ৰা বৰ্মনক নলবাৰী চহৰৰ পৰা বজাৰ কৰি আহি থকা সময়তে গংগাপুৰত ৰাজপথতে বৰ্বৰোচিতভাৱে আক্ৰমণ কৰে।

এই আক্ৰমণত মাধুৰ্য বৰ্মনৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ ভগ্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জিএমচিএইচত জীৱন-মৃত্যুৰে যুঁজি আছে। এই ঘটনাৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী জনায়।

ইয়াৰ পিছতে আৰক্ষী সষ্টম হৈ পৰে আৰু সোমবাৰে দুপৰীয়া মুৰালমুৱা চৰত আত্মগোপন কৰি থকা অৱস্থাত মূল অভিযুক্ত আছিফ আলীক আটক কৰে। কিন্তু আৰক্ষীৰ বন্দুক কাঢ়ি পলায়ন কৰিবলৈ চেষ্টা কৰাৰ সময়তে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় আছিফ আলী।

উল্লেখ্য যে প্ৰেমজনিত কাৰণতেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি ইতিমধ্যে প্ৰকাশ পাইছে। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত মাধুৰ্য বৰ্মনৰ মাহীয়েকৰ কন্যা মৃদুমুদ্ৰা বৰ্মনক বিগত বহু দিনৰে পৰা আছিফ আলীয়ে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল বুলি অভিযোগ।

কিন্তু সেই প্ৰস্তাৱ নাকচ কৰি আহিছিল ছাত্ৰীগৰাকীয়ে। ইয়াৰে পিছতে দেওবাৰে নিশা চৰম কাণ্ড সংঘটিত কৰে আছিফ আলীয়ে। নলবাৰী চহৰৰ পৰা বজাৰ কৰা ওভতাৰ পথত দুয়োৰে ওপৰতে বৰ্বৰ আক্ৰমণ কৰে আছিফ আলীৰ নেতৃত্বৰ এটা দলে।

ৰাজপথতে হানি-খুঁচি হত্যা কৰে মাধুৰ্য বৰ্মনক। আনহাতে, গুৰুতৰভাৱে আহত হয় তেওঁৰ সম্পৰ্কীয় ভগ্নীগৰাকী। ইয়াৰ পিছতে ৰাজ্যজুৰি দোষীক কৰায়ত্ত কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী উঠে। অৱশেষত সোমবাৰে দুপৰীয়া আৰক্ষীৰ এনকাউণ্টাৰত নিহত হয় আছিফ আলী।

Tags: আৰক্ষীৰ এনকাউণ্টাৰনলবাৰীৰ আছু নেতাক হত্যাকীৰক
Share4Tweet3Send

Related Posts

Devastating Assam Floods Worsen: Over 61,000 Lives Shattered in Just 24 Hours
Assam

Assam flood I ৰাজ্যৰ শেহতীয়া বানে কাঢ়িলে ৫ জনৰ প্ৰাণ, ১৬ জিলাৰ ৩ লক্ষাধিক আক্ৰান্ত

by Staff Reporter
July 21, 2026
50
Sonam Wangshuk hunger strike : মই দুই-চাৰি দিনতেই মৰি নাযাওঁ, অনশনৰ ১৯ দিনত সমৰ্থকসকললৈ বাৰ্তা ৱাংচুকৰ
Assam

Assam MLA Akhil Gogoi Demands Release of Activist Wangchuk

by Staff Reporter
July 19, 2026
50
Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh
Assam

Staggering Cachar Seizure : Foreign Cigarettes Worth ₹59.2 Lakh

by News Desk
July 18, 2026
50
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

by News Desk
July 17, 2026
50
Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু
Assam

Assam flood : বানত ক্ষতিগ্ৰস্ত ৬ জিলাৰ ৩৭ হাজাৰ লোক, ৪ জনৰ মৃত্যু

by News Desk
July 15, 2026
50
Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস
Assam

Purabi Sarma dies । অভিনেত্ৰী পূৰবী শৰ্মা আৰু নাই, পত্নীহাৰা হ’ল তপন দাস

by Staff Reporter
July 14, 2026
50
ADVERTISEMENT
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Rare pangolin rescued in Diphu

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
Rare pangolin rescued in Diphu

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx