ASSAM TIMES POST
ষ্টাফ ৰিপ’ৰ্টাৰ:
উচ্চতৰ মাধ্যমিকৰ বাণিজ্য শাখাত মুঠ ২৪জন শীর্ষ দহট আছে:
প্ৰথম স্থানত: তৃষ্ণা মহেশ্বৰী চল্টব্ৰুক একাডেমী, ডিব্ৰুগড়।মুঠ নম্বৰ ৪৭১।
দ্বিতীয় স্থানত :আছে সৰ্পিত কোৰ , সোণাৰী জুনিয়ৰ কলেজ, চৰাইদেউ, ৪৬৮মুঠ নম্বৰ।
তৃতীয় স্থানত: আছে বিনীতা সাহা, ৰামানুজন গুপ্তা জুনিয়ৰ কলেজ কাছাৰ।৪৬৬ নম্বৰ লাভ কৰিছে।
চতুৰ্থ স্থানত : ৪৬৫ নম্বৰে আছে তিনিজন মেধাৱী।জ্ঞানদ্বীপ দুৱাৰ, ৰিলায়েঞ্চ জুনিয়ৰ কলেজ, গোলাঘাট।সুৰভি দেৱ, শংকৰদেৱ জুনিয়ৰ কলেজ হোজাই।পিয়ু দাস, দিক্ৰং নেচনেল জুনিয়ৰ কলেজ, লখিমপুৰ।
পঞ্চম স্থানত :৪৬০ নম্বৰে তিনিজন মেধাৱী।প্ৰেৰণা দুৱাৰ আৰু আস্থা চৌধুৰী চল্টব্ৰুক একাডেমি ডিব্ৰুগড়।অংকুৰ জ্যোতি ভূঞা , জেবি কলেজ যোৰহাট।
ষষ্ঠ স্থানত :৪৫৭নম্বৰে আছে দুজন মেধাৱী।শ্ৰুতি জৈন, ডনবক্স উচ্চতৰ মাধ্যমিক বিদ্যালয়, কাৰ্বি আংলং।কাৰ্তিক ধাৰিৱাল, নগাঁও চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়।
সপ্তম স্থানত :৪৫৪ নম্বৰে আছে দুজন মেধাৱী।আৰিজিৎ সাহা, বঙাইগাঁও কলেজ।ৰোহিত আগৰৱাল, ৰামেশ্বৰ ধানোৱাৰ জুনিয়ৰ কলেজ, তিনিচুকীয়া।
অষ্টম স্থানত: ৪৫৩ নম্বৰে আছে চাৰিজন মেধাৱী।সুমিতা ৰয়, বিবেকানন্দ জুনিয় কলেজ কাছাৰ।প্রিয়া জৈন আৰু তৃষ্ণা দেৱী নলবাৰী কমাৰ্চ কলেজ।মেঘা মজুমদাৰ ,শিৱসাগৰ জুনিয়ৰ কলেজ, শিৱসাগৰ।
নৱম স্থানত :৪৫২নম্বৰে আছে তিনিজন মেধাৱী।
আদিত্য দত্ত, ৰামানুজ গুপ্তা জুনিয়ৰ কলেজ।চিমি দাস গুৱাহাটী কমাৰ্চ কলেজ। সংগীনা খাতুন ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, লখিমপুৰ।
দশম স্থানত: ৪৫১নম্বৰে আছে তিনিজন মেধাৱী।নলিনী জামাৰ, এন ই এফ কলেজ, কামৰূপ(ম), সাক্ষী গোৱালসাহা কেচি দাস কমাৰ্চ কলেজ কামৰূপ(ম)। মধুসূদন শৰ্মা ডিক্ৰং নেচনেল কলেজ লখিমপুৰ।












