Lifestyle

On each category you can set a Category template style, a Top post style (grids) and a module type for article listing. Also each top post style (grids) have 5 different look style. You can mix them to create a beautiful and unique category page.

স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

আধুনিক জীৱনযাত্রাৰ কাৰণে বহু লোক কোষ্ঠকাঠিন্য, গেছ, বদহজমৰ সমস্যাত ভোগে। অস্বাস্থ্যকৰ জীৱন-যাপন, মচলাদাৰ খাদ্য খোৱাৰ প্রৱণতা, নিয়মিত শৰীৰচর্চা নকৰাৰ ফলত...

স্বাস্থ্য : সুস্থ হৈ থাকিবলৈ মহিলাসকলে খাওক এই ৩ ফল

স্বাস্থ্য : সুস্থ হৈ থাকিবলৈ মহিলাসকলে খাওক এই ৩ ফল

স্বাস্থ্য প্ৰতিবেদন: বহুতো মহিলাই ঘৰ আৰু অফিচ একেলগে চম্ভালে। সংসাৰ আৰু কর্মক্ষেত্রৰ ভাৰসাম্য বজায় ৰাখিবলৈ গৈ শৰীৰ-স্বাস্থ্যৰ দিশে নজৰ দিবলৈ...

স্বাস্থ্য : কেৰেলাৰ ব্যৱহাৰেৰে ৰক্তত শর্কৰা নিয়ন্ত্ৰণ

স্বাস্থ্য : কেৰেলাৰ ব্যৱহাৰেৰে ৰক্তত শর্কৰা নিয়ন্ত্ৰণ

স্বাস্থ্য প্ৰতিবেদন: ডায়েবেটিচ বা মধুমেহ এনে এবিধ ক্রনিক ৰোগ, যি শৰীৰত ইনছুলিন উৎপাদনৰ অভাৱৰ কাৰণে হয়। শৰীৰে পেনক্রিয়াছ ইনছুলিন হৰমোনৰ...

বায়ু প্রদূষণৰ ফলত অৱসাদৰ চিকাৰ হ’ব পাৰে কিশোৰসকল, গৱেষকৰ দাবী

বায়ু প্রদূষণৰ ফলত অৱসাদৰ চিকাৰ হ’ব পাৰে কিশোৰসকল, গৱেষকৰ দাবী

নিউজ ডেস্কঃ বর্তমান সময়ত সকলোকেই মানসিক স্বাস্থ্য সন্দৰ্ভত বিশেষ সতর্ক থকাৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে। সাম্প্ৰতিক সময়ত হতাশা, অৱসাদৰ দৰে মানসিক...

স্বাস্থ্য : ভোক লাগিলেই চাওমিন খায় নেকি? চাওক কি হ’ব পাৰে ইয়াৰ ফলত

স্বাস্থ্য : ভোক লাগিলেই চাওমিন খায় নেকি? চাওক কি হ’ব পাৰে ইয়াৰ ফলত

স্বাস্থ্য প্ৰতিবেদন: ভোক লাগিলেই বা মন গ’লেই চাওমিন খায় নেকি? নাইবা সময়ৰ অভাৱত ততাতৈয়াকৈ সুস্বাদু চাওমিন খোৱাটোৱে পছন্দ কৰে নেকি?...

পেটিএমত নতুন একাউন্ট খোলা বন্ধৰ নির্দেশ ৰিজার্ভ বেঙ্কৰ

পেটিএমত নতুন একাউন্ট খোলা বন্ধৰ নির্দেশ ৰিজার্ভ বেঙ্কৰ

পেটিএমত আৰু নতুনকৈ একাউন্ট খুলিব পৰা নাযাব। নতুনকৈ আৰু কোনো গ্রাহকক সংযোগ কৰিব নোৱাৰিব সংশ্লিষ্ট ডিজিটেল পেমেন্ট নির্ভৰ কোম্পানীটোৱে। এই...

স্বাস্থ্য : ভাৰতীয় মহিলাসকলে ৫টা উপায়েৰে কমাব পাৰে হৃদৰোগৰ আশঙ্কা

স্বাস্থ্য : ভাৰতীয় মহিলাসকলে ৫টা উপায়েৰে কমাব পাৰে হৃদৰোগৰ আশঙ্কা

স্বাস্থ্য প্ৰতিবেদন: ভাৰতৰ দৰে দেশত অধিকাংশ ক্ষেত্রতে মহিলাসকলে নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ তেনে সুযোগ নাপায়। কিন্তু কেইটামান দিশত গুৰুত্ব দিলে...

স্বাস্থ্য : গৰম পানী খালে ওজন কমে নেকি? চাওক আমাৰ এই প্ৰতিবেদন

স্বাস্থ্য : গৰম পানী খালে ওজন কমে নেকি? চাওক আমাৰ এই প্ৰতিবেদন

স্বাস্থ্য প্ৰতিবেদন: গৰম পানীয়ে ওজন কমোৱাত সহায় কৰিব পাৰে! শুনিবলৈ অবাক লাগিলেও বিশেষজ্ঞসকলৰ মতে কিন্তু এই কথাটো একেবাৰে অবান্তৰ নহয়।...

Page 12 of 70 1 11 12 13 70
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist