ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

স্বাস্থ্য : কেৰেলাৰ ব্যৱহাৰেৰে ৰক্তত শর্কৰা নিয়ন্ত্ৰণ

ASSAM TIMES POST by ASSAM TIMES POST
March 23, 2022
Reading Time: 1 min read
A A
0
স্বাস্থ্য : কেৰেলাৰ ব্যৱহাৰেৰে ৰক্তত শর্কৰা নিয়ন্ত্ৰণ

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

স্বাস্থ্য প্ৰতিবেদন:

ডায়েবেটিচ বা মধুমেহ এনে এবিধ ক্রনিক ৰোগ, যি শৰীৰত ইনছুলিন উৎপাদনৰ অভাৱৰ কাৰণে হয়। শৰীৰে পেনক্রিয়াছ ইনছুলিন হৰমোনৰ উৎপাদন কম কৰিলে অথবা বন্ধ কৰি দিলে ডায়েবেটিচ বা মধুমেহ ৰোগৰ সঙ্কট বৃদ্ধি পায়। ডায়েবেটিচ ৰোগীসকলে খোৱা-লোৱাৰ বিশেষ যত্ন ল’বলগা হয়। কাৰণ এই সময়ত ৰক্তত শর্কৰাৰ পৰিমাণ উঠা-নমা কৰি থাকে।

l73620210416165835 | ASSAM TIMES POSTৰক্তত শর্কৰাৰ পৰিমাণ অত্যধিক হাৰত বাঢ়ি গ’লে কিডনি আৰু হৃদযন্ত্র বিকল হৈ পৰিব পাৰে। সেয়ে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰখাটো অত্যন্ত জৰুৰী। ঔষধৰ লগতে খোৱা-লোৱাৰ মাধ্যমৰেও ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পৰা যায়। এনে এবিধ খাদ্যবস্তু হ’ল কেৰেলা।

কেৰেলাত তিনি ধৰণৰ এন্টি ডায়েবিটিক গুণ থাকে, যিয়ে ইনছুলিনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। ইয়াত উপস্থিত পটাচিয়াম, জিঙ্ক, মেগনেচিয়াম, ফছফৰাছ, কেলচিয়াম, কপাৰ, আয়ৰন আৰু মেঙ্গানিজ উৎকৃষ্ট পৰিমাণে থাকে। ইয়াৰ উপৰি কেৰেলাত ভিটামিন এ, চি, বিৰ লগতে থিয়ামিন, নিয়াচিন আৰু ৰাইবোফ্লোবিনো থাকে। ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিবলৈ বিভিন্ন ধৰণে কেৰেলা খাব পাৰে।

প্ৰতিদিনে পুৱা খালি পেটত কেৰেলাৰ ৰস খালে উপকাৰ পোৱা যায়। এই ৰসে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰখাত সহায় কৰে। নিয়মিত আধা কাপ কেৰেলাৰ ৰস খোৱা উচিত। কেৰেলাৰ তিতা স্বাদ দূৰ কৰাৰ বাবে ইয়াত বিট নিমখ মিহলাব পাৰে। ৰস খাব নোৱাৰিলে তৰকাৰী বনাইও খাব পাৰে।

কেৰেলাৰ পাউডাৰ বনাই খালেও সুফল পাব পাৰে। ইয়াৰ বাবে কেৰেলা ভালদৰে ধুই কাটি লওক। তাৰ পিছত শুকাওক। ভালদৰে শুকালে বটি পাউডাৰ প্ৰস্তুত কৰি লওক। প্ৰতিদিনে পুৱা খালি পেটত পানীৰ সৈতে আধা চামুচ কেৰেলাৰ পাউডাৰ খালে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিব পাৰিব।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
ADVERTISEMENT
Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন
Assam

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
50
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ
National-International

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
50
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

Amrit Bharat Station Majbat : মাজবাট ৰে’ল ষ্টেচনক অমৃত ভাৰত ষ্টেচন হিচাপে উদ্বোধন

July 17, 2026
ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

ISRO Scientists row : ইছৰোৰ পৰা হঠাৎ পদত্যাগ ১০০ বিজ্ঞানীৰ, মহাকাশ গৱেষণাত ডাঙৰ বিপৰ্যয়ৰ পিছত ইছৰোৰ ব্যৱস্থা গ্ৰহণ

July 17, 2026
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx