ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

নিউজ ডেস্কঃ

News Desk by News Desk
July 17, 2026
Reading Time: 1 min read
A A
0
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (Narendra Modi) শুকুৰবাৰে ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেনচালিত ৰে’ল (First hydrogen-powered rail)ৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। হাৰিয়ানাৰ জিন্দ ৰে’লৱে ষ্টেচন (Haryana’s Jind railway station)ৰ পৰা সেউজ পতাকা উৰুৱাই (Waving green flag) পৰিৱেশ অনুকূল ৰে’লখনৰ প্ৰথমটো যাত্ৰাৰ সূচনা কৰে প্ৰধানমন্ত্ৰীয়ে। হাৰিয়ানাৰ জিন্দ আৰু শোনিপাটৰ মাজত চলিব এই ৰে’ল। ইয়াৰ লগে লগে ভাৰতে হাইড্ৰ’জেনচালিত ৰে’ল চলাচল কৰা দেশৰ তালিকাত যোগদান কৰে।

প্ৰধানমন্ত্ৰীয়ে শুকুৰবাৰে জিন্দৰ একলব্য ষ্টেডিয়ামত প্ৰায় ১৪,৭০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰে। ভাষণ প্ৰসংগত তেওঁ এনডিএ চৰকাৰৰ দিনত বিভিন্ন উন্নয়নমূলক কাৰ্যসূচীৰ বিষয়ে কয়। শেহতীয়াকৈ ইৰাণ যুদ্ধ আৰু হৰমুজ প্ৰণালীৰ সংকটৰ কথাও তেওঁৰ ভাষণত ওলায়।

modi2 | ASSAM TIMES POST
দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰীয়ে কয়, “যুদ্ধৰ পৰিস্থিতিতো তেলৰ সংকট হৈছিল, কিন্তু আমাৰ কোনো উন্নয়নমূলক প্ৰকল্পতে ব্যাঘাত জন্মাব পৰা নাছিল। ২০১৪ চনৰ আগতে হৰমুজৰ সংকট হ’লে ৰে’ল সেৱা বন্ধ হৈ গ’লহেঁতেন!” মোদীয়ে আঙুলিয়াই দিয়ে যে পূৰ্বৰ ইউপিএ চৰকাৰৰ সময়ত ইন্ধন সংৰক্ষণ আৰু যোগানৰ বিষয়টো অৱহেলিত হৈছিল। প্ৰধানমন্ত্ৰীয়ে হাইড্ৰ’জেন ৰে’লখনক ‘মে’ক ইন ইণ্ডিয়া’ৰ উৎকৃষ্ট উদাহৰণ হিচাপেও ব্যক্ত কৰে।

হাইড্ৰ’জেন ৰে’লৰ লগতে শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে জিন্দৰ একলব্য ষ্টেডিয়ামৰ পৰা কুৰুক্ষেত্ৰলৈ নিৰ্মিত উচ্চ ৰে’লপথটো দেশৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ সমান্তৰালকৈ তেওঁ ১২,৪৭০ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ভীৱানীৰ ‘পণ্ডিত নেকীৰাম শৰ্মা চৰকাৰী চিকিৎসা মহাবিদ্যালয়’ আৰু মহেন্দ্ৰগড়ৰ কোৰিৱাছৰ ‘মহৰ্ষি চাৱন চিকিৎসা মহাবিদ্যালয়’ আৰু ‘ৰাও তুলাৰাম চিকিৎসালয়’ হাৰিয়ানাৰ ৰাইজৰ বাবে উৎসৰ্গা কৰে। উল্লেখ্য যে হাৰিয়ানাৰ চুবুৰীয়া ৰাজ্য পঞ্জাবত প্ৰায় সাত মাহ পিছত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে শুকুৰবাৰে মোদীয়ে ইণ্টাৰনেটৰ জৰিয়তে কুৰুক্ষেত্ৰত ‘শিখ সংগ্ৰহালয়’ৰ আধাৰশিলা স্থাপন কৰি শিখ ধৰ্মৰ ইতিহাস আৰু আধুনিক প্ৰযুক্তিৰ সহায়ত গুৰুসকলৰ অৱদানৰ ওপৰত আলোকপাত কৰে।

Tags: HydrogenTrain
Share4Tweet3Send

Related Posts

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

by Staff Reporter
July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

by Staff Reporter
July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

by Staff Reporter
July 17, 2026
50
General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী
National-International

General Zia murder case I জেনেৰেল জিয়াৰ হত্যাকাণ্ডৰ ৪৫ বছৰ পিছত আটক অন্যতম হত্যাকাৰী

by Staff Reporter
July 17, 2026
50
Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি
National-International

Puri Rath Yatra : পুৰীৰ ৰথযাত্ৰাত শ্বাসৰুদ্ধ হৈ মৃত্যু ভক্তৰ, কেইবাজনো চিকিৎসালয়ত ভৰ্তি

by News Desk
July 16, 2026
50
Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ
National-International

Deforestation : এনেকৈ থাকিলে অক্সিজেন চিলিণ্ডাৰ লৈ ফুৰিব লাগিব, গছকটাক লৈ ন্যায়ালয়ৰ উদ্বেগ

by News Desk
July 16, 2026
50
ADVERTISEMENT
Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
50
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি
National-International

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
50
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability
National-International

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026
50
দুবছৰ পিছত ৰথযাত্রা আৰম্ভ পুৰীত, ব্যাপক উৎসাহ ভক্তৰ মাজত
National-International

ISKCON Rath Yatra । নতুন চৰকাৰৰ যুগত বাংলাদেশত নিৰ্বিঘ্নে সম্পন্ন ৰথযাত্ৰা, ঢাকাৰ স্বামীবাগত অগণন ভক্তৰ সমাবেশ

July 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

Hydrogen Train : দেশৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ল উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

July 17, 2026
FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

FIFA 2026 final I বিশ্বকাপৰ ফাইনেলত ১১টা অভিলেখৰ অপেক্ষাত মেছি

July 17, 2026
Reservations for cognitively ill MBBS applicants: SC requests NMC form a panel to look at methods of determining a person’s level of disability

Supreme Court of India I বৃদ্ধ আৰু মৃত্যুমুখী কাৰবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

July 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx