ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

নিউজ ডেস্কঃ 

News Desk by News Desk
February 11, 2025
Reading Time: 1 min read
A A
0
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

মহাৰাষ্ট্ৰত (Maharashtra) গুলেন বেৰীৰ (Gulen Bury) পৰিস্থিতি এতিয়াও আতংকজনক হৈ আছে। এই পৰ্যন্ত কেৱল মহাৰাষ্ট্ৰতে প্ৰায় ২০০ জন লোক (200 people) গুলেন বেৰী চিণ্ড্ৰমত (Gulen Bury Syndrome) আক্ৰান্ত (Affected) হৈছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি (Death toll rises) পাইছে। আনহাতে, বৰ্তমানেও চিকিৎসালয়ত সংকটজনক অৱস্থাত বহুকেইজন চিকিৎসাধীন হৈ আছে।

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, সোমবাৰে মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে জনাইছে যে মহাৰাষ্ট্ৰত বৰ্তমানলৈকে ১৯২ জন লোক গুলেন বেৰী চিণ্ড্ৰমত আক্ৰান্ত হৈছে। ইয়াৰে ১৬৭ টা নমুনা পৰীক্ষা কৰা হৈছে আৰু পজিটিভ ৰিপ’ৰ্ট পোৱা গৈছে। এই চিণ্ড্ৰমত ৭ জন লোকৰ মৃত্যু (7 people died) হৈছে। ইয়াৰে এজনৰ ধৰা পৰিছে যদিও বাকী ছয়জনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত কৰিব পৰা নাই স্বাস্থ্য বিভাগে।

Gulan 1 | ASSAM TIMES POST
দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

বৰ্তমান গুলেন বেৰী চিণ্ড্ৰমৰ বাবে চিকিৎসালয়খনৰ আই চি ইউত ভৰ্তি হৈ আছে ৪৮জন লোক। আন ২১জন লোক ভেণ্টিলেচন ছাপ’ৰ্টত আছে। মাত্ৰ ৯১ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। মহাৰাষ্ট্ৰৰ ভিতৰতে সৰ্বাধিক আক্ৰান্ত হৈছে পুনেত।

পূৰ্বতে কোৱা হৈছিল যে এই জটিল স্নায়ুজনিত ৰোগত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই স্নায়ুবোৰক আক্ৰমণ কৰে। সাধাৰণ বেক্টেৰিয়া, ভাইৰাছৰ সংক্ৰমণে এই ৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা বেছি। এই বিৰল নিউৰ’ডিজেনেৰেটিভ ডিছঅৰ্ডাৰত স্নায়ুবোৰেও সঠিকভাৱে কাম নকৰে, হাত-ভৰি অজ্ঞান হৈ পৰে। পক্ষাঘাতৰ আশংকাও থাকে।

উশাহ-নিশাহৰ সমস্যা, খাদ্যাভ্যাসৰ সমস্যায়ো দেখা দিয়ে। সম্প্ৰতি চিকিৎসকে সকলোকে বাহিৰৰ খাদ্য নাখাবলৈ পৰামৰ্শ দিছে।  পানী ভালদৰে উতলাই খোৱাৰ পৰামৰ্শ দিছে। হঠাতে এই ৰোগ কেনেকৈ বিয়পি পৰে তাৰ তদন্তৰ বাবে বিশেষজ্ঞৰ এক বিশেষ দল গঠন কৰা হৈছে।

Tags: GulenBurySyndromeMaharashtraগুলেনবেৰীচিণ্ড্ৰমমহাৰাষ্ট্ৰ
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ
Health & Fitness

Fetus in fetu : আচৰিত ঘটনাত স্তম্ভিত চিকিৎসক, ভ্ৰূণৰ ভিতৰত ধৰা পৰিল ভ্ৰূণ

by News Desk
January 29, 2025
50
ADVERTISEMENT
One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১
NORTHEAST

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
50
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ
National-International

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
50
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল
National-International

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026
50
Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন
National-International

Permission to sell alcohol : ‎মুছলিম প্ৰধান লাক্ষাদ্বীপত মদ বিক্ৰীৰ অনুমতি : সলনি হ’ল ৪৭ বছৰীয়া আইন

June 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

One Death in Manipur : ‎মণিপুৰত অচিনাক্ত সশস্ত্ৰ আক্ৰমণকাৰীৰ গুলীত নিহত ১

June 8, 2026
Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

Resignation Demand : ‎শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী ইণ্ডিয়া ব্লকৰ

June 8, 2026
Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

Trinamool Congress : বিধায়িনী দলৰ পিছত এইবাৰ সংসদত ভাঙি পৰিল তৃণমূল

June 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx