ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

স্বাস্থ্য প্ৰতিবেদন

Staff Reporter by Staff Reporter
May 12, 2025
Reading Time: 1 min read
A A
0
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

Oplus_131072

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

New Logo Smal 1 | ASSAM TIMES POST

গৰমৰ দিনত কুঁহিয়াৰৰ ৰস (Sugarcane Juice) অত্যন্ত জনপ্ৰিয়, কিয়নো ই পুষ্টিকৰ আৰু শৰীৰক ঠাণ্ডা কৰি ৰাখে। তথাপি, ডায়বেটিছ ৰোগীৰ বাবে ইয়াৰ উচ্চ চুক্ৰ’জৰ মাত্ৰাই তেজত শর্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।

Sugarcane Juice
কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা:

এগিলাচ কুঁহিয়াৰ ৰসত ১৮০ কেলৰি, ৭৫% পানী, ১৫% চুক্ৰ’জ আৰু ১৫% আঁহ থাকে, যাৰ ফলত অধিক সেৱনে শৰ্কৰাৰ মাত্ৰা তীব্ৰভাৱে বৃদ্ধি কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (ICMR) আৰু নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (NIN)ৰ নিৰ্দেশনা অনুসৰি, ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস সাৱধানতাৰে খোৱাৰ পৰামৰ্শ দিয়ে।

তথাপি, বিশেষ উপাদানৰ মিশ্ৰণৰ সৈতে কুঁহিয়াৰৰ ৰস সুৰক্ষিতভাৱে খোৱাৰ সুবিধা থাকে, যিয়ে তেজত শর্কৰাৰ মাত্ৰা নিয়ন্ত্রণত ৰাখে আৰু শৰীৰৰ ক্ষতি নকৰে।

কুঁহিয়াৰৰ ৰস আৰু নাৰিকল পানীৰ মিশ্ৰণ তৈয়াৰ কৰি, আধা গিলাচ কুঁহিয়াৰৰ ৰসৰে আধা গিলাচ নাৰিকল পানী মিহলাই এক চামুচ ডালচেনিৰ গুৰি যোগ কৰক। ১০০ মিলিলিটাৰ কুঁহিয়াৰ ৰসত ১৩-১৫ গ্ৰাম ফ্ৰুক্ট’জ আৰু চুক্ৰ’জ থাকে, কিন্তু এই মিশ্ৰণে চুক্ৰ’জৰ মাত্ৰা বৃদ্ধি ৰোধ কৰে। এই পানীয়টি ডায়েবেটিছ রোগীৰ বাবে নিৰাপদ আৰু শৰীৰৰ হাইড্ৰেচন বজাই ৰাখে।

আন এটা মিশ্ৰণ হৈছে কুঁহিয়াৰ ৰস আৰু আমলখিৰ ৰসৰ। এক কাপ কুঁহিয়াৰ ৰসৰ সৈতে আধা কাপ আমলখিৰ ৰস মিশ্রণ কৰি সামান্য নিমখ যোগ কৰক। এই মিশ্ৰণে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিলে আৰু শৰীৰৰ ডিটক্সত সহায় কৰে। আমলখি আৰু কুঁহিয়াৰৰ ৰসত পটাচিয়াম, কেলচিয়াম, মেগনেছিয়াম, আয়ৰণ আৰু ভিটামিন চি সমৃদ্ধ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক শক্তিশালী কৰে।

আনহাতে, আন এক মিশ্ৰণ হৈছে কুঁহিয়াৰৰ ৰসৰ ডিটক্স শ্বট। কুঁহিয়াৰৰ ৰসৰে আটাইতকৈ সৰু গিলাচত আধা চামুচ কেঁচা হালধিৰ ৰস, এক ইঞ্চি আদাৰ ৰস আৰূ আধা চামুচ ক’লা জলকীয়া মিহলাই খাওক। এই শ্বটে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত সহায় কৰি, হালধি আৰু আদাৰ প্ৰদাহ-বিৰোধী গুণাগুণে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য উন্নতি ঘটায়।

এই মিশ্ৰণসমূহৰ মাধ্যমে কুঁহিয়াৰৰ ৰস খালে শৰীৰ হাইড্ৰেটেড থাকে, গৰমৰ দিনত শীতলতা প্ৰদান কৰে, আৰু পুষ্টিকৰ উপাদানৰ যোগান ধৰে।

নাৰিকল পানী, আমলা, হালধি আৰু আদাৰ মিশ্ৰণে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ডায়েবেটিছ ৰোগীয়ে এই পানীয়সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণত খালে, গৰমৰ দিনত কুঁহিয়াৰৰ ৰসৰ সোৱাদ উপভোগ কৰাত কোনো ক্ষতি নকৰিব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ইয়াৰ প্ৰয়োজনীয়তা-কুঁহিয়াৰৰ ৰস আৰু
Share5Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
57
ADVERTISEMENT
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
51
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ
National-International

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
51
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026
52
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d