ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

নিউজ ডেস্কঃ

News Desk by News Desk
February 22, 2025
Reading Time: 1 min read
A A
0
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

সমগ্ৰ বিশ্বই কোভিডৰ দৰে ভয়ংকৰ মহামাৰী এতিয়ালৈকে দেখা নাই। কিন্তু শেহতীয়াকৈ চীনত (In China) এটা নতুন ভাইৰাছ (New virus) পোৱা গৈছে, যিটো কোভিডতকৈও অধিক বিপজ্জনক (More dangerous than Covid)। প্ৰখ্যাত ভাইৰ’লজিষ্ট শ্বি ঝেংগিলৰ নেতৃত্বত গৱেষকৰ এটা দলে শেহতীয়াকৈ বাদুলি (Bat)ৰ মাজত এনে এটা ভাইৰাছ বিচাৰি উলিয়াইছে, যিয়ে কোভিডতকৈ অধিক দ্ৰুত হাৰত মানুহক সংক্ৰমিত কৰিব পাৰে।

bat 1 | ASSAM TIMES POST
চীনৰ য়ুহানত নতুন ভাইৰাছ HKU5Cov2

এসময়ত য়ুহানৰ যি গৱেষণাগাৰৰ পৰা কোভিডৰ উৎপত্তি হোৱা বুলি অভিযোগ উঠিছিল, সেই গৱেষণাগাৰত শ্বিয়ে কাম কৰে। কোভিড সম্পৰ্কীয় গৱেষণাৰ বাবেও তেওঁ বৈজ্ঞানিক মহলত পৰিচিত। তেওঁ কয় যে এইবাৰ বাদুলিৰ দেহ (Body of a bat) পৰীক্ষা কৰি HKU5Cov2 নামৰ এটা ভাইৰাছ পোৱা গৈছে। গৱেষকসকলে কয় যে এই ভাইৰাছটোও কোভিডৰ এটা ৰূপ। এই ভাইৰাছত আক্ৰান্ত লোকৰ ভিতৰত এক তৃতীয়াংশ লোকৰ মৃত্যু হয়।

এই নতুন ভাইৰাছটো কোভিডৰ ৰূপান্তৰ হ’ব পাৰে বুলিও গৱেষকসকলে প্ৰকাশ কৰিছে। এই ভাইৰাছ কেৱল মানুহৰ পৰা মানুহলৈ নহয়, আন প্ৰাণীৰ পৰাও মানুহৰ শৰীৰলৈ বিয়পিব পাৰে বুলি আশংকা কৰা হৈছে। সেয়ে সংক্ৰমণ বিয়পোৱাৰ ক্ষেত্ৰত কোভিডতকৈও আগত বুলি ক’লেও অত্যুক্তি কৰা নহয়। কিন্তু এতিয়াই আতংকিত হোৱাৰ পৰিৱৰ্তে এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন বুলিও গৱেষকসকলে কয়।

Tags: BatcoronavirusHKU5Cov2বাদুলিভাইৰাছ
Share4Tweet3Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
50
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
50
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
50
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
50
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
50
ADVERTISEMENT
Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন
DIPHU

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
50
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি
Assam

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
50
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু
National-International

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026
50
NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন
National-International

NEET paper leak case : প্ৰশ্নকাকত ফাদিল কৰিলে ১০ বছৰৰ কাৰাদণ্ড, ১০ কোটি টকাৰ জৰিমনা; খচৰা বিধেয়কত অনুমোদন

July 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

Ramayana Bishnupriya Manipuri version : বিষ্ণুপ্রিয়া মণিপুৰী ভাষাত অনুদিত ৰামায়ণ ‘অক্ষয় ৰামায়ণ’ উন্মোচন

July 24, 2026
Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

Assam flood : বানত বিধ্বস্ত অসমত বানৰ কৱলত ১১ জিলা; ৭ লাখ আক্ৰান্ত, মৃত্যুৰ সংখ্যা ৪৭ জনলৈ বৃদ্ধি

July 24, 2026
Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

Himachal accident : পাহাৰৰ পৰা বৃহৎ শিল গাড়ীৰ ওপৰত পৰি হিমাচলত ১৩ জন লোকৰ মৃত্যু

July 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx