ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

স্বাস্থ্য প্ৰতিবেদন :

ASSAM TIMES POST by ASSAM TIMES POST
March 29, 2022
Reading Time: 1 min read
A A
0
স্বাস্থ্য : বদহজম কমাবলৈ এই ৩ বদ অভ্যাস ত্যাগ কৰক

RELATED POSTS

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

logo new 2 1 | ASSAM TIMES POST

আধুনিক জীৱনযাত্রাৰ কাৰণে বহু লোক কোষ্ঠকাঠিন্য, গেছ, বদহজমৰ সমস্যাত ভোগে। অস্বাস্থ্যকৰ জীৱন-যাপন, মচলাদাৰ খাদ্য খোৱাৰ প্রৱণতা, নিয়মিত শৰীৰচর্চা নকৰাৰ ফলত হজমজনিত বিভিন্ন সমস্যা দেখা যায়। কিন্তু বদহজম সংক্রান্তীয় সমস্যা সৃষ্টি হয় কিছু ভুল খাদ্যাভ্যাসৰ কাৰণে। খোৱাৰ সময়ত অসতর্কতাৰ কাৰণে কিছু কিছু ভুল হৈ যায়। যি বদহজমৰ কাৰণ হ’ব পাৰে।

হজমৰ সমস্যা দেখা দিয়াৰ কাৰণ

Digust 1908120624 | ASSAM TIMES POST১) ভোক নালাগিলেও খোৱা : ভোক লাগিলেহে খাদ্য খোৱাৰ কথা সকলো সময়তেই চিকিৎসকসকলে কৈ থাকে। খাদ্যৰ প্রয়োজন হ’লে শৰীৰে সেয়া জনাই দিব। শৰীৰৰ সংকেত অবিহনে খাদ্য খালে পাকস্থলী সেই খাদ্য ধাৰণ কৰাৰ বাবে প্রস্তুত নাথাকে। ফলত বদহজমৰ দৰে সমস্যাই দেখা দিয়ে।

২) খোৱাৰ আগতে পানী খোৱা : হজমৰ বাবে প্রয়োজন গেষ্ট্ৰিক ৰস। খোৱাৰ আগতে বা পিছত পানী খালে গেষ্ট্ৰিক ৰস পাতল হৈ যায় আৰু ৰক্তত ইনছুলিনৰ মাত্রা বাঢ়ি যায়। ইয়াৰ ফলত হজমৰ গণ্ডগোল হয়। খোৱাৰ সময়ত পানী খোৱাৰ ফলত পৰিপাক ক্রিয়াও দ্রুত হয়। সেয়ে খোৱাৰ ঠিক আগতে পানী খোৱাটো উচিত নহয়।

৩) খোৱাৰ সময়ত অন্য কাম কৰা : ব্যস্ততাময় জীৱনত টোপনি, খোৱাৰ বাবে পৃথক কোনো সময় নাথাকে। বহু সময়ত অফিচত কামৰ মাজতেই খাবলগা হয়। চিকিৎসকৰ মতে, খোৱাৰ সময়ত অন্য কাম নকৰাই ভাল। অমনোযোগী হ’লে বেছি খাদ্য খোৱাৰ আশঙ্কা থাকে। প্রয়োজনৰ তুলনাত বেছি খাদ্য খালে বদহজম হ’ব পাৰে। সেয়ে কাম কৰি কৰি খাদ্য নোখোৱাই ভাল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Indigestionবদহজম
Share6Tweet4Send

Related Posts

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
51
Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
51
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
51
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
56
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
55
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d