ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

নিউজ ডেস্কঃ

News Desk by News Desk
October 15, 2026
Reading Time: 1 min read
A A
0
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

RELATED POSTS

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

New Logo Smal | ASSAM TIMES POST

সৰ্বোচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰা কৰাৰ বাবে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ কৰিছে। তেওঁৰ এই আচৰণৰ উত্তৰ বিচাৰিছে আদালতে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ মন্তব্য, “কোনোৱেই ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে।” গোচৰৰ শুনানিৰ পিছদিনা ব্যাখ্যা দিবলৈ কোৱা হৈছে। ৰাহুল গান্ধীৰ লগতে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱলৈও এখন জাননী প্ৰেৰণ কৰা হৈছে। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ই মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে। ইয়াৰ মাজতে ‘ইণ্ডিয়া’ৰ এটা প্ৰতিনিধি দলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিছে। যোৱা সোমবাৰে ৰাহুল গান্ধীয়ে মুখ্য ন্যায়াধীশ সূৰ্য কান্তকো সাক্ষাৎ কৰিব বিচাৰিছিল। কিন্তু সেই অনুৰোধ নাকচ কৰে মুখ্য ন্যায়াধীশে। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ এখন পত্ৰ প্ৰেৰণ কৰি বৈঠক কিয় সম্ভৱ নহ’ল সেই বিষয়ে বুজাই দিয়ে। পিছদিনা ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালয়লৈ পদযাত্ৰা কৰি এছআইআৰত অনিয়মৰ অভিযোগ উত্থাপন কৰি গোচৰ তৰে। এইবাৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে সেইদিনা ৰাহুল গান্ধীৰ এই কার্যৰ বাবে উত্তৰ বিচাৰিছে৷

ৰাহুল গান্ধীয়ে দাখিল কৰা গোচৰৰ পৰিপ্ৰেক্ষিতত আদালতে নিৰ্বাচন আয়োগকো জাননী জাৰি কৰিছে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে উক্ত গোচৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুজন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীৰ পৰা সঁহাৰি বিচাৰিছে।

rahul1 2 | ASSAM TIMES POST
ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

শেহতীয়াকৈ দিল্লী আৰক্ষীয়ে দিল্লীৰ ‘নিৰ্দিষ্ট প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা যন্তৰ-মন্তৰক আঁতৰাই পেলাইছে। সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক সুকীয়া গোচৰ ৰুজু কৰা হৈছে। উক্ত গোচৰৰ শুনানিও বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচি আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত শুনানি গ্ৰহণ কৰে। ইয়াত কেন্দ্ৰৰ হৈ হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে যন্তৰ-মন্তৰৰ সন্দৰ্ভত সিদ্ধান্ত এটা নিৰ্দিষ্ট সমিতিৰ পৰামৰ্শৰ ভিত্তিত লোৱা হৈছে। সেই গোচৰ সন্দৰ্ভত কেন্দ্ৰ আৰু দিল্লী আৰক্ষীৰ মতামত বিচাৰিছে আদালতে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য আছিল, “তেওঁলোকে সঁহাৰি দিব লাগে। যদি সঁহাৰি সন্তোষজনক নহয় তেন্তে আইন নিজৰ মতে চলিব।”

শেহতীয়াকৈ এছআইআৰৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত কেইবাগৰাকী মহিলা সাংবাদিকক হাৰাশাস্তিৰ অভিযোগো উত্থাপন হৈছিল। সেই সন্দৰ্ভত আদালতত গোচৰ ৰুজু কৰা হৈছে। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে বৃহস্পতিবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰাৰ লগতে এছআইআৰ সম্পৰ্কীয় অন্যান্য গোচৰৰ শুনানি গ্ৰহণ কৰে। তাতে অধিবক্তা ইন্দিৰা জয়সিঙে যুক্তি দিয়ে, “প্ৰতিবাদৰ বাতৰি পৰিৱেশন কৰিবলৈ যোৱা মহিলা সাংবাদিকসকলৰ শাৰীৰিক আৰু যৌন নিৰ্যাতনৰ আশংকা থাকে। তেওঁলোক প্ৰতিবাদ কৰিবলৈ নহয়, তেওঁলোকে নিজৰ পেছাদাৰী কৰ্তব্য পালন কৰিবলৈহে আছে।” অভিযোগসমূহ চোৱাচিতা কৰিবলৈ অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশ আৰু মহিলা আৰক্ষী বিষয়াৰ এখন সমিতি গঠন কৰিবলৈ অনুৰোধ জনায়। উচ্চতম ন্যায়ালয়ে বিষয়টো বিবেচনা কৰিব বুলি জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: SCtoRahulGandhi
Share4Tweet3Send

Related Posts

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

by News Desk
October 15, 2026
50
Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা
National-International

Supreme Court : ভোটগণনাৰ ভিডিঅ’ ফুটেজ বিচাৰি উলিয়াব পৰা নাই নিৰ্বাচন আয়োগে, উচ্চতম ন্যায়ালয়ৰ ভৰ্ৎসনা

by News Desk
October 15, 2026
50
Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক
National-International

Delhi protest : বন্দী প্ৰতিবাদকাৰীক গৰম, সতেজ খাদ্য; নেতাসকলৰ বাবে চাহ, কফি, জলপান: দিল্লী আৰক্ষী অধীক্ষক

by News Desk
October 15, 2026
50
Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ
National-International

Make in India : চতুৰ্থ প্ৰজন্মৰ টি-১৪ আৰ্মাডা টেংক ‘মেক ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণৰ বাবে ভাৰতক প্ৰস্তাৱ ৰাছিয়াৰ

by News Desk
October 15, 2026
50
CJP protest : প্ৰতিবাদৰ অনুমতি নাপালে পঁইতাচোৰাই, গান্ধী জয়ন্তীত শিৱাজী পাৰ্কত ‘জে’ল ভৰো’ আন্দোলনৰ আহ্বান
National-International

CJP protest : শুকুৰবাৰে চিজেপিৰ পুনৰ প্ৰতিবাদ, দিল্লীৰ কন’ট প্লেচত ‘ত্ৰিৰংগ উৰাওক’ অভিযানৰ আহ্বান দীপকেৰ

by News Desk
October 15, 2026
50
Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ
National-International

Indian Railway : ৰে’লৱেই দিব ৭৮ দিনৰ বোনাছ, ১১ লাখ ৪০ হাজাৰ কৰ্মচাৰীৰ বাবে ২ হাজাৰ কোটি খৰচ

by News Desk
October 15, 2026
50
ADVERTISEMENT
SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ
National-International

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
50
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 
National-International

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
50
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন
KARBI ANGLONG

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026
50
Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক
Guwahati

Drugs seized : দিছপুৰ আৰক্ষীৰ অভিযানত মহানগৰীত উৎখাত বৃহৎ ড্ৰাগছ নেটৱৰ্ক

October 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

SC to Rahul Gandhi : ন্যায়পালিকাক ভয় দেখুৱাব নোৱাৰে, উচ্চতম ন্যায়ালয়ৰ দিশে পদযাত্ৰাৰ বাবে ৰাহুল গান্ধীলৈ জাননী প্ৰেৰণ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠৰ

October 15, 2026
Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

Pak drone : ড্ৰ’নৰ জৰিয়তে পাকিস্তানৰ পৰা ভাৰতলৈ সৰবৰাহ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক: ৰাজস্থানত আইইডি, আৰডিএক্স উদ্ধাৰ 

October 15, 2026
KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

KAAC session : কাৰ্বি আংলং স্বায়‌ত্তশাসিত পৰিষদৰ অধিৱেশনত ‘চাকৰি সেৱা বিধি’ উত্থাপন

October 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d