ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

বায়ু প্রদূষণৰ ফলত অৱসাদৰ চিকাৰ হ’ব পাৰে কিশোৰসকল, গৱেষকৰ দাবী

News Desk by News Desk
March 21, 2022
Reading Time: 1 min read
A A
0
বায়ু প্রদূষণৰ ফলত অৱসাদৰ চিকাৰ হ’ব পাৰে কিশোৰসকল, গৱেষকৰ দাবী

New Logo Very Smal | ASSAM TIMES POST
নিউজ ডেস্কঃ

RELATED POSTS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

বর্তমান সময়ত সকলোকেই মানসিক স্বাস্থ্য সন্দৰ্ভত বিশেষ সতর্ক থকাৰ পৰামর্শ দিছে বিশেষজ্ঞসকলে। সাম্প্ৰতিক সময়ত হতাশা, অৱসাদৰ দৰে মানসিক অসুস্থতাত ভুগিছে বহু লোক। কিন্তু জানেনে বায়ু প্রদূষণৰ কাৰণে কম বয়সতেই অৱসাদৰ চিকাৰ হ’ব পাৰে আপুনি? এই দাবী কৰিছে এদল গৱেষকে।  বায়ু প্রদূষণৰ কাৰণে শৰীৰৰ ওপৰত কুপ্রভাব পৰে, এইকথা সকলোৱেই জানে। আনকি কম বয়সীয়াসকলৰ শ্বাসকষ্টৰ দৰে সমস্যা আৰম্ভ হয় বহুতৰে। ইয়াৰ উপৰি অৱসাদৰ চিকাৰ হোৱাৰ সম্ভাৱনাও বাঢ়িছে। ‘ডেভেলপমেন্টাল ছাইক’লজি’ নামৰ এখন পত্রিকাত প্রকাশিত এক ৰিপোর্ট অনুযায়ী, প্রদূষণৰ কাৰণে বায়ুমণ্ডলৰ অজন স্তৰৰ ঘনত্ব দিনে দিনে বৃদ্ধি পাই গৈছে। যাৰ কুপ্রভাব পৰিছে কিশোৰ-কিশোৰীসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত। ইয়াৰ ফলতেই কমবয়সতে তেওঁলোক অৱসাদত ভুগিছে। 

কেৱল অৱসাদ নহয়, বায়ু প্রদূষণৰ কাৰণে টোপনিত ব্যঘাত ঘটিছে কিশোৰ-কিশোৰীসকলৰ। কম টোপনিৰ কাৰণে পঢ়া-শুনা, খেলা-ধূলা, আনকি স্বাভাবিক জীৱন ধাৰাতো প্রভাব পৰে। ইয়াৰ পৰা বাঢ়ে হতাশা। তাৰ উপৰি কম বয়সতেই আত্মহত্যাৰ প্রবণতা বাঢ়িব পাৰে। বায়ু প্রদূষণ মানসিক স্বাস্থ্যৰ বাবে কিমান ক্ষতিকৰ সেয়া জানিবৰ বাবে আমেৰিকাৰ ছান ফ্রান্সিছকো চহৰৰ ২১৩ জন কিশোৰ-কিশোৰীক লৈ ৪ বছৰ ধৰি গৱেষণাটি কৰা হয়। যিসকলৰ ওপৰত গৱেষণা কৰা হয় তেওঁলোক সকলোৰে বয়স আছিল ১৩ বছৰৰ ভিতৰত। সুদীর্ঘ গৱেষণাৰ পিছত দেখা গৈছে, যিবোৰ স্থানত অজনৰ ঘনত্ব বেছি তাত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ ওপৰত কুপ্রভাব পৰিছে। 

Tags: Featured
Share4Tweet3Send

Related Posts

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ
ALL NEWS

Tariff talks with US : ভাৰতৰ ওপৰত ১২.৫ শতাংশ শুল্কৰ প্ৰস্তাৱ আমেৰিকাৰ

by News Desk
July 11, 2026
50
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?
Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

by News Desk
July 9, 2026
50
‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক
ALL NEWS

‎কেন্দ্ৰীয় মন্ত্ৰী প্ৰধানে পদত্যাগ নকৰালৈকে আন্দোলন অব্যাহত থাকিব: চিজেপিৰ প্ৰতিষ্ঠাপক দীপক

by Staff Reporter
June 7, 2026
50
‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ
ALL NEWS

‎শীঘ্ৰে অপাৰেচন এপিক ফিউৰি ২.০? চীন ভ্ৰমণৰ পিছত ইৰাণৰ ওপৰত নৱীকৰণ আক্ৰমণৰ পৰিকল্পনা আমেৰিকাৰ

by Staff Reporter
May 16, 2026
50
Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
ADVERTISEMENT
CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে
National-International

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
50
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল
National-International

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
50
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী
National-International

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026
50
DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা
National-International

DRDO : বিমান যুদ্ধত পাক-চীনৰ বিৰুদ্ধে যুঁজিবলৈ সাজু ‘কুশ’, চণ্ডীপুৰত সফল প্ৰথম পৰীক্ষা

July 25, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

CJP protest : পঁইতাচোৰাৰ বিদ্ৰোহ আৰু ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ ‘গণতন্ত্ৰৰ জয়’, চিজেপিৰ মুৰব্বী দীপকে

July 25, 2026
Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

Sonam Wangshuk : হস্পিটেলৰ পৰা ৱাংচুকৰ বিজয়ৰ বাৰ্তা, ধৈৰ্য্ আৰু অধ্যৱসায়ৰ ফল

July 25, 2026
CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

CJP protest : এটা মন্তব্যৰ পৰা ইনষ্টাগ্ৰামত জন্ম হোৱা আঢ়ৈমহীয়া ‘পঁইতাচোৰা’ই জোকাৰিলে দেশ-দিল্লী

July 25, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx