ALL NEWS

All News Archives in Assamese and English from Assam

পিতৃ-মাতৃ কৃষিকাৰ্যত ব্যস্ত, কেঁচুৱা ভগ্নীক লৈ স্কুললৈ আহিল ১০ বছৰীয়া শিশু

১০ বছৰীয়া এটি শিশুই কোলাত তেওঁৰ কেঁচুৱা ভগ্নীক লৈ আহিল স্কুললৈ। ভগ্নীক কোঁচত লৈয়েই চলালে তেওঁৰ পঢ়া-শুনা। মণিপুৰৰ এই ঘটনা...

Read moreDetails
শান্তি প্ৰতিষ্ঠাৰ বাবে আলোচনাৰ বার্তা পাক সেনাপ্রধানৰ

আলোচনাৰ মাধ্যমেৰেই ভাৰতৰ সৈতে পাকিস্তানৰ সকলো বিবাদৰ শান্তিপূর্ণ নিষ্পত্তিৰ বার্তা দিলে পাকিস্তানৰ সেনাপ্রধান জেনেৰেল কামাৰ জাভেদ বাজৱাই। পাকিস্তানৰ চলিত ৰাজনৈতিক...

Read moreDetails
ডিফুত ভয়াবহ পথ দুৰ্ঘটনা, দুজন নিহত এজন গুৰুতৰভাৱে আহত

আজি সন্ধিয়াৰ ভাগত ডিফু-মাঞ্জা পথৰ পাঁচ মাইলত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জাৰ পৰা তীব্ৰ বেগে...

Read moreDetails
ডিফুৰ এমএলএ বিএছ ইংলেঙৰ শিক্ষাগত অৰ্হতাকলৈ আদালত এজেপিৰ নেতাই কৰা গোছৰৰ প্ৰতিক্ৰিয়া বিধায়ক ইংলেঙৰ

যোৱা শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি পলাশ ৰঞ্জন বৰুৱাই ১৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্টিৰ...

Read moreDetails
পশ্চিম কৰ্বিআংলঙৰ অসম-মেঘালয়ৰ সীমান্তত উত্তেজনা

অসম-মেঘালয়ৰ সীমান্তত পুনৰ উত্তেজনা। পশ্চিম কৰ্বিআংলং জিলাৰ উমলাফেৰৰ জাটালাঙত সৃষ্টি হৈছে‌ এই উত্তেজনাৰ। মেঘালয়ৰ অৰ্ধশতাধিক লোকে হাতত চোকা অস্ত্ৰ লৈ...

Read moreDetails
লখিমপুৰৰ চাউলধোৱাত পথ দুৰ্ঘটনাঃ নিহত ১ জন, আহত ২ জন-

লখিমপুৰৰ চাউলধোৱা থেকেৰাগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৰিংকু দাস আৰু আঘাতপ্ৰাপ্ত হয়...

Read moreDetails
হিংসা বন্ধ কৰিবলৈ ৰুছ বিদেশমন্ত্রীক অনুৰোধ মোদীৰ

ইউক্রেইনত সামৰিক অভিযানৰ পিছত এঘৰীয়া হৈ পৰিছে ৰাছিয়া। এই পৰিস্থিতিত ভাৰতলৈ আহিছে ৰুছ বিদেশমন্ত্রী ছের্গেই লাভৰভ। তেওঁৰ সৈতে বৈঠক কৰিছে...

Read moreDetails
আফস্পামুক্ত ৰাজ্যৰ ২৪ জিলা, শান্তিৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শুক্রবাৰৰ পৰা আফস্পামুক্ত হ'ল অসমৰ ২৪খন জিলা। ৯খন জিলা আৰু কাছাৰৰ এটি মহকুমা বাদ দি বাকী ৬০ শতাংশ এলেকাক অশান্ত...

Read moreDetails
বিজেপিৰ ইতিহাসত প্রথম, ৰাজ্যসভাত ১০০ জনৰ সীমা স্পৰ্শ গেৰুৱা সাংসদৰ সংখ্যা

বিজেপিৰ ইতিহাসত এই প্রথম। সংসদীয় ৰাজনীতিত ১৯৯০ চনৰ পিছত এই ঘটনা দেখা যোৱা নাছিল। ৰাজ্যসভাত ১০০ সদস্যৰ সংখ্যা স্পৰ্শ কৰিলে...

Read moreDetails
ADVERTISEMENT

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist