![]()
লখিমপুৰৰ চাউলধোৱা থেকেৰাগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হয় এজন যুৱক ৰিংকু দাস আৰু আঘাতপ্ৰাপ্ত হয় দিবাকৰ পাঠক লগতে বাপী দে।
গোগামুখৰ পৰা লখিমপুৰ সদৰ অভিমূখে আহি থকা এ এছ ০১ বি আৰ ৩৮৭৮ নম্বৰৰ চুইফ্ট গাড়ীখনে নিশা প্ৰায় ১২ মান বজাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰে।













