ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

ডিফুত ভয়াবহ পথ দুৰ্ঘটনা, দুজন নিহত এজন গুৰুতৰভাৱে আহত

ছাইদুল ইছলামঃ

News Desk by News Desk
April 3, 2022
Reading Time: 1 min read
A A
0

RELATED POSTS

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

New Logo Very Smal | ASSAM TIMES POST

আজি সন্ধিয়াৰ ভাগত ডিফু-মাঞ্জা পথৰ পাঁচ মাইলত সংঘটিত হয় ভয়াবহ পথ দুৰ্ঘটনা ৷ প্ৰাপ্ত খবৰ অনুসৰি মাঞ্জাৰ পৰা তীব্ৰ বেগে আহি থকা এএছ ০৯ ডি ০৩০১ নম্বৰৰ বলেৰ’ গাড়ীখন মাঞ্জাৰ পৰা আহি থকা অৱস্থাত ডিফু পাঁচ মাইলৰ পৰা মাঞ্জা অভিমুখে গৈ থকা আপাচি আৰটিআৰ ২০০-৪ ভি মটৰ চাইকেলখনত খুন্দিয়াই দিয়াৰ ফলত মটৰ চাইকেলখনৰ চালক পাঁচ মাইলৰ চন্দন ৰায় ঘটনাস্থলীত নিহত হোৱাৰ লগতে মটৰ চাইকেলখনত আৰোহী হিচাপে অহা আন দুজন যুৱক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ৷

আহত অৱস্থাত দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে লৈ গৈ থকাৰ অৱস্থাত এজন আৰোহীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে যদিও বাতৰি লিখা পৰলৈকে নিহত যুৱকজন চিনাক্ত হোৱা নাই ৷

accP6 1 | ASSAM TIMES POST

আন জন যুৱকক সংকটজনক অৱস্থাত ডিএমচিএইছ ভৰ্তি কৰা হৈছে ৷ দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে মটৰ চাইকেলখনৰ চালক চন্দন ৰয়ৰ এখন হাত ছিঙি যায় আৰু বলেৰ’খনৰ চকা খুলি যায় ৷ ঘটনাৰ খবৰ পোৱাৰ মাত্ৰই ডিফু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰি বলেৰ’খনৰ চালক পলাই যায় বুলি জানিব পৰা গৈছে ৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ROAD ACCIDENT IN DIPHU 2 DEATHদুজন নিহতপথ দুৰ্ঘটনাঃ
Share9Tweet6Send

Related Posts

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

by News Desk
September 2, 2026
58
Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ
KARBI ANGLONG

Karbi Anglong protest : লোকপিয়লত এছ টি মৰ্যাদাৰ দাবীত কাৰ্বি আংলঙত এবছুৰ বৃহৎ প্ৰতিবাদ

by ASSAM TIMES POST
September 2, 2026
64
Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত
KARBI ANGLONG

Karbi Anglong roads condition : প্ৰকৃতি ধ্বংসৰ পৰিণতি, এজাক বৰষুণতেই কাৰ্বি আংলঙত স্তব্ধ হ’ল যাতায়াত

by News Desk
September 1, 2026
66
Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন
KARBI ANGLONG

Rakshya Bandhan : হাওৰাঘাটত স্বামী বিবেকানন্দ চেতনা মঞ্চ, তাৰচদিয়া ফাউণ্ডেশ্যন আৰু টাইড ট্ৰাষ্টৰ উদ্যোগত ৰাখী বন্ধন উদযাপন

by News Desk
August 28, 2026
56
Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক
KARBI ANGLONG

Nepal floods : নেপালৰ জলপ্ৰলয়, সন্ধানহীন কাৰ্বি আংলঙৰ দুই যুৱক

by News Desk
August 28, 2026
60
Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল
KARBI ANGLONG

Tuliram Ranghang : ধৰতী আবা জনজাতীয় গ্ৰাম উৎকর্ষ অভিযানৰ অধীনত জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ক তুলিৰাম ৰংহাঙৰ কেইবাটাও প্ৰস্তাৱ দাখিল

by ASSAM TIMES POST
August 27, 2026
55
ADVERTISEMENT
BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত
Assam

September 3, 2026
50
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত
BREAKING NEWS

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
50
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা
KARBI ANGLONG

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026
58
Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব
National-International

Ram Mandir : ৰাম মন্দিৰ ট্ৰাষ্টৰ প্রথম চিইঅ’ হিচাপে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়া জিতেন্দ্ৰ সিঙক দায়িত্ব

September 2, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

BIG BREAKING:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত চাঞ্চল্যকৰ গুলীচালনা,দুই আৰক্ষী জোৱান নিহত

September 3, 2026
SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

SONAPUR BREAKING | মৰকদলাত আৰক্ষী-গাড়ী চোৰৰ গুলীয়াগুলী, দুজন নিহত

September 3, 2026
West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

West Karbi Anglong : খেৰণিৰ নবাইবিলত বোৱাৰীৰ ৰহস্যজনক হত্যাকাণ্ড, মৃতদেহ সৎকাৰ লৈ উত্তপ্ত পৰিস্থিতি, শূণ্যলৈ আৰক্ষীৰ গুলীচালনা

September 2, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d