India Pakistan clash : মানচিত্ৰত থাকিব বিচাৰে নে ইতিহাসত থাকিব বিচাৰে? সন্ত্ৰাসবাদৰ সমৰ্থনক লৈ পাকিস্তানক সকীয়নি ভাৰতৰ
সন্ত্ৰাসবাদৰ সমৰ্থনক (Support of terrorism) লৈ ভাৰতে (India) পুনৰ পাকিস্তানক (Pakistan) সকীয়াই দিয়ে। লগতে স্পষ্ট কৰি দিয়া হৈছে যে যদি ...












