ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ajit Doval On China-Pakistan I চীন-পাকিস্তানলৈ বাৰ্তা ডোভালৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 30, 2023
Reading Time: 1 min read
A A
0
Ajit Doval On China-Pakistan I চীন-পাকিস্তানলৈ বাৰ্তা ডোভালৰ

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

RELATED POSTS

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

পাকিস্তান (Pakistan) আৰু চীনৰ (China) সৈতে একেখন মঞ্চত বহি ছাউথ ব্লকে (South Block) চুবুৰীয়া দুয়োখন দেশক এক শক্তিশালী বাৰ্তা দিয়ে। ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (National Security Advisor of India) অজিত ডোভালে (Ajit Doval) বুধবাৰে এছ চি অ’ৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা পৰ্যায়ৰ বৈঠকত মুকলি ভাষণত সন্ত্ৰাসবাদ নিৰ্মূল আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। উল্লেখ্য, ভাৰতে বাৰে বাৰে পাকিস্তানৰ বিৰুদ্ধে উগ্ৰপন্থী আৰু চীনৰ বিৰুদ্ধে সম্প্ৰসাৰণবাদৰ অভিযোগ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিবলৈ চেষ্টা কৰি আছে।

Ajit Doval
চীন-পাকিস্তানলৈ বাৰ্তা ডোভালৰ:

কাৰ্যতঃ এছ চি অ’ৰ পৰ্যায় এনেকুৱা যে পূব ইউৰোপৰ দেশৰ উপৰি এই দুখন দেশ (চীন, পাকিস্তান) সদস্য। সন্মিলনত দেশ দুখনৰ প্ৰতিনিধিসকল ভিডিঅʼৰ মাধ্যমেৰে উপস্থিত থাকে।ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ভাষণত কয়, “যিকোনো ৰূপত সন্ত্ৰাসবাদ আৰু ইয়াৰ বিত্তীয় সাহায্য আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বান। সন্ত্ৰাসবাদ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়।” চীনৰ নাম নোলোৱাকৈয়ে তেওঁ এছ চি অ’ৰ সদস্য দেশসমূহৰ দিশৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে।

কয়, “এছ চি অ’ৰ নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে সদস্য দেশসমূহে পাৰস্পৰিক সাৰ্বভৌমত্ব মানি চলিব। প্ৰতিখন দেশেই ভূখণ্ডৰ অখণ্ডতাক সন্মান কৰিব লাগিব, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত কোনো ধৰণৰ ভাবুকি বা শক্তি প্ৰদৰ্শনৰ পৰা বিৰত থাকিব লাগিব। কোনো দেশেই আন ঠাইত নিজৰ সামৰিক আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা নকৰিব।”

কূটনৈতিক শিবিৰটোৰ মতে, যদিও নাম প্ৰকাশ কৰা হোৱা নাই, ডোভালৰ বাৰ্তাৰ পৰা স্পষ্ট যে তেওঁ পূব লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ ওচৰত বিগত ডেৰ-দুবছৰ ধৰি চীনা সৈন্যৰ অৱস্থানৰ কথা উল্লেখ কৰিছে। ইয়াতে ক্ষান্ত নাথাকি ডোভালে চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰেৰে বেইজিঙকো টানি আনে। তেওঁৰ ভাষাত, “আঞ্চলিক সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হʼল এই পদক্ষেপ স্বচ্ছ হʼব লাগে। ইয়াত সকলোৰে সমান অংশীদাৰিত্ব থাকিব, সকলোৱে আলোচনা কৰি আৰু সৰ্বোপৰি সকলো ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান জনাই আগবাঢ়িব লাগিব।”

উল্লেখ্য, চীনৰ ‘বেল্ট এণ্ড ৰোড’ প্ৰকল্পক লৈ ভাৰতে বাৰে বাৰে আপত্তি দৰ্শাই আহিছে। কোৱা হৈছে যে এই প্ৰকল্পৰ ৰে’লপথ পাকিস্তান দখল কাশ্মীৰৰ মাজেৰে পাৰ হৈ গৈছে। নতুন দিল্লীৰ তথ্য অনুসৰি, ইছলামবাদে এই ভূখণ্ড অবৈধভাৱে দখল কৰিছে। ইয়াত কোনো নিৰ্মাণক ভাৰতে সমৰ্থন নকৰে। কিন্তু চীনে এতিয়াও এই অভিযোগৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

Tags: Pakistanচীন-পাকিস্তানলৈ বাৰ্তা ডোভালৰ
Share4Tweet3Send

Related Posts

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

by News Desk
August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

by News Desk
August 8, 2026
50
Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া
National-International

Foreign Currency Regulation Act : বৈদেশিক সাহায্য নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকাৰ সাংসদ, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া

by News Desk
August 8, 2026
50
Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ
National-International

Arunachal China border : চীনক প্ৰত্যাহ্বান জনাই এলএচি সংলগ্ন ২৭ গাঁও, গিৰিপথ আৰু হ্ৰদৰ নতুন নামকৰণ ভাৰতৰ

by News Desk
August 8, 2026
50
Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী
National-International

Neha Bora : নেহা বোৰালৈ চিয়াঁহী নিক্ষেপ, ঝাৰখণ্ডত ছাত্ৰ প্ৰতিবাদৰ সময়ত আক্ৰান্ত আইছা নেত্ৰী

by News Desk
August 7, 2026
50
NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ
National-International

NEET paper leak case : হত্যাতকৈও ভয়ানক অপৰাধ, প্ৰশ্নকাকত ফাদিলৰ গোচৰত জড়িত আইএএছ বিষয়াৰ জামিন নাকচ

by News Desk
August 7, 2026
50
ADVERTISEMENT
Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল
KARBI ANGLONG

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
50
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

Karbi Anglong flood : কার্বি আংলঙত পুনৰ বান পৰিস্থিতি, গৃহহীন শতাধিক পৰিয়াল

August 9, 2026
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx