ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

JK terrorist attack I কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু

News Desk by News Desk
November 16, 2026
Reading Time: 1 min read
A A
0
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

RELATED POSTS

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

New Logo Smal 1 | ASSAM TIMES POST

কাশ্মীৰৰ চিআৰপিএফ শিবিৰত আক্ৰমণৰ অভিযোগত অভিযুক্ত দুজন সন্ত্ৰাসবাদী নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয়। দুয়োজনেই পাকিস্তানী সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সদস্য বুলি জানিব পৰা গৈছে। মৃতসকলৰ ভিতৰত লস্কৰৰ কমাণ্ডাৰ লতিফ ভাটো আছে।
বুধবাৰে জম্মু-কাশ্মীৰৰ কুলগামৰ মিৰবজাৰৰ সমীপৰ শিবিৰত চিআৰপিএফৰ ৪৬ নং বেটেলিয়নৰ এটা নাকা দলক সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে। তেতিয়াৰ পৰাই নিৰাপত্তা বাহিনীয়ে আক্ৰমণকাৰীক বিচাৰি অভিযান আৰম্ভ কৰিছে।
JK terrorist attack I
কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু:

দক্ষিণ কাশ্মীৰৰ এক বিশাল অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান আৰম্ভ কৰে। অৱশেষত কুলগামৰ লাৰু গাঁৱত সন্দেহজনক গতিবিধিৰ তথ্য লাভ কৰে জোৱানসকলে। সেই অনুসৰি গাঁওখন ঘেৰাও কৰি অনুসন্ধান আৰম্ভ কৰা হয়। সেই অভিযানৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হয়। প্ৰথমতে জনা গৈছে যে লস্কৰৰ কমাণ্ডাৰ লতিফ আছিল এই আক্ৰমণৰ মূল পৰিকল্পনাকাৰী।

সূত্ৰ অনুসৰি, লতিফ কুলগাম জিলাৰ খেবৰাণ চাদৰ (নতুন বস্তি) অঞ্চলৰ বাসিন্দা। আচমুজিৰ চৰকাৰী বিদ্যালয় এখনত দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল। তাৰ পিছত কুলগামৰ কলেজ এখনত নামভৰ্তি কৰিছিল। কিন্তু কলেজৰ পৰা আধাতে ওলাই যায়। ইয়াৰ পিছত তেওঁ খেবৰাণত কাঠমিস্ত্ৰীৰ কাম আৰম্ভ কৰে। ২০২৫ চনৰ ১৯ নৱেম্বৰত হঠাৎ সন্ধানহীন হৈ পৰে। কিছুদিন পিছত পৰিয়ালে নিৰুদ্দেশ গোচৰ দাখিল কৰে। মাত্ৰ কেইদিনমান পিছতে গম পোৱা যায় যে তেওঁ লস্কৰ সন্ত্ৰাসবাদী সংগঠনৰ ছাঁয়া সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰন্টত (টিআৰএফ)তল যোগদান কৰিছে। সূত্ৰ অনুসৰি, তেওঁ আছিল দক্ষিণ কাশ্মীৰৰ লস্কৰৰ একমাত্ৰ সক্ৰিয় স্থানীয় সদস্য।

জম্মু-কাশ্মীৰ আৰক্ষীৰ সূত্ৰ অনুসৰি, সোমবাৰে সেনা আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে যৌথভাৱে এই অভিযান চলায়। কাশ্মীৰ আৰক্ষীৰ অভিজাত বিশেষ অভিযান গোটো উপস্থিত থাকে।

বুধবাৰে সংঘটিত হোৱা এই আক্ৰমণত আহত হয় ৩ চিআৰপিএফ জোৱান। এজনৰ হাতত, এজনৰ ভৰিত আৰু আনজনৰ তলপেটত গুলী লাগিছিল। প্ৰাথমিক তদন্তত মুঠ তিনিজন লোকে এই আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰাৰ পিছত জংঘলৰ মাজেৰে খোজকাঢ়ি গৈ অঞ্চলটোত উপস্থিত হোৱাৰ কথা জানিব পৰা গৈছে। গুলীচালনাৰ পিছত জংঘলৰ মাজেৰে উভতি পলায়ন কৰে। সন্ত্ৰাসবাদীয়ে মুঠ ৩০টা গুলীচালনা কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীকাশ্মীৰৰ চিআৰুপিএফ শিবিৰতৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু
Share4Tweet3Send

Related Posts

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন
National-International

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

by News Desk
November 16, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

by News Desk
November 16, 2026
50
সনাতন ধৰ্ম ভাৰতৰ ৰাষ্ট্ৰীয় ধৰ্ম, সকলোৱে ইয়াক সন্মান কৰা উচিত : আদিত্যনাথে
National-International

Yogi Adityanath I নিৰ্বাচনৰ পূৰ্বে যুৱ ভোটাৰৰ হৃদয় জয়ৰ চেষ্টা আদিত্যনাথৰ, উত্তৰ প্ৰদেশত বিনামূলীয়া টেবলেট বিতৰণ

by News Desk
November 16, 2026
50
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

by News Desk
November 16, 2026
50
U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

by News Desk
November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
ADVERTISEMENT
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack I কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু

November 16, 2026
50
Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন
National-International

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

November 16, 2026
50
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

November 16, 2026
50
IndiGo Flight : দিল্লী অভিমুখী ইণ্ডিগ’ বিমানত মাজআকাশত ইঞ্জিন বিভ্ৰান্তি, গোৱাত জৰুৰী অৱতৰণ
National-International

IndiGo I ইণ্ডিগোত কৰ্মৰত যুৱতীৰ ৰক্তাক্ত মৃতদেহ অৰণ্যত উদ্ধাৰ, ঘৰলৈ অহাৰ সময়ত মৃত্যুক লৈ ৰহস্য

November 16, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack I কাশ্মীৰৰ চিআৰুপিএফ শিবিৰত আক্ৰমণৰ দুই অভিযুক্ত লস্কৰ সন্ত্ৰাসবাদীৰ নিৰাপত্তা বাহিনীৰ গুলীত মৃত্যু

November 16, 2026
Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

Bilkis Bano case I বিলকিছ বানু গোচৰত দুই দোষীক ১৭ বছৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ জামিন

November 16, 2026
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

November 16, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d