ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

News Desk by News Desk
November 16, 2026
Reading Time: 1 min read
A A
0
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

RELATED POSTS

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

New Logo Smal 1 | ASSAM TIMES POST

এইবাৰ ছত্তীশগড়ৰ পৰা চিআৰপিএফে আঁতৰাই নিলে এটা বেটেলিয়ন বাহিনী (Anti Maoist operation)। মাওবাদীবিৰোধী অভিযানৰ বাবে ৰাজ্যত নিয়োজিত হৈছিল ১০০০ৰো অধিক জোৱানেৰে গঠিত এই বেটেলিয়ন বাহিনীটো। এইবাৰ ছত্তীশগড়ৰ পৰা মণিপুৰলৈ বদলি কৰা হৈছে এই বেটেলিয়ন। ইতিমধ্যে কেন্দ্রীয় চৰকাৰে দেশক ‘মাওবাদীমুক্ত’ বুলি ঘোষণা কৰিছে৷ চৰকাৰৰ লক্ষ্য আছিল মাৰ্চ মাহৰ ভিতৰত মাওবাদীৰ পৰা দেশখন মুক্ত কৰা। কিন্তু দুই-এজন মাওবাদী নেতাক গ্ৰেপ্তাৰ আৰু আত্মসমৰ্পণৰ বিক্ষিপ্ত বাতৰি এতিয়াও পোৱা গৈছে। পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, দেশক আনুষ্ঠানিকভাৱে ‘মাওবাদীমুক্ত’ ঘোষণা কৰাৰ পিছত মাওবাদীক প্ৰতিহত কৰিবলৈ নিয়োজিত অৰ্ধসামৰিক ইউনিট এটাক এই ধৰণে প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে পশ্চিমবংগৰ নিৰ্বাচন, অমৰনাথ যাত্ৰা বা দিল্লীৰ প্ৰতিবাদ চম্ভালিবলৈ বেটেলিয়নৰ কিছু কোম্পানী সাময়িকভাৱে উঠাই দিয়া হৈছিল।

Anti Maoist operation I
মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ:

ছত্তীশগড়ৰ বস্তাৰ অঞ্চল দীৰ্ঘদিন ধৰি মাওবাদীৰ প্ৰভাৱত আছে। সেই বস্তাৰত এই চিআৰপিএফ বেটেলিয়নটো মোতায়েন কৰা হৈছিল। চৰকাৰী সূত্ৰ মতে পিটিআয়ে প্ৰকাশ কৰা অনুসৰি, ছত্তীশগড়ৰ পৰা প্ৰত্যাহাৰ কৰা বেটেলিয়ন বাহিনীটো দীৰ্ঘদিন ধৰি বস্তাৰৰ সুকমাত মোতায়েন কৰা আছিল। এই অঞ্চলটো এসময়ত মাওবাদীৰ ঘাটি বুলি জনা গৈছিল। বিগত কেইবছৰমানৰ পৰা ছত্তীশগড়ত মাওবাদী কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই আহিছে চিআৰপিএফ বেটেলিয়নে। মাৰ্চ মাহত দেশক ‘মাওবাদীমুক্ত’ ঘোষণা কৰাৰ পিছত এই বেটেলিয়ন বাহিনীটোৱে অঞ্চলটোত মাওবাদীয়ে এৰি থৈ যোৱা মাইন আৰু আইইডি নিষ্কাশনৰ কামত জড়িত হৈ পৰে। এইবাৰ বাহিনীটো মণিপুৰলৈ প্ৰেৰণ কৰা হৈছে। তিনি বছৰতকৈও অধিক সময় ধৰি সাম্প্ৰদায়িক হিংসাৰ জুই জ্বলি আছে উত্তৰ-পূবৰ ৰাজ্যখনত। তাত এতিয়াও অব্যাহত আছে সংঘাত। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ইতিমধ্যে মণিপুৰত অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। এইবাৰ ছত্তীশগড়ৰ পৰাও তালৈ বাহিনী প্ৰেৰণ কৰা হৈছে।

পিটিআইৰ আগত এগৰাকী জ্যেষ্ঠ নিৰাপত্তা বিষয়াই কয়, “মাওবাদীবিৰোধী অভিযানৰ অঞ্চলৰ পৰা কোনো অৰ্ধসামৰিক ইউনিট সম্পূৰ্ণৰূপে আঁতৰাই পেলোৱা হৈছে। মণিপুৰৰ পৰিস্থিতি চম্ভালিবলৈ আৰু তাত অধিক বাহিনী নিয়োগ কৰিবলৈ ছত্তীশগড়ৰ পৰা ইউনিটটো প্ৰত্যাহাৰ কৰা হৈছে ।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণবস্তাৰৰ পৰামাওবাদী শেষ
Share4Tweet3Send

Related Posts

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ
National-International

U19 Asia Cup Final I পৰাজয়ৰ মুখত পৰিও পাকিস্তানৰ পৰা জয় আঁজুৰি আনিলে ভাৰতে, অনূৰ্ধ্ব ১৯ এছিয়া কাপ জয় ভাৰতৰ

by News Desk
November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু
National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
ADVERTISEMENT
Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ
National-International

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
50
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী
Assam

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

November 16, 2026
50
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

November 15, 2026
50
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

November 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

Anti Maoist operation I মাওবাদী শেষ, বস্তাৰৰ পৰা চিআৰপিএফ বাহিনী মণিপুৰলৈ প্ৰেৰণ

November 16, 2026
Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

Kaziranga accident I কাজিৰঙাত সংঘটিত দুৰ্ঘটনাৰ পিছত আবদ্ধ শিশুৰ চিঞৰ, প্ৰত্যক্ষদৰ্শীৰ চাঞ্চল্যকৰ বিৱৰণী

November 16, 2026
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

November 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d