ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

News Desk by News Desk
November 14, 2026
Reading Time: 1 min read
A A
0
Cracker blast I চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু

RELATED POSTS

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

New Logo Smal 1 | ASSAM TIMES POST

ছত্তীশগড়ৰ এটা শিশুৰ মুখত ফটকা বিস্ফোৰণৰ (Cracker Blast) ফলত মৃত্যু হয়। জানিব পৰা মতে, চুবুৰীটোৰ শিশুসকলে ঘৰৰ সন্মুখৰ পথত ফটকা ফুটাই আছিল। প্ৰায় দুবছৰীয়া শিশুটিও তাতেই আছিল। সকলোৰে অগোচৰতে ‘পপ-পপ’ নামৰ ফটকা হাতত তুলি লৈছিল। যিহেতু ফটকাবোৰ ৰঙীন কাগজত মেৰিয়াই থোৱা আছিল, গতিকে শিশুটিয়ে চকলেট বুলি ভুলতে মুখত ভৰাই দিয়ে আৰু কামোৰাৰ লগে লগে বিস্ফোৰণ ঘটে।

Cracker blast I
চকলেট বুলি ভাবি মুখত ভৰালে পপ-পপ ফটকা, বিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যু:

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, এই বিস্ফোৰণত শিশুটিৰ মুখত আঘাতপ্ৰাপ্ত হয়। শীঘ্ৰে উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

সীতাপুৰ থানাৰ নবপাৰা গাঁৱত যোৱা ৯ নৱেম্বৰৰ পুৱা সংঘটিত হয় এই ঘটনা। এজন তদন্তকাৰী আৰক্ষী বিষয়াই জনোৱা মতে, মৃত শিশুটিৰ নাম আদিত্য। যোৱা ১১ নৱেম্বৰত তেওঁৰ মৃত্যু হয়। আকস্মিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । শিশুটিৰ পিতৃ ইন্দ্ৰজিৎ মাঝিয়ে সংবাদ প্ৰতিষ্ঠান পিটিআইক জনোৱা মতে, চুবুৰীৰ ল’ৰা-ছোৱালীবোৰে তেওঁক এই কথা জনায়।

ইন্দ্ৰজিতে কয়, “আদিত্যৰ নাক আৰু মুখৰ পৰা তেজ ওলাই আছিল। আমি প্ৰথমে তেওঁক সীতাপুৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওঁ। তাত চিকিৎসাৰ পিছত তেজ বন্ধ হয়। তাৰ পিছত আমি তেওঁক ঘৰলৈ লৈ আহোঁ।” কিন্তু আকৌ ৰক্তক্ষৰণ আৰম্ভ হোৱাত পিছদিনা আদিত্যক আন এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। তাতেই তেওঁৰ মৃত্যু হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: চকলেট বুলি ভাবি মুখতবিস্ফোৰণ হৈ দুবছৰীয়া শিশুৰ মৃত্যুভৰালে পপ-পপ ফটকা
Share4Tweet3Send

Related Posts

কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

by News Desk
November 14, 2026
50
Delhi rape case : ১৭ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণৰ পিছত হত্যা, পথৰ কুকুৰে খালে মৃতদেহ; তিনি নাবালককে ধৰি চাৰিজনক গ্ৰেপ্তাৰ
National-International

MLA rape accuse I জনজাতীয় যুৱতীক ধৰ্ষণ কৰি হত্যাৰ ভাবুকিৰ অভিযোগ কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে

by News Desk
November 14, 2026
50
Rahul Gandhi : মোদীক কওক, জ্ঞানেশক আঁতৰাই দিয়ক, ৩০ ছেকেণ্ডত শেষ হ’ব প্ৰতিবাদ; দিল্লীৰ উদ্বিগ্ন ব্যৱসায়ীলৈ ৰাহুল গান্ধীৰ বাৰ্তা
National-International

Rahul Gandhi I এইবাৰ মোদীয়ে ফোন টেপ কৰাৰ দাবী ৰাহুল গান্ধীৰ, পুনৰ মুখামুখি বিতৰ্কৰ প্ৰত্যাহ্বান

by News Desk
November 14, 2026
50
Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু
National-International

Rasgolla blast I ৰসগোল্লা বোমা! মুখত ভৰোৱাৰ পিছতেই বিস্ফোৰণ হৈ যুৱকৰ মৃত্যু

by News Desk
November 13, 2026
50
PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ
National-International

PM Modi I এছিয়ান সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ফিলিপাইনছ ভ্ৰমণ মোদীৰ

by News Desk
November 13, 2026
50
RSS Chief Mohan Bhagawat : এইবাৰ প্ৰধানমন্ত্ৰীৰ দৰে নিৰাপত্তাৰক্ষী লাভ কৰিব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে
National-International

Mohan Bhagawat I পূৰ্বতে ফটকা ফুটালে পৰিৱেশ বিশুদ্ধ হৈছিল, প্ৰাচীন প্ৰথাৰ বৈজ্ঞানিক যুক্তিৰে মোহন ভাগৱত

by News Desk
November 13, 2026
50
ADVERTISEMENT
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d