ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

News Desk by News Desk
November 14, 2026
Reading Time: 1 min read
A A
0
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

RELATED POSTS

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

New Logo Smal 1 | ASSAM TIMES POST

পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণত সংঘটিত এক জঘন্য কাণ্ড পোহৰলৈ আহিছে। শিক্ষাগুৰুৰ কামনাৰ বলি ছাত্ৰী৷ তাকো এজন, দুজন নহয় চাৰিগৰাকী ব্যক্তিয়ে ধাৰাবাহিকভাৱে সংঘটিত কৰি আহিছিল এই কু-কাণ্ড। নাবালিকা ছাত্ৰীগৰাকীক বিগত দুবছৰ ধৰি দুগৰাকী প্ৰধান শিক্ষকসহ চাৰিজন ব্যক্তিয়ে নিয়মিতভাৱে চলাই আহিছিল যৌন নিৰ্যাতন। এই সন্দৰ্ভত চাৰিওগৰাকী অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে৷

Hamren rape case ।
হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী:

পশ্চিং কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণস্থিত এখন আবাসিক প্ৰাথমিক বিদ্যালয়ত অষ্টম শ্ৰেণীত অধ্যয়নৰত এগৰাকী ছাত্ৰীক সময়ে সময়ে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে৷ ভুক্তভোগী ছাত্ৰীগৰাকীৰ পৰিয়ালটোৰ চৰম দৰিদ্ৰতাৰ সুযোগ লৈয়ে এই পাষণ্ডকেইটাই চলাই আহিছিল কু-কাণ্ড। অভিযুক্তকেইগৰাকী হৈছে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজেন ৰংপি, লাংছ’মেপী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিদ্যাছিং ইংলেং, শিক্ষা বিভাগৰ সহকাৰী গাণনিক বিষয়া ৰবিৰাম টিছ’ আৰু ঠিকাদাৰ জয়ৰাম টিচ্চ’।

এই চাৰি লম্পটে মিলি এই জঘন্য কাণ্ড সংঘটিত কৰি অহাৰ কথা পোহৰলৈ আহে যদিও পৰিতাপৰ বিষয় যে ভুক্তভোগীৰ পৰিয়ালে ৪ আৰু ৫ নৱেম্বৰত হামৰেণ থানাত গোচৰ ৰুজু কৰাৰ পাছতো আজি পৰ্যন্ত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই। ইয়াকে লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ আনকি ৬ নৱেম্বৰত এজন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অভিযুক্তৰ সৈতে বুজাবুজি কৰিবলৈ ভুক্তভোগী তথা পৰিয়ালক হেঁচা প্ৰদানৰো অভিযোগ উঠিছে। অভিযোগ অনুসৰি, ভুক্তভোগীৰ পৰা এখন কাগজত চহী কৰাই লোৱা হৈছিল৷

ইফালে এই ঘটনাৰ পিছত ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়াল তথা আত্মীয় দিশহাৰা হৈ পৰিছে। ইফালে এই ঘটনাৰ সৈতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ এগৰাকী কাৰ্যবাহী সদস্যৰ আত্মীয় জড়িত থকাৰ বাবে সমগ্ৰ বিষয়টো গাপ দিয়াৰ চেষ্টা চলোৱা বুলি অভিযোগ উঠিছে। কিন্তু জিলাখনৰ বিভিন্ন দল-সংগঠনৰ তীব্ৰ হেঁচাত ১০ নৱেম্বৰতহে গোচৰ ৰুজু কৰা হয়।

ইফালে চৰকাৰী কৰ্মচাৰীকেইজনক নিলম্বন কৰিও তেওঁলোকক গ্ৰেপ্তাৰ নকৰাক লৈ ৰহস্য তথা অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বৃহত্তৰ হামৰেণৰ বিভিন্ন দল-সংগঠনে এই ঘটনাৰ সৈতে জড়িত আটাইকেইজন দোষীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰতম শাস্তি প্ৰদানৰ দাবী তুলিছে৷

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: H হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰবলি অষ্টম শ্ৰেণীৰ ছাত্ৰী
Share4Tweet3Send

Related Posts

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
50
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

by News Desk
November 14, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
KARBI ANGLONG

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

by News Desk
November 14, 2026
50
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

by ASSAM TIMES POST
November 13, 2026
55
Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান
KARBI ANGLONG

Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

by News Desk
November 12, 2026
59
Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস
KARBI ANGLONG

Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

by News Desk
November 12, 2026
62
ADVERTISEMENT
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d