ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

ষ্টাফ ৰি'পৰ্টাৰঃ ডিফু

ASSAM TIMES POST by ASSAM TIMES POST
November 13, 2026
Reading Time: 1 min read
A A
0
Karbi Anglong Day 2026 : বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

RELATED POSTS

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

New Logo Smal 1 | ASSAM TIMES POST

১৬ নৱেম্বৰত কাৰ্বিভূমিত ৰচিত হ’ব পাৰে এক নতুন ইতিহাস। বিশ্বৰ বুকুত কাৰ্বি সংস্কৃতিৰ সবল খোজৰ এক সুবৰ্ণ সুযোগ। বিশ্ব অভিলেখ (World Record)সৃষ্টি কৰিব পাৰে কাৰ্বি লোক-সংস্কৃতিয়ে। তাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি। হাজাৰ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ পাৰ ভঙা উছাহ, লগতে কঠোৰ আখৰা।
বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা
বিশ্ব অভিলেখৰ লক্ষ্যৰে ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পীৰ আখৰা

উল্লেখ্য যে অহা ১৫ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব কাৰ্বি আংলং দিৱসৰ মহাৰজত জয়ন্তী। কাৰ্বি আংলং জিলা গঠনৰ ৭৫ বছৰ উপলক্ষে ব্যাপক আয়োজন কৰা হৈছে। প্ৰতিবছৰে কাৰ্বি আংলং জিলা গঠনৰ দিনটো কাৰ্বি আংলং দিৱস হিচাপে উলহ-মালহেৰে পালন কৰি অহা হৈছে। কিন্তু এইবাৰ মহাৰজত জয়ন্তী উপলক্ষে ১৫-১৭ নৱেম্বৰত তিনিদিনীয়া বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

f33afb61 6582 4c04 9780 46cdcfd3a98b | ASSAM TIMES POSTএই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসূচী হৈছে কাৰ্বিভূমিৰ পৰম্পৰাগত নৃত্যৰে বিশ্ব অভিলেখ গঢ়া। মুখ্যমন্ত্ৰীৰ উপস্থিতিত ১৫ হাজাৰ জনজাতীয় শিল্পীয়ে একেলগে পৰম্পৰাগত নৃত্য পৰিবেশন কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ড সৃষ্টিৰ প্ৰয়াস কৰিব। তাৰ বাবে ইতিমধ্যে নৃত্যশিল্পীসকলে চলাই আছে আখৰা। ইফালে এই শিল্পীসকলক উৎসাহিত কৰিবলৈ নিজে ষ্টেডিয়ামত উপস্থিত হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং।

আখৰা পৰ্যবেক্ষণ কৰি তেওঁ সাংবাদিকৰ আগত কয় যে ১৬ নৱেম্বৰ দিনটো কাৰ্বি আংলঙৰ বাবে এক গৌৰৱৰ দিন হ’বলৈ গৈ আছে। ইয়াৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশত ১৩ হাজাৰ শিল্পীয়ে লোকনৃত্য পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িছিল। এইবাৰ আমি ১৫ হাজাৰ শিল্পীৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যত অৱতীৰ্ণ হ’ব ওলাইছোঁ। উক্ত কাৰ্যসূচীত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিষয়ববীয়াসকল উপস্থিত থাকিব।

যদি এই ৰেকৰ্ড স্থাপন হয় তেন্তে ১৭ নৱেম্বৰৰ মূল অনুষ্ঠানত ইয়াৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰিব।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: কাৰ্বি আংলং জিলা গঠন ৭৫ বছৰকাৰ্বি আংলং দিৱস মহাৰজত জয়ন্তীকাৰ্বি আংলং দিৱস ১৫–১৭ নৱেম্বৰকাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়কাৰ্বি বিশ্ব অভিলেখকাৰ্বিভূমিৰ পৰম্পৰাগত লোকনৃত্য আখৰাগিনিজ ৱৰ্ল্ড ৰেকৰ্ড কাৰ্বি লোকনৃত্যমূল অনুষ্ঠান ১৭ নৱেম্বৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড প্ৰমাণপত্ৰ১৫ হাজাৰ জনজাতীয় নৃত্যশিল্পী পৰম্পৰাগত নৃত্য১৬ নৱেম্বৰ কাৰ্বি আংলং বিশ্ব অভিলেখ
Share5Tweet3Send

Related Posts

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

by News Desk
November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
50
ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান
KARBI ANGLONG

ডংকামুকাম পৌৰ ব’ৰ্ডৰ অধ্যক্ষ তথা চিইএম তুলিৰাম ৰংহাঙৰ জ্যেষ্ঠ ভাতৃ তেলিছৰাম ৰংহাঙৰ দেহাৱসান

by News Desk
November 14, 2026
50
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
KARBI ANGLONG

Manipur violence । মণিপুৰত পুনৰ ৰক্তক্ষয়ী হিংসা, ৰাষ্ট্ৰীয় ঘাইপথত গুলীচালনাত নিহত ৪

by News Desk
November 14, 2026
50
Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান
KARBI ANGLONG

Railway eviction । বোকাজানত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান

by News Desk
November 12, 2026
59
Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস
KARBI ANGLONG

Karbi Anglong Day 2026 I কাৰ্বি আংলং দিৱসৰ প্লেটিনাম জুবিলী, ১৫ হাজাৰ শিল্পীৰ লোকনৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াস

by News Desk
November 12, 2026
62
ADVERTISEMENT
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
50
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী
National-International

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
50
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ
Assam

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026
50
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

November 14, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

November 14, 2026
কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ সঙ্ঘাতত নিহত ১ পাকিস্তানীসহ ৪ সন্ত্ৰাসবাদী

JK terrorist attack । কুলগাম চিআৰপিএফ শিবিৰত আক্ৰমণৰ ঘটনাত ৫০০ জনক জেৰা, ২০ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ

November 14, 2026
Kaziranga accident: শনিবাৰে কাজিৰঙাৰ দুৰ্ঘটনাস্থলীলৈ যাব মুখ্যমন্ত্ৰী, নিহতলৈ ২ লাখ সাহায্য, প্ৰধানমন্ত্ৰী-উপ-ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

Kaziranga accident I কাজিৰঙাৰ দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা ২ বছৰীয়া শিশুৰ এতিয়া পৰিয়ালৰ সন্ধান নাই

November 14, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d