ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home KARBI ANGLONG

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

সদায় কাৰ্বি আংলঙৰ কাষত আছোঁ — হিমন্ত বিশ্ব শৰ্মা

ASSAM TIMES POST by ASSAM TIMES POST
November 17, 2026
Reading Time: 1 min read
A A
0
৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

RELATED POSTS

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

New Logo Smal 1 | ASSAM TIMES POST

দীপংকৰ দাস,ডিফু :কাৰ্বি আংলঙৰ সমস্যা মোৰ সমস্যা, অসমৰ সমস্যা। সেয়েহে সদায় কাৰ্বি আংলঙৰ কাষত আছোঁ।আজি কাৰ্বি আংলং দিৱসৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তিৰ মূল অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি
মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

বিয়লি পাঁচ বজাত ডিফুৰ তাৰালাংছ’ৰ কাৰ্বি পিপলছ হলত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এসময়ত ইয়াত বোমা-গুলীৰ শব্দ আৰু বাৰুদৰ গোন্ধ বিয়পি আছিল। কিন্তু এতিয়া কেৱল উন্নয়নৰ পৰিৱেশ। বৰ্তমান জিলাখনত চিকিৎসা মহাবিদ্যালয়, আইন মহাবিদ্যালয়, নাৰ্ছিং কলেজ আদি সকলো সুবিধা আছে। আজি অসমৰ দ্বিতীয়খন সৈনিক স্কুলৰ আধাৰশিলা স্থাপন কৰা হৈছে।

7635d922 fba9 441f 896c f8bcc00c651e | ASSAM TIMES POSTএতিয়া ইয়াত শিক্ষা আৰু ক্ৰীড়াৰ সংস্কৃতি গঢ় লৈ উঠিছে। ইয়াৰ যুৱ প্ৰজন্মই এতিয়া দেশৰ সৈতে ফেৰ মাৰিব পৰা হৈছে। অনাগত দিনতো এই চৰকাৰে উন্নয়নৰ এই ধাৰা অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে কাৰ্বি আংলং দিৱস উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কৃত কৰাৰ লগতে অনুষ্ঠানৰ মাজতে এম ই আৰু মাধ্যমিক পৰ্যায়ৰ ৭০২ গৰাকী স্নাতক শিক্ষক-শিক্ষয়িত্ৰীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।

4577f5db faba 41f9 9780 4d30ac18c751 | ASSAM TIMES POSTসভাত ভাষণ প্ৰদান কৰি মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক ড° তুলিৰাম ৰংহাঙে কয় যে জনজাতিসকলৰ সুৰক্ষাৰ বাবে ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ প্ৰয়োজন। কিন্তু ৭৫ বছৰত ভৰি দিয়া কাৰ্বি আংলং জিলাত প্ৰতিটো জাতি-জনগোষ্ঠীয়ে ভাতৃত্ববোধেৰে মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। বৰ্তমান চৰকাৰৰ দিনত পাৰ্বত্য জিলাখনৰ সৰ্বাংগীণ উন্নয়ন হৈছে বুলিও তেওঁ দাবী কৰে।

সভাত ভাষণ দি প্ৰাক্তন সাংসদ ডাঃ জয়ন্ত ৰংপিয়ে হিমন্ত বিশ্ব শৰ্মাক অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি অভিহিত কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলঙক ভালদৰে বুজি পায় আৰু কাৰ্বি আংলঙক বহুতো দিছে। এতিয়া কাৰ্বি আংলঙৰ জনসাধাৰণৰ মনৰ আশা স্বায়ত্তশাসিত ৰাজ্যৰ দাবী পূৰণ কৰিবলৈ তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায়।

914169666 1185060270867825 8246278690200473074 n | ASSAM TIMES POSTসভাত সাংসদ অমৰছিং তিছ’, জিলাখনৰ চাৰিগৰাকী বিধায়ক, পৰিষদৰ অধ্যক্ষ ৰাজু তিছ’, কাৰ্যবাহী সদস্যসকল, এমএচি, জিলা আয়ুক্ত, আৰক্ষী অধীক্ষক, পৰিষদৰ কেইবাগৰাকীও প্ৰাক্তন চিইএম, এমএচি, পদ্মশ্ৰী সন্মানপ্ৰাপক ধনেশ্বৰ ইংতি, পখিলা লেকথেপি আৰু কাৰ্বি পৰম্পৰাগত ৰজা লংছিং ৰংহাং উপস্থিত থাকে।

906329339 1185060087534510 8313089599172273739 n | ASSAM TIMES POSTআজিৰ সভাৰ আৰম্ভণিতে মূল আকৰ্ষণ আছিল দুই হাজাৰ কাৰ্বি পুৰোহিত (কুৰুছাৰ)ৰ একেলগে মন্ত্ৰোচ্চাৰণ। সভা সমাপ্ত কৰি মুখ্যমন্ত্ৰী পোনে পোনে ডিফুৰ কাছা ষ্টেডিয়ামলৈ ৰাওনা হয়। তাত কালি গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড গঢ়া ১৫ হাজাৰ শিল্পীয়ে মুখ্যমন্ত্ৰীৰ উপস্থিতিত পুনৰবাৰ ‘নিমছ কেৰুঙ’ নৃত্য প্ৰদৰ্শন কৰে।

 

906529768 1185060337534485 955532511083261976 n | ASSAM TIMES POSTমুখ্যমন্ত্ৰীৰ উপস্থিতিত তুলিৰামৰ হাতত গিনিজ ৱৰ্ল্ড ৰেকৰ্ড অৰ্পণ কৰা হয়। ইয়াৰ পিছতে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰতিনিধিসকলে ৰেকৰ্ডৰ প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে। আজিৰ দিনটো এক গৌৰৱময় দিন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

 

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ৭৫ সংখ্যক কাৰ্বি আংলং দিৱস
Share4Tweet3Send

Related Posts

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং
KARBI ANGLONG

কাৰ্বি আংলং জিলাৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস:১৭টা জনগোষ্ঠীৰ ১৫ হাজাৰ শিল্পীৰ দুৰন্ত প্ৰচেষ্টাত দ্বিতীয়বাৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত কাৰ্বি আংলং

by ASSAM TIMES POST
November 16, 2026
81
Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন
KARBI ANGLONG

Karbi Anglong Day 2026: কাৰ্বি আংলং দিৱসৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি,সাফল্যৰ ৭৫ বছৰীয়া যাত্ৰাক স্মৰণ কৰি ডিফুত বৰ্ণাঢ্য আয়োজন

by ASSAM TIMES POST
November 16, 2026
68
Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026
Assam

Assam Honours 5 Tribal Champions With Janjatiya Gaurav Awards 2026

by News Desk
November 15, 2026
58
ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন
KARBI ANGLONG

ডিফুত উলহ-মালহেৰে ছট পূজা উদযাপন

by News Desk
November 15, 2026
57
Sarupathar rape case : সৰুপথাৰত পঞ্চাশোৰ্ধ্বৰ মহিলাক ধৰ্ষণ, অভিযুক্তক গ্ৰেপ্তাৰ
KARBI ANGLONG

Hamren rape case । হামৰেণত শিক্ষক-কৰ্মচাৰীৰ কামনাৰ বলি অষ্টম শ্ৰেণীৰ ছাত্ৰী

by News Desk
November 14, 2026
63
Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে
KARBI ANGLONG

Man attack for fishing । পুখুৰীত মাছ ধৰাত বাধা দিয়াৰ বাবে নিৰ্মম প্ৰহাৰ, জীৱন-মৃত্যুৰে যুঁজিছে ৭০ বছৰীয়া শংকৰ চাহুৱে

by News Desk
November 14, 2026
55
ADVERTISEMENT
৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি
KARBI ANGLONG

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

November 17, 2026
50
Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ
ALL NEWS

Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

November 17, 2026
50
Yamuna water pollution I যমুনাৰ পানী প্ৰদূষিত হ’লে দায়িত্ব ল’ব লাগিব, জৰিমনাও ভৰিব; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ
National-International

Yamuna water pollution I যমুনাৰ পানী প্ৰদূষিত হ’লে দায়িত্ব ল’ব লাগিব, জৰিমনাও ভৰিব; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ

November 17, 2026
50
Three Dacoits Arrested in High-Profile Robbery Case Involving Local Leaders and Fake Journalist in Guwahati
National-International

Prisoners escaped I পুনৰ জে’লৰ পৰা পলাল ৪ কয়দী, এইবাৰ ছত্তীশগড়ত

November 17, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

৭৫ সংখ্যক কাৰ্বি আংলং দিৱস:মুখ্যমন্ত্ৰীয়ে ১৫ হাজাৰ শিল্পীৰ নৃত্য উপভোগ কৰি গ্ৰহণ কৰিলে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি

November 17, 2026
Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

Karbi Anglong Sainik School : কাৰ্বি আংলঙত অসমৰ দ্বিতীয়খন সৈনিক বিদ্যালয়ৰ শিলান্যাস মুখ্যমন্ত্ৰীৰ

November 17, 2026
Yamuna water pollution I যমুনাৰ পানী প্ৰদূষিত হ’লে দায়িত্ব ল’ব লাগিব, জৰিমনাও ভৰিব; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ

Yamuna water pollution I যমুনাৰ পানী প্ৰদূষিত হ’লে দায়িত্ব ল’ব লাগিব, জৰিমনাও ভৰিব; ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ সকীয়নি উচ্চতম ন্যায়ালয়ৰ

November 17, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d