Chhattisgarh IED blast : ছত্তীশগড়ত মাওবাদীয়ে সংৰোপণ কৰা আই ই ডি বিস্ফোৰণত আহত ১১ জোৱান
ছত্তীশগড়ৰ (Chhattisgarh) বিজাপুৰত মাওবাদীয়ে সংৰোপণ কৰা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণত (Explosion) এঘাৰজন নিৰাপত্তাৰক্ষী আহত (Security guard injured) ...
















