ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

নিউজ ডেস্কঃ

News Desk by News Desk
June 15, 2026
Reading Time: 1 min read
A A
0
Ram Mandir : অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

RELATED POSTS

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

New Logo Smal 1 | ASSAM TIMES POST

অযোধ্যাৰ ৰাম মন্দিৰ (Ram Temple of Ayodhya)ত দানৰ ধন আৰু গহনা চুৰি (Theft of money and jewelry) কৰাৰ অভিযোগত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। দানৰ ধন আৰু গহনা কেনেদৰে নোহোৱা হ’ল সেই সন্দৰ্ভত বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈছে মন্দিৰ কৰ্তৃপক্ষ। এই ঘটনাত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ইতিমধ্যে তিনিজনীয়া বিশেষ তদন্তকাৰী দল (SIT) গঠনৰ নিৰ্দেশ দিছে।

মুখ্যমন্ত্ৰীৰ ওচৰত এই দুৰ্নীতিৰ তদন্তৰ দাবী জনাইছে শ্ৰীৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টে। তেওঁলোকৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই যোগীয়ে শনিবাৰে এছ আই টি গঠনৰ নিৰ্দেশ দিয়ে। দলটোৰ নেতৃত্বত থাকিব লক্ষ্ণৌৰ সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্ত। ইয়াৰ উপৰি লক্ষ্ণৌ ৰেঞ্জৰ আই জি কিৰণ এছ, বিত্ত বিভাগৰ বিশেষ সম্পাদক নীলৰতন কুমাৰক সাত দিনৰ ভিতৰত প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। তদন্তকাৰী দলে ১৫ দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন ৰাজ্য চৰকাৰক দাখিল কৰিব লাগিব।

ram | ASSAM TIMES POST
অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা কেনেকৈ নোহোৱা হ’ল দানৰ ধন-গহনা? তদন্তৰ বাবে দল গঠন

দানৰ ধন আৰু অলংকাৰ চুৰিৰ ঘটনা পোহৰলৈ আহিছিল এসপ্তাহ পূৰ্বে। চুৰিৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰে মন্দিৰ কৰ্তৃপক্ষই। সূত্ৰ অনুসৰি, মন্দিৰ ট্ৰাষ্টৰ বিষয়াসকলে সন্দেহযুক্ত লোককেইজনক জেৰা কৰে। স্থানীয় আৰক্ষী থানাৰ সহযোগত মন্দিৰ কৰ্তৃপক্ষই চুৰি হোৱা ধন আৰু অলংকাৰ উদ্ধাৰৰ চেষ্টা চলায়।

অৱশ্যে চুৰিৰ অভিযোগ পোহৰলৈ অহাৰ পিছৰে পৰা মন্দিৰ কৰ্তৃপক্ষই বিভিন্ন প্ৰশ্নৰ সন্মুখীন হৈ আহিছে। বিষয়টো পোহৰলৈ অহাত ৰাজ্য চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰে। ইয়াৰ জৰিয়তে ক্ষিপ্ৰ তদন্তৰ নিৰ্দেশ দিয়া হয়। সূত্ৰ অনুসৰি, তদন্তকাৰী দলটোৱে অতি সোনকালে অযোধ্যাত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহৰ কাম আৰম্ভ কৰিব। তদন্তকাৰীয়ে অনুদানৰ সামগ্ৰীবোৰ কেনেকৈ চোৱাচিতা কৰা হৈছিল, এই কামৰ বাবে কাক নিযুক্তি দিয়া হৈছিল এই সকলোবোৰ চাব।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: RamMandir
Share4Tweet3Send

Related Posts

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

by News Desk
September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

by News Desk
September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

by News Desk
September 22, 2026
50
Bihar Student harassment : বিহাৰত কিশোৰীক মৰেল পুলিচিঙেৰে কিশোৰীক নিৰ্যাতন, দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়া

Delhi violence : ওমৰ খালিদ আৰু শ্বাৰ্জিল ইমামৰ জামিন গোচৰ পুনৰ স্থগিত

September 21, 2026
51
Sonia Gandhi : নাগৰিকত্ব পোৱাৰ পূৰ্বে ভোটাধিকাৰ, ছোনিয়া গান্ধীৰ তদন্তৰ আবেদন নাকচ কৰা ৰায় বাতিল বিশেষ আদালতৰ

ADVERTISEMENT
Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ
Guwahati

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
50
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত
National-International

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
50
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ
National-International

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026
50
Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য
National-International

Delhi rape case : দিল্লীত পুনৰ দলবদ্ধ ধৰ্ষণ, এইবাৰ আৰক্ষী বিষয়াৰ সাজত পাৰ্কত সংঘটিত কৰিলে দুষ্কাৰ্য

September 22, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

Simanta shekhar : অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ পদৰ পৰা সীমান্ত শেখৰৰ পদত্যাগ

September 22, 2026
Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

Ram Mandir : ১০৫ বাৰ চুৰি হৈছে ৰাম মন্দিৰৰ প্ৰণামী, জড়িত সকলোকে চিনাক্ত

September 22, 2026
Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

Bombay IIT case : এইবাৰ আইআইটি বম্বেৰ ছাত্ৰ মৃত্যুৰ গোচৰত অভিযুক্ত অধ্যাপকৰ সমৰ্থনত শিক্ষক সন্থাৰ প্ৰতিবাদ

September 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d