Amit Shah : মাওবাদক নিৰ্মূল কৰিছোঁ, নিচাসক্তৰ সমস্যাৰ সৈতেও একেদৰেই মোকাবিলা কৰিম; ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত অমিত শ্বাহ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে দেশক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰাৰ লক্ষ্য ঘোষণা কৰিছে। এইবাৰ ইয়াৰ প্ৰতিধ্বনি ঘটিল কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় ...
















