ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

মণিপুৰৰ ডিজিপি সলনি

নিউজ ডেস্কঃ

News Desk by News Desk
June 1, 2023
Reading Time: 1 min read
A A
0
মণিপুৰৰ ডিজিপি সলনি

RELATED POSTS

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

logo new 2 1 1 4 1 3 1 7 | ASSAM TIMES POST

শান্তি ঘূৰাই অনাৰ বাবে চাৰিদিনৰ মণিপুৰ ভ্ৰমণত আছে গৃহমন্ত্ৰী অমিত শ্বাহ (Home Minister Amit Shah to visit Manipur)। তেওঁ কেইবাটাও সম্প্ৰদায়ৰ প্ৰতিনিধিৰ সৈতে সাক্ষাৎ কৰে। এইবাৰ শ্বাহৰ ভ্ৰমণৰ সময়ত ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ পদৰ পৰা অপসাৰণ কৰা হয় আইপিএছ বিষয়া পি ডোৱেংগলক (Remove IPS officer P. Doengle)। ত্ৰিপুৰাৰ কেডাৰৰ আইপিএছ বিষয়া ৰাজীৱ সিঙক (IPS officer Rajeev Singh) তেওঁৰ ঠাইত ৰাজ্যখনৰ আৰক্ষীৰ নতুন ডিজিপি (New DGP of police) হিচাপে অনা হৈছে। ইয়াৰ পূৰ্বে ৰাজীৱে চিআৰপিএফৰ আইজি হিচাপে কৰ্মৰত আছিল। ২৯ মেʼত মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত তেওঁক ডেপুটেচনত ৰাজ্যখনলৈ প্ৰেৰণ কৰা হয়। এইবাৰ প্ৰশাসনে মণিপুৰৰ আইন-শৃংখলা বৰ্তাই ৰখাৰ দায়িত্ব এইগৰাকী বিষয়াৰ হাতত অৰ্পণ কৰে। ৰাজ্যিক আৰক্ষীৰ বিদায়ী ডিজিক ৰাজ্যিক গৃহ বিভাগলৈ বদলি কৰা হৈছে।

এই সালসলনিৰ লগে লগে কেন্দ্ৰীয় আৰু ৰাজ্য দুয়োটা প্ৰশাসনে ৰাজ্যত অশান্তিৰ সৃষ্টি কৰা গোটসমূহলৈ এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰা বুলি অনুমান কৰা হৈছে। ৰাজ্যত সংঘটিত হিংসাত্মক ঘটনাসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কেৱল ৰাজ্য প্ৰশাসনেই নহয় আৰক্ষীৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

dgp 1 1 1 | ASSAM TIMES POST

ইয়াৰ পিছত এই পৰিৱৰ্তনক আৰক্ষীৰ শীৰ্ষ মহলত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। প্ৰশাসনৰ এক সূত্ৰৰ মতে, ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ পদৰ বাবে অনুসূচিত জাতিৰো নহয় আৰু মেইটেইও নহয় তেনে এজন ব্যক্তিক প্ৰশাসনে বিচাৰিছিল। এই দুয়োটা সম্প্ৰদায়ৰ মাজত সংঘাতৰ বাবেই মণিপুৰত হিংসা বিয়পি পৰে। সেয়েহে প্ৰশাসনে এজন ‘নিৰপেক্ষ’ ব্যক্তিক আৰক্ষীৰ ডিজি হিচাপে নিযুক্তি দি ভাৰসাম্যৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে বুলি অনুমান কৰা হৈছে।

বুধবাৰে মণিপুৰৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনী আৰু ‘উগ্ৰপন্থী’ৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দুয়োফালৰ পৰা গুলীচালনা হয়। জ্বলিছে ঘৰ-বাৰী। বুধবাৰে ইম্ফলৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় অমিত শ্বাহে। শিবিৰত আশ্ৰয় লৈ থকা কুকি আৰু মেইটেই লোকসকলৰ পৰিয়ালৰ লোকসকলক তেওঁ লগ কৰে। মণিপুৰ ভ্ৰমণৰ তৃতীয়দিনা ৰাজ্য প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় শ্বাহে। অমিত শ্বাহে কয়, “আমাৰ সকলোৰে উদ্দেশ্য একেই। মণিপুৰক পুনৰ শান্তি আৰু সম্প্ৰীতিৰ পথলৈ ঘূৰাই অনা।
সংঘাতত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহ যাতে সোনকালে ঘৰলৈ উভতি যায়, সেয়া নিশ্চিত কৰিব লাগে।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amit ShahDGPডিজিপি
Share4Tweet3Send

Related Posts

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
51
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
54
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
53
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d