ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

নিউজ ডেস্কঃ

News Desk by News Desk
October 20, 2026
Reading Time: 1 min read
A A
0
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

RELATED POSTS

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

New Logo Smal | ASSAM TIMES POST

পুনৰ অশান্ত মণিপুৰ। সশস্ত্ৰ কুকি গোটৰ সদস্যৰ গুলীচালনাত মেইটেই গোষ্ঠীৰ তিনিজন যুৱকে প্ৰাণ হেৰুৱায়। সোমবাৰে তেওঁলোকৰ মৃতদেহ ৰাজ্যখনৰ মুখ্যমন্ত্রী য়ুমনাম খেমচান্দ সিঙৰ বাসগৃহৰ সন্মুখত ৰাখি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ ব্যৱহাৰ কৰা হয়। জানিব পৰা মতে, সোমবাৰে পুৱা মেইটেই সম্প্ৰদায়ৰ এদল লোকে খৰি সংগ্ৰহৰ বাবে হাবিলৈ গৈছিল।

অভিযোগ অনুসৰি, তাতেই তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয় আৰু তিনিজন লোকে প্ৰাণ হেৰুৱায়। আন তিনিজন আহত হয়। বিষয়াসকলে জনোৱা মতে, ১৬ জনীয়া মেইটেইৰ এটা দলে পূৱ ইম্ফল আৰু কংপকপি জিলাৰ সীমান্তৰ সমীপৰ অৰণ্যত খৰি সংগ্ৰহ কৰিবলৈ গৈছিল।

mani 2 | ASSAM TIMES POST
মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

সেই সময়ত আকস্মিকভাৱে কুকিসকলে তেওঁলোকক আক্ৰমণ কৰে। অসম ৰাইফলছৰ জোৱানে তিনিজন আহত লোকক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। ইয়াৰে এজনৰ চিকিৎসালয়তে মৃত্যু হয়। নিহত লোক দুজনৰ নাম আৰুবাম ৰানিল (৩৫) আৰু লাইৰেনলাকপাম ইনাওবি (৫১)। চিকিৎসালয়ত মৃত্যু হয় ক্ষেত্ৰিমায়ুম সুশীলৰ (৩২)।

পিছত নিৰাপত্তাৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে চিকিৎসালয়খন পৰিদৰ্শন কৰি আহতসকলক সাক্ষাৎ কৰে। এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য দিব বিচৰা নাছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: ManipurViolence
Share4Tweet3Send

Related Posts

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing
NORTHEAST

Manipur Violence : Village Chief Among 4 Civilians Injured in Firing

by News Desk
October 17, 2026
51
Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়
NORTHEAST

Manipur violence : মণিপুৰত পুনৰ বৃদ্ধি সাম্প্ৰদায়িক হিংসা, নিৰুদ্দিষ্ট ব্যক্তিৰ কটা মূৰ ঘূৰাই দিবলৈ নগা সংগঠনৰ ৪৮ ঘণ্টা সময়

by News Desk
October 12, 2026
51
Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’
NORTHEAST

Meghalaya rate hole mining : ১৩ লাখ টনতকৈ অধিক কয়লা চুৰি, উচ্চ ন্যায়ালয়ে নিযুক্তি দিয়া কমিটীৰ লক্ষ্যত মেঘালয়ৰ ‘ৰেট-হ’ল’

by News Desk
October 9, 2026
54
Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক
NORTHEAST

Tripura NDA conflict : ত্ৰিপুৰাত শাসকীয় মিত্ৰজোঁটৰ সংঘৰ্ষ, গাঁও সমিতিৰ নিৰ্বাচনত গুলীত নিহত টিপ্ৰাৰ সমৰ্থক

by News Desk
October 8, 2026
52
Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া
NORTHEAST

Mizoram tragic accident : মিজোৰামৰ গাড়ী দুৰ্ঘটনাত নিহত দূৰদৰ্শন, পিআইবিৰ তিনিজন বিষয়া

by News Desk
October 2, 2026
51
ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ
NORTHEAST

ULFA : ভাৰত ম্যানমাৰ সীমান্ত আলফাৰ দুইসদস্যসহ একে, বিস্ফোটক উদ্ধাৰ

by News Desk
October 2, 2026
52
ADVERTISEMENT
Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী
KARBI ANGLONG

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
50
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ
NORTHEAST

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
50
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ
National-International

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026
50
Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ
Assam

Zubeen Garg case : মুকলি আকাশৰ তললৈ জুবিন হত্যা গোচৰৰ আন এক অন্যতম অভিযুক্ত সন্দীপন গাৰ্গ

October 19, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

Karbi Anglong : কাৰ্বি আংলঙৰ লাংহিনত ছবি উপভোগ নোপোৱাৰ বাবে ৰাইজ উত্তেজিত, জ্বলাই দিলে চকী

October 20, 2026
Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

Manipur violence : মণিপুৰত কুকিৰ আক্ৰমণত নিহত ৩, মুখ্যমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত মৃতদেহ ৰাখি বিক্ষোভ

October 20, 2026
CJP leaders arrested : চিজেপিৰ দুই শীৰ্ষ নেতাক ন্যায়িক জিম্মালৈ প্ৰেৰণ

CJP leaders arrested : সৌৰভ-আশুতোষৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধি, আৰক্ষীৰ জাননীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত নেহা

October 20, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d