ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

News Desk by News Desk
November 24, 2026
Reading Time: 1 min read
A A
0
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা

RELATED POSTS

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

New Logo Smal 1 | ASSAM TIMES POST

পুনেৰ হিঞ্জেৱাড়ী অঞ্চলত এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰক তেওঁৰ লিভ-ইন পাৰ্টনাৰে (Live in partner killed) প্ৰহাৰ কৰি হত্যা কৰে। যুৱতীগৰাকীয়ে সন্দেহ কৰিছিল যে তেওঁৰ সংগীয়ে তেওঁক ঠগাই আন এগৰাকী মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছিল। তাকে লৈ তৰ্ক-বিতৰ্ক হৈছিল। এই তৰ্কৰ ফলত কাজিয়াৰ সৃষ্টি হয়। প্ৰেমিকৰ প্ৰহাৰত মৃত্যু হয় প্ৰেমিকাৰ। আৰক্ষীৰ সূত্ৰ অনুসৰি, অভিযুক্তই প্ৰেমিকাক প্ৰহাৰ কৰি গোটেই নিশা মৃতদেহৰ কাষতে শুই থাকে। মৃতকৰ নাম কোমল দাহাল।

Live-in partner killed I
লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে:

অভিযুক্তৰ নাম শুভম জ্ঞানেশ্বৰ। দুয়োজনেই পেছাত ছফ্টৱেৰ ইঞ্জিনিয়াৰ। তিনি বছৰতকৈও অধিক সময় দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল। বিয়াৰ পৰিকল্পনাও কৰিছিল তেওঁলোকে। কোমলৰ ঘৰ মহাৰাষ্ট্ৰৰ ৱাৰ্ধাত। আনহাতে, শুভম বুলধনা অঞ্চলৰ বাসিন্দা। দুয়ো কৰ্মসূত্ৰে পুনেত বাস কৰিছিল। যদিও তেওঁলোকৰ কৰ্মস্থলী বেলেগ বেলেগ আছিল, তথাপিও বহুদিনৰ পৰা দুয়ো একেলগে আছিল। দুয়োৰে পৰিয়ালে তেওঁলোকৰ সম্পৰ্কৰ কথা জানিছিল। বিয়াত তেওঁলোকৰ কোনো আপত্তি নাছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি, কেইবাদিনো ধৰি দুয়োৰে মাজত অশান্তিৰ সৃষ্টি হৈছিল। ইয়াৰ আঁৰত আছিল কোমলৰ সন্দেহ। তেওঁ ভাবিছিল যে শুভমে তেওঁক প্ৰতাৰণা কৰি আন এগৰাকী মহিলাৰ লগত গোপনে সম্পৰ্কত আছে। এই সন্দৰ্ভত দুয়োৰে মাজত প্ৰায়ে তৰ্ক-বিতৰ্ক হৈছিল। অভিযোগ অনুসৰি, এনে অশান্তিৰ মাজতে হঠাৎ কোমলক আক্ৰমণ কৰে শুভমে। তেওঁৰ মূৰ আৰু ডিঙিত লাথি-ঘোচা মাৰে। ফলত কোমলে চেতনা হেৰুৱাই পেলায় আৰু থিতাতে তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত শুভমে গোটেই নিশাটো কোমলৰ মৃতদেহৰ কাষতে পৰি থাকে। পুৱা আৰক্ষীক ফোন কৰি গোটেই বিষয়টো নিজেই জনায়।

এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। কোমলৰ নিথৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। শুভমক গ্ৰেপ্তাৰ কৰা হয়। নিশা কি হৈছিল, কিহৰ বাবে বিবাদ হ’ল এই সমগ্ৰ বিষয় আৰক্ষীয়ে বিতংভাৱে তদন্ত কৰি আছে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: গোটেই নিশা মৃতদেহৰলগত কটালে প্ৰেমিকেলিভ-ইন সংগীক হত্যা কৰি
Share4Tweet3Send

Related Posts

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

by News Desk
November 24, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

by Staff Reporter
November 24, 2026
50
Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ
National-International

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

by Staff Reporter
November 23, 2026
50
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

by Staff Reporter
November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

by Staff Reporter
November 23, 2026
50
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

by News Desk
November 23, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

November 24, 2026
50
DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি
KARBI ANGLONG

DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

November 24, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

November 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

November 24, 2026
DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

November 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d