
পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা
শিলঘাট-গুৱাহাটী অভিমুখী যাত্ৰীবাহী ৰেলৰ খুন্দাত নিহত এজন ব্যক্তি।

বৰ্তমানেও উদ্ধাৰ হোৱা নাই নিহত ব্যক্তি গৰাকীৰ পৰিচয়
স্থানীয় ৰাইজে ৰেল লাইনত মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে পুৰণিগুদাম আৰক্ষীক।
ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী আৰু ৰে’লৱে বিভাগৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।









