ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

News Desk by News Desk
November 24, 2026
Reading Time: 1 min read
A A
0
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

Red missing stamp. Horizontal composition.

RELATED POSTS

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

New Logo Smal 1 | ASSAM TIMES POST

বাংলাদেশ সীমান্তত সন্দেহযুক্ত গৰু সৰবৰাহকাৰীক খেদি যাওঁতে নিৰুদ্দেশ হোৱা ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী চমুকৈ বিএছএফৰ জোৱানজনৰ এতিয়াও কোনো সন্ধান  (BSF Jawan missing) ওলোৱা নাই। সোমবাৰে আৰক্ষীয়ে জনোৱা মতে, কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত সন্দেহজনক লোকক খেদি খেদি সতীৰ্থৰ সৈতে বৰাক নদীত জঁপিয়াই পৰে জোৱানজন। তাৰ পিছৰ পৰাই তেওঁৰ সন্ধান পোৱা হোৱা নাই। আৰক্ষীৰ সূত্ৰ অনুসৰি, কাটিগড়াৰ হৰিনগৰ সীমান্ত আউটপোষ্টত নিয়োজিত কনিষ্টবল কে বেণুৱে দেওবাৰে মাজনিশা সন্দেহযুক্ত সৰবৰাহকাৰীক ধৰিবলৈ অনুসৰণ কৰে। তেওঁৰ সৈতে আছিল হেড কনিষ্টবল জীতেন্দ্ৰ যাদৱ। খেদি যোৱাৰ সময়ত দুয়োজনেই একে সময়তে বৰাক নদীত জঁপিয়াই পৰে। কিছু সময়ৰ পাছত জীতেন্দ্ৰ উভতি আহিলেও কিন্তু বেণুক বিচাৰি পোৱা নগ’ল।

 BSF Jawan missing I
অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই:

কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ মতে, “বিএছএফৰ কমাণ্ডাৰে সোমবাৰে পুৱা এই বিষয়ে আৰক্ষীক অৱগত কৰে।” কমাণ্ডাগৰাকীয়ে দিয়া তথ্য অনুসৰি, চোৰাংচোৱা সূত্ৰৰ পৰা হৰিনগৰ সীমান্ত অঞ্চলৰ মাজেৰে গৰু সৰবৰাহ কৰিবলৈ চেষ্টা কৰা চাৰিৰ পৰা পাঁচজন অচিনাক্ত ব্যক্তিৰ তথ্য লাভ কৰিছিল। সেই তথ্যৰ ভিত্তিত কাটিগড়াৰ হৰিনগৰ সীমান্তৰ আউটপোষ্টত চোৰাং ব্যৱসায় ৰোধ কৰাৰ বাবে এক অভিযানৰ পৰিকল্পনা কৰা হৈছিল। সেই নিশা বেণু আৰু জীতেন্দ্ৰই সীমান্ত অঞ্চলত দুজনমানৰ সন্দেহজনক গতিবিধি লক্ষ্য কৰি ধৰিবলৈ চেষ্টা কৰিছিল। নদীত জঁপিয়াই পৰাৰ পিছত দুয়োজনে বহু দূৰ সাঁতুৰি যায়। অৱশ্যে বহু সময়ৰ পাছতো বেণুক দেখা পোৱা নগ’ল। জীতেন্দ্ৰ কেনেবাকৈ উভতি আহে।

ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে কেইবাটাও দলত বিভক্ত হৈ বৰাক নদীত নিৰুদ্দেশ হোৱা জোৱানজনৰ সন্ধান আৰম্ভ কৰিছে। অৱশ্যে সোমবাৰে নিশালৈকে তেওঁৰ কোনো খবৰ পোৱা নগ’ল। বাহিনীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই এই সন্দৰ্ভত বিএছএফেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। প্ৰাৰম্ভিক জল্পনা-কল্পনা অনুসৰি, বেণু হয়তো নদীত উটি গৈছে। অৱশ্যে স্থানীয় ৰাইজে দাবী কৰিছে যে বাংলাদেশৰ পৰা অহা চোৰাং ব্যৱসায়ীয়ে তেওঁক অপহৰণ কৰিছে। ইয়াৰ পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে। অৱশ্যে এই দাবীৰ সন্দৰ্ভত বিএছএফে এই মুহূৰ্তত কোনো মন্তব্য দিবলৈ অনিচ্ছুক। উল্লেখ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত কাছাৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ‘জিৰ’ পইণ্ট’ এলেকাৰ পৰা ভাৰতীয় কৃষক ৰঞ্জিত দাসক বাংলাদেশীৰ এটা দলে অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। পিছত দুয়োখন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ মাজত আলোচনাৰ অন্তত কৃষকজনক ঘূৰাই দিয়া হয়।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: অসমৰ ভাৰত-বাংলাদেশসীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই
Share4Tweet3Send

Related Posts

Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

by News Desk
November 24, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

by Staff Reporter
November 24, 2026
50
Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ
National-International

Godhra case I গোধৰাকাণ্ডৰ ৰে’লৰ অগ্নিকাণ্ডৰ গোচৰত যাৱজ্জীৱন কাৰাবন্দী ইৰফানৰ জামিন মঞ্জুৰ

by Staff Reporter
November 23, 2026
50
Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা
National-International

Cattle prevention act I এই ৰাজ্যত মই গোমাতাক-বধ কৰিবলৈ নিদিওঁ: এইবাৰ আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ঘোষণা

by Staff Reporter
November 23, 2026
50
West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’
National-International

West Bengal name change I  অতীত হোৱাৰ পথত ‘ৱেষ্ট বেংগল’, কেন্দ্ৰৰ অনুমোদন সাপেক্ষে ইংৰাজীতো হ’ব ‘পশ্চিমবংগ’

by Staff Reporter
November 23, 2026
50
Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’
National-International

Bislari water controversy I খোৱাপানীত কৰ্কট ৰোগৰ উপাদান বিতৰ্ক, বিছলেৰীৰ দাবী ‘নিৰাপদ, খোৱাৰ যোগ্য’

by News Desk
November 23, 2026
50
ADVERTISEMENT
Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ
National-International

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026
50
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা
National-International

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

November 24, 2026
50
DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি
KARBI ANGLONG

DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

November 24, 2026
50
Tragic Independence Day Incident: Husband Allegedly Kills Wife in Guwahati
National-International

পুৰণিগুদামত সংঘটিত এক শোকাৱহ ঘটনা  

November 24, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Diphu forester missing I ডিমাহাছাওৰ পৰা সন্ধানহীন ২৬ জনীয়া বনকৰ্মীৰ দলৰ সন্ধান লাভ

BSF Jawan missing I অসমৰ ভাৰত-বাংলাদেশ সীমান্তত নিৰুদ্দিষ্ট বিএছএফ জোৱানৰ এতিয়াও সন্ধান নাই

November 24, 2026
Mother Killed Son : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,  : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ,   : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, : পুত্ৰৰ যৌন উন্মাদনাত দিশহাৰা মাতৃ, হত্যা কৰি মৃতদেহ কৰিলে পাঁচ টুকুৰা

Live-in partner killed I লিভ-ইন সংগীক হত্যা কৰি গোটেই নিশা মৃতদেহৰ লগত কটালে প্ৰেমিকে

November 24, 2026
DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

DMCH I প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ব্যক্তিগত অংগত স্পৰ্শ ৱাৰ্ড বয়ৰ, ডিএমচিএইচত উত্তেজনাপূৰ্ণ পৰিস্থিতি

November 24, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d