ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home NORTHEAST

UNLF peace accord I মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে ইউএনএলএফৰ কেন্দ্ৰৰ সৈতে চুক্তি, ঐতিহাসিক আখ্যা অমিত শ্বাহৰ

নিউজ ডেস্কঃ

News Desk by News Desk
November 30, 2023
Reading Time: 1 min read
A A
0
UNLF peace accord I মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে ইউএনএলএফৰ কেন্দ্ৰৰ সৈতে চুক্তি, ঐতিহাসিক আখ্যা অমিত শ্বাহৰ

RELATED POSTS

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

New Logo Smal 2 | ASSAM TIMES POST

মণিপুৰস্থিত উগ্ৰপন্থী সংগঠন (Manipur-based militant outfit) ইউনাইটেড নেচনেল লিবাৰেচন ফ্ৰণ্ট (United National Liberation Front) চমুকৈ ইউএনএলএফে ৰাজ্যখনত চলি থকা হিংসাত্মক ঘটনাৰ মাজতে কেন্দ্ৰৰ সৈতে শান্তি চুক্তি স্বাক্ষৰ (Peace accord signed with Centre) কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জনোৱা মতে, বুধবাৰে চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মেইটেই উগ্ৰপন্থী গোট ইউএনএলএফৰ গেৰিলাসকলে তেওঁলোকৰ অস্ত্ৰ সমৰ্পণ কৰা আৰম্ভ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) শান্তি চুক্তিক আদৰণি জনাই কয়, ”মণিপুৰত শান্তি পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক মাইলৰ খুঁটি।”

মণিপুৰ
মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ বাবে ইউএনএলএফৰ কেন্দ্ৰৰ সৈতে চুক্তি, ঐতিহাসিক আখ্যা অমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ মন্ত্ৰালয়ে মঙলবাৰে মণিপুৰত হিংসাত জড়িত নটা মেইটেই গোটৰ ওপৰত নিষেধাজ্ঞা আৰু পাঁচ বছৰলৈ বৃদ্ধি কৰিবলৈ এখন ন্যায়াধিকৰণ গঠন কৰে। ন্যায়াধিকৰণৰ নেতৃত্ব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশৰ দ্বাৰা কৰা হৈছে। অভিযোগ অনুসৰি এই গোটবোৰে ছয় মাহৰ হিংসাত্মক সময়ছোৱাত পোনপটীয়াকৈ সশস্ত্ৰ আক্ৰমণত অংশগ্ৰহণ কৰিছিল।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amit ShahCentral Government MinistryCentral Government-UNLF accordCentral Government-UNLF ceasefireCentral Government-UNLF pactCentre-UNLF peace treatyhistoric milestonehistoric milestone ManipurManipur peace accordManipur peace agreementManipur peace restoredManipur peace restored agreement.Manipur-based militant groupManipur-based militant outfitpeace accord signed with Centrepeace agreement ManipurUnited National Liberation FrontUNLF ceasefire agreementUNLF ceasefire IndiaUNLF peace accordUNLF-Centre agreementUNLF-Centre peace treatyUNLF-India accordUNLF-India ceasefire
Share4Tweet3Send

Related Posts

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য
NORTHEAST

Arunachal mountain lakes : অৰুণাচলত বৃদ্ধি পাইছে একাধিক পাহাৰীয়া হ্ৰদৰ আকাৰ, গৱেষণাত ভংকৰ তথ্য

by News Desk
September 4, 2026
51
Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike
NORTHEAST

Deadly Kangpokpi Attack : Two Killed in Suspected NSCN-IM, ZUF-K Strike

by News Desk
August 31, 2026
60
Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram
NORTHEAST

Assam Rifles Busts Rs 1.87 Cr Heroin Near Myanmar Border in Mizoram

by News Desk
August 30, 2026
54
Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes
NORTHEAST

Assam Police Arrest Four in Meghalaya, Recover Two Stolen Bikes

by News Desk
August 29, 2026
53
Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized
NORTHEAST

Breaking : NSCN (IM) Cadre Apprehended in Ledo; Mobile Phone Seized

by News Desk
August 29, 2026
53
Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ
NORTHEAST

Manipur violence : মণিপুৰত নগা নেতাৰ কনভয়ত উগ্ৰপন্থীৰ আক্ৰমণত চাৰিজন নিহত, এজন নিৰুদ্দেশ

by News Desk
August 28, 2026
51
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d