ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Amit Shah I ২০৪৭ চনত ড্ৰাগছমুক্ত হʼব ভাৰত! ৰাজ্যসমূহক ৰাজনীতিৰ উৰ্ধ্বত আগবাঢ়ি আহিবলৈ আহ্বান অমিত শ্বাহৰ

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
April 20, 2023
Reading Time: 1 min read
A A
0
Amit Shah I ২০৪৭ চনত ড্ৰাগছমুক্ত হʼব ভাৰত! ৰাজ্যসমূহক ৰাজনীতিৰ উৰ্ধ্বত আগবাঢ়ি আহিবলৈ আহ্বান অমিত শ্বাহৰ

RELATED POSTS

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

logo new 2 1 1 4 1 3 1 6 | ASSAM TIMES POST

এইবাৰ কেন্দ্ৰীয় চৰকাৰে ড্ৰাগছ সেৱন  আৰু সৰবৰাহ ৰোধৰ বাবে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। বুধবাৰে এক কাৰ্যসূচীত ড্ৰাগছ সৰবৰাহ ৰোধৰ কামত নিয়োজিত আৰক্ষী জোৱানৰ সন্মুখত গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন ড্ৰাগছমুক্ত দেশত পৰিণত হʼব।

শ্বাহে কয় যে এই কাম সময়মতে সম্পূৰ্ণ কৰাটো গৃহ মন্ত্ৰালয়ৰ অগ্ৰাধিকাৰ। অৱশ্যে এই ক্ষেত্ৰত ৰাজ্যসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

Amit Shah
ড্ৰাগছমুক্ত ভাৰত গঢ়াৰ প্ৰতিশ্ৰুতি অমিত শ্বাহৰ:

বুধবাৰে শ্বাহে এই প্ৰসংগত কয়, “ড্ৰাগছৰ বিৰুদ্ধে এই যুঁজখন ৰাজনীতিৰ উৰ্ধ্বত কৰা উচিত। ৰাজ্যত যিটো দলেই চৰকাৰত নাথাকক কিয়, এই ক্ষেত্ৰত সকলোৱে এক কঠোৰ নীতিৰে আগবাঢ়িব লাগে।” ড্ৰাগছ ৰোধৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডীৰ (Narendra Modi) সফলতাৰ বিষয়ে বৰ্ণনা কৰি শ্বাহে কয় যে ২০২২ চনৰ জুন মাহৰ পৰা ২০২৩ চনৰ ফেব্ৰুৱাৰীলৈকে ৬ লাখ কেজি ড্ৰাগছ জব্দ কৰা হৈছে।

৭০০০ কোটি টকাৰ ড্ৰাগছ জ্বলাই ধ্বংস কৰা হয়। নাৰ্কোটিকছ কণ্ট্ৰল ব্যুৰোৰ (Narcotics Control Bureau) পৰিসংখ্যাৰ উল্লেখ কৰি শ্বাহে এই কথা কয়।তদন্তত প্ৰণালীবদ্ধ ভুলৰ বাবে বহু দেশে ড্ৰাগছৰ বিৰুদ্ধে যুঁজ দিব নোৱাৰিলে বুলিও গৃহমন্ত্ৰীয়ে কয়। ড্ৰাগছ ক্ৰেতা আৰু বিক্ৰেতা উভয়ৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দি শ্বাহে কয় যে যদি কাৰোবাৰ হাতত ড্ৰাগছৰ পেকেট পোৱা যায় তেন্তে উৎসৰ সন্ধান উলিয়াব লাগে।

পঞ্জাৱৰ দৰে সীমান্তৱৰ্তী ৰাজ্যসমূহত বাৰে বাৰে ড্ৰাগছ সৰবৰাহৰ ফলত স্থানীয় ৰাজনীতি আলোড়িত হৈ আহিছে। আনকি পঞ্জাবৰ পলাতক খালিস্তানী নেতা অমৃতপাল সিঙৰ বিৰুদ্ধেও ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এই পৰিৱেশত শ্বাহৰ ড্ৰাগছবিৰোধী বাৰ্তাক বহুতে তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: Amit Shah
Share4Tweet3Send

Related Posts

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

by News Desk
September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

by News Desk
September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

by News Desk
September 8, 2026
50
Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ
National-International

Gyanesh Kumar : মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আমোলা কন্যাক ন্যায়ালয়ৰ তীব্ৰ ভৰ্ৎসনা, ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ

by News Desk
September 8, 2026
50
গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম
National-International

গাড়ীৰ ভিতৰত কণ্ডাক্টৰে পালে ৩ লাখ, তাৰ পিছত কৰিলে এই কাম

by News Desk
September 8, 2026
50
Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম
National-International

Scorpio car : মালিক থাকে ইজৰাইলত স্ক’ৰপিঅ’ থাকে বিহাৰত, গাড়ী চুৰিৰ ভয়ত কৰিলে এই কাম

by News Desk
September 8, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
50
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
50
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
50
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d