ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

নগাঁৱত আৰক্ষীৰ নিৰন্তৰ ড্ৰাগছ বিৰোধী অভিযানঃ আটক সৰবৰাহকাৰী:

ষ্টাফ ৰিপ'ৰ্টাৰ:

ASSAM TIMES POST by ASSAM TIMES POST
April 19, 2022
Reading Time: 1 min read
A A
0
নগাঁৱত আৰক্ষীৰ নিৰন্তৰ ড্ৰাগছ বিৰোধী অভিযানঃ আটক সৰবৰাহকাৰী:

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

logo new 2 1 1 4 1 3 12 | ASSAM TIMES POST

নগাঁৱৰ আৰক্ষীৰ অভিযানত আটক এগৰাকী মহিলাৰ লগতে তিনি ড্ৰাগছ সৰবৰাহকাৰী। ৪০ টা হিৰইন ভৰ্তি কন্টেনাৰ লগতে বুজন পৰিমাণৰ নিচাযুক্ত ঔষধ আৰু নগদ ৬০৪০ টকা জব্দ কৰে আৰক্ষীয়ে।

ড্ৰাগছ বিৰোধী অভিযানঃ
আটক সৰবৰাহকাৰী:

নগাঁৱৰ হয়বৰ গাওঁ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যোৱা নিশা নগাঁও চহৰৰ চকীটুপ ফাচীৰোডত এই অভিযান চলায়। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ নাম হৈছে ক্ৰমে জয়নাল উদ্দিন(৩২),ৰশ্বিদা খাতুন (৩০)। উক্ত দুয়ো গৰাকী পতি-পত্নীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

আনহাতে আকৌ, নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত কৃষ্ণ ফুকনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে যোৱা নিশা ছোটৰূপহীত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰী জামাল উদ্দিন(৩৫) ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীয়ে তেওঁৰ পৰা ৭টা হিৰ’ইন ভৰ্ত্তি কণ্টেনাৰ জব্দ কৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আটক সৰবৰাহকাৰী
Share5Tweet3Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

50
ADVERTISEMENT
Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে
National-International

September 9, 2026
50
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ
KARBI ANGLONG

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026
50
India slams Houthi : ছৌদি আৰবৰ ওপৰত হুথীৰ আক্ৰমণক গৰিহণা ভাৰতৰ, গুৰুত্বপূৰ্ণ জলপথৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী
National-International

Dellhi student protest : দিল্লীৰ ছাত্ৰ প্ৰতিবাদকাৰীলৈ জাননী প্ৰেৰণ, উত্তৰ প্ৰদেশ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ প্ৰতিক্ৰিয়া

September 9, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

Garba Dandiya controversy : গৰ্বা-দাণ্ডিয়াত মুছলমানৰ প্ৰৱেশ নিষিদ্ধ কৰাটো অসাংবিধানিক, কেন্দ্ৰৰ বাৰ্তা উৎসৱ সকলোৰে বাবে

September 9, 2026
Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

Tuliram Ranhang father dies : কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিইএম তুলিৰাম ৰংহাঙৰ পিতৃৰ বিয়োগ

September 9, 2026
Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

Hamren district hospital : হামৰেণ জিলা চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে সম্পন্ন অস্থি ৰোগৰ অস্ত্ৰোপচাৰ

September 9, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT

%d